DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 1, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জম্মু-কাশ্মীৰৰ পৰিস্থিতি গুৰুতৰ; প্ৰয়োজনত নিজেই শ্ৰীনগৰলৈ যাব মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 16, 2019 2:26 pm
RANJANGOGOI-1140x570

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ।ফাইল ফটো

29.7k
VIEWS
Share on FacebookShare on Twitter

উচ্চতম ন্যায়ালয়ত সোমবাৰে জম্মু-কাশ্মীৰত নজৰবন্দী কৰি ৰখা শিশুসকলকলৈ শুনানি অনুষ্ঠিত হয়।

আবেদনকাৰীৰ ফালৰ পৰা আদালতত কোৱা হয় যে উপত্যকাটোত ১০ৰ পৰা ১৮ বছৰৰ নাবালক সকলক জিম্মাত ৰখা হৈছে।

এই সন্দৰ্ভত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে আবেদনকাৰীক হাইকোৰ্টত আবেদন দাখিল কৰিবলৈ কয়। তেওঁ লগতে হাইকোৰ্টৰ মুখ্য ন্যায়াধীশৰ পৰা এই বিষয়ত প্ৰতিবেদনো বিচাৰে।

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে কয় যে যদি ৰাজ্যখনৰ লোকে হাইকোৰ্টত উপস্থিত হ’ব পৰা নাই আৰু নিজৰ কথা ক’ব পৰা নাই তেতিয়াহ’লে বিষয়টো অত্যন্ত গুৰুতৰ।

তেওঁ কয় যে যদি প্ৰয়োজন হয় তেতিয়াহ’লে তেওঁ নিজেই শ্ৰীনগৰলৈ যাব। তেওঁ নিজেই এই বিষয়ত জম্মু-কাশ্মীৰ হাইকোৰ্টৰ মুখ্য ন্যায়াধীশৰ সৈতে বিস্তৃতভাৱে আলোচনা কৰিব।

আবেদনকাৰীয়ে আদালতত জনায় যে শিশু কৰ্মীসকল এই মুহূৰ্তত হাইকোৰ্টলৈ যোৱাটো কঠিন হৈ পৰিছে।

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে ইয়াৰ মাজতে কয় যে কি কাৰণে কঠিন হৈছে আপুনি কাৰণটো কওক? যদি সেয়া হৈছে তেতিয়াহ’লে এইটো গুৰুতৰ ঘটনা।

মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে তেওঁ নিজেই জম্মু-কাশ্মীৰ হাইকোৰ্টৰ মুখ্য ন্যায়াধীশৰ পৰা সম্পূৰ্ণ প্ৰতিবেদন বিচাৰিব কিয়নো এইটো এটা অত্যন্ত গুৰুতৰ ঘটনা।

মুখ্য ন্যায়াধীশগৰাকীয়ে লগতে কয় যে তেওঁ এতিয়া এই বিষয়ত কোনো অধিবক্তাৰ পৰা নহয়, বৰঞ্চ প্ৰত্যক্ষভাৱে হাইকেৰ্টৰ কথা শুনিব।

Recent News

khanapara teer result

Khanapara Teer Result : খানাপাৰা তীৰৰ আজিৰ ফলাফল 01 July, 2022 : Khanapara Teer Target, Khanapara Teer Common Number

A for Assam কোৱা প্ৰধানমন্ত্ৰী নাহিল! আনুষ্ঠানিকতা ৰক্ষা কৰি বান পৰিস্থিতি পৰ্য্যবেক্ষণৰ বাবে আহিল কেন্দ্ৰৰ দল

A for Assam কোৱা প্ৰধানমন্ত্ৰী নাহিল! আনুষ্ঠানিকতা ৰক্ষা কৰি বান পৰিস্থিতি পৰ্য্যবেক্ষণৰ বাবে আহিল কেন্দ্ৰৰ দল

শিৱসাগৰৰ ঐতিহ্যমণ্ডিত বিষ্ণু দৌলৰ পৰা শ্ৰী শ্ৰী জগন্নাথ প্ৰভুৰ ৰথ যাত্ৰা

শিৱসাগৰৰ ঐতিহ্যমণ্ডিত বিষ্ণু দৌলৰ পৰা শ্ৰী শ্ৰী জগন্নাথ প্ৰভুৰ ৰথ যাত্ৰা

ৰাজ্য চৰকাৰৰ যদি ধন আছেই কেন্দ্ৰক হেজাৰ হেজাৰ কোটি টকা বিচাৰে কিয়?-অজিত কুমাৰ ভূঞা

ৰাজ্য চৰকাৰৰ যদি ধন আছেই কেন্দ্ৰক হেজাৰ হেজাৰ কোটি টকা বিচাৰে কিয়?-অজিত কুমাৰ ভূঞা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd