• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, November 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বোকাখাতত মুখ্য মন্ত্ৰীৰ বিনামূলীয়া ৰোগ নিৰ্ণায়ক সেৱাৰ শুভাৰম্ভণি; পৰীক্ষাগাৰ মুকলি

উত্তম শইকীয়া by উত্তম শইকীয়া
November 19, 2019 10:14 pm
Bokakhat story

বোকাখাতত বিনামূলীয়া ৰোগ নিৰ্ণায়ক কেন্দ্ৰ মুকলিৰ সময়ত

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসম আৰু এইচ এল এল আই লাইফকেয়াৰ লিমিটেডৰ যৌথ প্ৰচেষ্টাত ৰাজ্যত আৰম্ভ কৰা মুখ্য মন্ত্ৰীৰ বিনামুলীয়া ৰোগ নিৰ্ণায়ক সেৱা আজিৰে পৰা বোকাখাততো আৰম্ভ কৰা হয়।

বোকাখাতৰ চহিদ কমলা মিৰি অসামৰিক চিকিৎসালয়ৰ এটা পৰীক্ষাগাৰত এই সেৱা আনুষ্ঠানিকভাৱে মুকলি কৰে বোকাখাতৰ মহকুমাধিপতি বিবেক শ্যামে।

Apply Now

এই উপলক্ষে আয়োজিত অনুষ্ঠানত মহকুমাধিপতি গৰাকীৰ উপৰিও মহকুমা স্বাস্থ্য বিষয়া ভাৰত ফুকন, ৰাজহ চক্ৰ বিষয়া খনীন দাস, বোকাখাত প্ৰেছ ক্লাৱৰ সভাপতি ভৱানন্দ কলিতা, মহকুমা সাংবাদিক সন্থাৰ সম্পাদক নীলু আচাৰ্য, বিজেপিৰ মণ্ডল সভাপতি জীৱেশ্বৰ হাজৰিকাৰ উপৰিও অসামৰিক চিকিৎসালয়খনৰ বিষয়া কৰ্মচাৰীও উপস্থিত থাকে।

সকলোৰে উপস্থিতিত মহকুমাধিপতিয়ে ফিটা কাটি এই সেৱা মুকলি কৰে৷ অনুষ্ঠানত মহকুমা স্বাস্থ্য বিষয়া ডা৹ ভাৰত ফুকনে বিনামূলীয়া ৰোগ নিৰ্ণায়ক সেৱাৰ দ্বাৰা স্থানীয় লোকে বিভিন্ন ৰোগৰ মুঠ ৪৩ টা পৰীক্ষা বিনামূলীয়াকৈ এতিয়া বোকাখাত অসামৰিক চিকিৎসালয়ৰ পৰীক্ষাগাৰতেই কৰিব পাৰিব বুলি জনায়।

বিনামুলীয়া এই সেৱা দিনৰ ২৪ ঘন্টাই খোলা থাকিব বুলি ফুকনে জানিবলৈ দিয়ে ৷সম্প্ৰতি বিনামূলীয়া সেৱাৰ বাবে ৪ গৰাকী লেবৰেটৰী টেকনিছিয়ানক নিযুক্তি দিয়া হৈছে।

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে ৰোগ নিৰ্ণায়ক পৰীক্ষাৰ বাবে বোকাখাতৰ পৰা নমুনা সংগ্ৰহ কৰি গোলাঘাটলৈ প্ৰেৰণ কৰা হৈছিল৷ যাৰ বাবে পৰীক্ষাৰ ফলাফল লাভ কৰোতে যথেষ্ট পলম হৈছিল।

এতিয়া বোকাখাততে এই সেৱা মুকলি হোৱাৰ পাছত মাত্ৰ ৩ ঘন্টাৰ ভিতৰতে পৰীক্ষা ফলাফল লাভ কৰিব ৰোগীসকলে।

 

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মণিপুৰত দুই সশস্ত্ৰ সংগঠনৰ সংঘৰ্ষত নিহত ৩ কুকি যুৱক; মেইটেই-নগাৰ প্ৰতিবাদী সমদল

মণিপুৰত দুই সশস্ত্ৰ সংগঠনৰ সংঘৰ্ষত নিহত ৩ কুকি যুৱক; মেইটেই-নগাৰ প্ৰতিবাদী সমদল

November 1, 2026 1:13 pm
দিল্লীত ছিয়াং বান্ধ বিৰোধী প্ৰতিবাদকাৰীক আটক, আৰক্ষীৰ দ্বাৰা হাৰাশাস্তিৰ অভিযোগ

দিল্লীত ছিয়াং বান্ধ বিৰোধী প্ৰতিবাদকাৰীক আটক, আৰক্ষীৰ দ্বাৰা হাৰাশাস্তিৰ অভিযোগ

November 1, 2026 12:06 pm
টকাৰ খক! IAS-IPS দম্পতীৰ বিৰুদ্ধে ৩৬টা ভিলা ক্ৰয়, কোটি কোটি টকাৰ সম্পত্তি গঢ়াৰ অভিযোগ, চলিছে তদন্ত

টকাৰ খক! IAS-IPS দম্পতীৰ বিৰুদ্ধে ৩৬টা ভিলা ক্ৰয়, কোটি কোটি টকাৰ সম্পত্তি গঢ়াৰ অভিযোগ, চলিছে তদন্ত

November 1, 2026 11:02 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

November 1, 2026 10:18 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মণিপুৰত দুই সশস্ত্ৰ সংগঠনৰ সংঘৰ্ষত নিহত ৩ কুকি যুৱক; মেইটেই-নগাৰ প্ৰতিবাদী সমদল

মণিপুৰত দুই সশস্ত্ৰ সংগঠনৰ সংঘৰ্ষত নিহত ৩ কুকি যুৱক; মেইটেই-নগাৰ প্ৰতিবাদী সমদল

November 1, 2026 1:13 pm
দিল্লীত ছিয়াং বান্ধ বিৰোধী প্ৰতিবাদকাৰীক আটক, আৰক্ষীৰ দ্বাৰা হাৰাশাস্তিৰ অভিযোগ

দিল্লীত ছিয়াং বান্ধ বিৰোধী প্ৰতিবাদকাৰীক আটক, আৰক্ষীৰ দ্বাৰা হাৰাশাস্তিৰ অভিযোগ

November 1, 2026 12:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd