• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বন বিভাগৰ এণ্টি ডিপ্ৰেডেশ্যন স্কোৱাড আনুষ্ঠানিকভাবে মুকলি সৰ্বানন্দ সোণোৱালৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 5, 2019 10:27 pm

2 min read

CM Sonowal

মুখ্য মন্ত্ৰী সোণোৱাল

2.3k
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত সংঘটিত হৈ থকা মানুহ আৰু বন্যপ্ৰাণীৰ সংঘাত ৰোধ কৰাৰ উদ্দেশ্যৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি আনুষ্ঠানিকভাৱে মানুহ আৰু বন্যপ্ৰাণী সংঘাতপ্ৰৱণ ১৫ খন জিলাৰ বাবে ১৫ টা এণ্টি ডিপ্ৰেডেশ্যন স্কোৱাডৰ শুভাৰম্ভ কৰে।

উল্লেখযোগ্য যে, বন বিভাগে প্ৰশিক্ষণকে আদি কৰি সকলো ব্যৱস্থা প্ৰদানেৰে ইয়াৰ বাবে ৫০ জন ফ্ৰণ্ট লাইন সদসদ্য নিযুক্তি কৰিছে। অচিৰেই ১০০ জনতকৈ অধিক আৰু এনে সদস্যক বন বিভাগে প্ৰশিক্ষণ প্ৰদান কৰিব।

এণ্টি ডিপ্ৰেডেশ্যন স্কোৱাডক সংঘাতৰ সম্ভাব্য পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পৰাকৈ সদ্যহতে ১৫০ টা ব’ৰ পাম্প একশ্যন গান আৰু ১৫ হাজাৰ ৰাবাৰ বুলেট প্ৰদানৰ ব্যৱস্থা কৰা হৈছে।

এই উপলক্ষে অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত পৰিৱেশ আৰু বন বিভাগৰ দ্বাৰা আয়োজিত অনুষ্ঠানত ভাষণ প্ৰদান কৰি সোণোৱালে মানুহ আৰু বন্য জন্তুৰ জীৱন হানি হোৱা ঘটনা অত্যন্ত মৰ্মান্তিক আৰু এই স্কোৱাডে মানুহ আৰু বন্যপ্ৰাণীৰ সংঘাত লাঘৱ কৰাৰ দিশত জনসাধাৰণক সজাগ আৰু সচেতন কৰাৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি কয়।

মানুহ আৰু বন্যপ্ৰাণীৰ শান্তিপূৰ্ণ সহৱস্থান একান্ত জৰুৰী আৰু এই স্কোৱাডে এনেকুৱা সংঘাত নিৰাময়ৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলিও মুখ্য মন্ত্ৰীয়ে ভাষণত প্ৰসংগত কয়।

আজিৰ অনুষ্ঠানতে মুখ্য মন্ত্ৰীয়ে স্কোৱাডৰ সদস্য সকলক অস্ত্ৰ আৰু অন্যান্য সা-সঁজুলি প্ৰদান কৰে।

আজিৰ অনুষ্ঠানত পৰিৱেশ আৰু বন বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যও ভাষণ প্ৰদান কৰে।

অনুষ্ঠানত জলসম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত, প্ৰধান মুখ্য বন সংৰক্ষক এ এন সিঙকে ধৰি জেষ্ঠ বিষয়াসকল উপস্থিত থাকে।

Recent News

জুভেণ্টাছৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ

জুভেণ্টাছৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ

Modi-2

দ্বিতীয় পৰ্যায়ত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ল’ব ক’ৰ’না ভেকচিন!

আজিৰ পৰা গোভা দেওৰজাৰ ঐতিহাসিক জোনবিল মেলা

আজিৰ পৰা গোভা দেওৰজাৰ ঐতিহাসিক জোনবিল মেলা

ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাৰ পৰা বাহিৰ অনুভৱী অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা

ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাৰ পৰা বাহিৰ অনুভৱী অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd