DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, March 20, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিলচৰ চহৰৰ বিভিন্ন সমস্যা প্ৰসংগত শিলচৰ পৌৰসভাৰ প্ৰতিনিধিৰ সৈতে মুখ্য মন্ত্ৰীৰ আলোচনা

এন ই নাও নিউজ by এন ই নাও নিউজ
August 27, 2019 7:05 pm
DSC_7962

শিলচৰৰ পৌৰসভাৰ প্ৰতিনিধিৰ সৈতে মুখ্য মন্ত্ৰী

1.1k
VIEWS
Share on FacebookShare on Twitter

অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত মঙলবাৰে শিলচৰ পৌৰসভাৰ প্ৰতিনিধিৰ সৈতে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ এখন বৈঠক অনুষ্ঠিত হয়।

বৈঠকত শিলচৰ চহৰৰ বিভিন্ন সমস্যাৰ বিষয়ে আলোচনা কৰা হয়। বৈঠকত অম্ৰুত, কেন্দ্ৰীয় আন্তঃগাঁথনি উন্নয়ন পুঁজিৰ অধীনৰ বিভিন্ন আঁচনি সম্পৰ্কত বিস্তৃত ভাৱে আলোচনা কৰা হয়।

মুখ্য মন্ত্ৰীয়ে অম্ৰুত আঁচনিৰ আধাৰশিলা শীঘ্ৰে স্থাপন কৰিব পৰাকৈ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট বিভাগক নিৰ্দেশ দিয়ে।

ৰাঙ্গেৰখাৰিৰ পৰা সদৰ ঘাটলৈ উৰণীয়া সেঁতু নিৰ্মাণৰ বিষয়টোও আলোচনা কৰা হয় পৌৰ প্ৰতিনিধি সকলৰ সৈতে।

শিলচৰ চহৰ খনৰ যান-জট আঁতৰোৱাৰ বাবে এই উৰণীয়া সেঁতুখন নিৰ্মাণ কৰিব পৰাকৈ সম্ভাৱনীয়তাৰ প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ মুখ্য মন্ত্ৰীয়ে নিৰ্দেশ দিয়ে।

আনহাতে, চহৰখনৰ পৰা খোৱা পানীৰ নাটনি দূৰ কৰাৰ বাবেও প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ মুখ্য মন্ত্ৰীয়ে যথোচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে।

তদুপৰি, ১৫ নৱেম্বৰৰ ভিতৰত মিনি চেক্ৰেটেৰিয়েটৰ মূল আট্টালিকাৰ নিৰ্মাণৰ কাম-কাজ দ্ৰুত গতিত আৰম্ভ কৰাৰ বাবে প্ৰয়োজনীয় কাৰ্য্যপন্থা হাতত লবলৈও সাধাৰণ প্ৰশাসন বিভাগৰ আয়ুক্ত সচিব গৰাকীক নিৰ্দেশ দিয়ে।

আজিৰ বৈঠকত সাংসদ ডা০ ৰাজদ্বীপ ৰয়, বিধায়ক দিলীপ পাল, ঋতুপৰ্ণ বৰুৱা, সাধাৰণ প্ৰশাসন বিভাগৰ আয়ুক্ত সচিব ড০ এম অংগমুথু আদিৰ লগতে শিলচৰ পৌৰসভাৰ প্ৰতিনিধি বৰ্গ উপস্থিত থাকে।

Recent News

taslima nasrin slams kabir suman

বিচনাতে নহয়, ভণ্ডামিতো সক্ষম সুমন! আক্ৰমণাত্মক তছলিমাৰ তীৰ্যক কটাক্ষ

Farmers protest

কেন্দ্ৰীয় কৃষি মন্ত্ৰীক সাক্ষাৎ প্ৰতিবাদৰত সংযুক্ত কিষাণ মৰ্চাৰ: দাবী চনদ দাখিল

Sisodia

৩ এপ্ৰিললৈকে তিহাৰতে চিছ’দিয়া: ভাৰ্চুৱেল শুনানিৰ বাবে আবেদন দাখিলৰ পৰামৰ্শ আদালতৰ

জন্মৰ হাৰকলৈ চিন্তিত জাপানত নৱজাতক অবিহনে জন সংখ্যাৰ সংকটত ভূগিছে এটা সম্প্ৰদায়

জন্মৰ হাৰকলৈ চিন্তিত জাপানত নৱজাতক অবিহনে জন সংখ্যাৰ সংকটত ভূগিছে এটা সম্প্ৰদায়

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd