• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

১৫ আগষ্টৰ পূৰ্বে কাজিৰঙাত অৰ্কিড পাৰ্ক আৰু ডিমা হাছাও হৰ্টিকালচাৰ কলেজ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভণিৰ নিৰ্দেশ মুখ্য মন্ত্ৰীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 15, 2019 8:22 pm
DSC_9651

সোণোৱালৰ বৈঠক

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুখ্য মন্ত্ৰী সৰ্বনন্দ সোণোৱালে আজি কৃষি বিভাগৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে ৰাজ্যখনত বিভাগৰ দ্বাৰা ৰূপায়িত হৈ থকা আৰু ৰূপায়ন কৰিবলগীয়া কৃষি আঁচনি সমূহ পৰ্যালোচনা কৰে। মুখ্য মন্ত্ৰীয়ে প্ৰধান মন্ত্ৰী কৃষি সিচাই যোজনাখন ক্ষীপ্ৰ গতিত ৰূপায়ন কৰাৰ বাবে নিৰ্দেশ দি কয় যে আঁচনিখনৰ জৰিয়তে যাতে অধিক সংখ্যক কৃষকক সামৰি ল’ব পৰা যায় সেই উদ্দেশ্যৰে সচেতনতা সৃষ্টিৰ ওপৰতো গুৰুত্ব আৰোপ কৰিব লাগিব।

সোণোৱালে এই আঁচনিখনৰ জৰিয়তে অহা ২০ জুনৰ ভিতৰত ৰাজ্যখনৰ ১০ হাজাৰ জন কৃষকক সামৰি ল’ব পৰাকৈ দৃঢ় পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে।

Apply Now

আনহাতে, প্ৰধান মন্ত্ৰী ফচল বীমা যোজনাখন ব্যাপক ৰূপত প্ৰসাৰিত কৰাৰ বাবে বিভাগৰ শীৰ্ষ বিষয়াসকলক নিৰ্দেশ দিয়ে সোণোৱালে। বিভাগৰ বিষয়াসকলে মুখ্য মন্ত্ৰীক অৱগত কৰে যে চলিত বছৰত ৰাজ্যখনৰ ৫ লাখ কৃষকক প্ৰধান মন্ত্ৰী ফচল বীমা যোজনাৰ জৰিয়তে সামৰি লোৱা হ’ব।

লগতে মুখ্য মন্ত্ৰীয়ে ৰাজ্যখনৰ বহু সংখ্যক কৃষক তামোল, কল ইত্যাদি কৃষিৰ জৰিয়তে ৰাজ্যৰ উৎপাদন বৃদ্ধি কৰি আহিছে বুলি কয়। এই যোজনাখনৰ জৰিয়তে এনেধৰণৰ কৃষকসকলকো সামৰি লোৱাৰ বাবে নিৰ্দেশ দিয়া হয়।

আজি অনুষ্ঠিত হোৱা বৈঠকখনত প্ৰধান মন্ত্ৰী কৃষি সন্মান নিধি সম্পৰ্কতো বিতংভাৱে আলোচনা কৰা হয়। বৈঠকত কৃষি বিভাগৰ বিষয়াসকলে জনায় যে এই আঁচনিখনৰ জৰিয়তে ইতিমধ্যে ২৩৫.২৬ কোটি টকা কৃষকক প্ৰদান কৰা হৈছে।

মুখ্য মন্ত্ৰীয়ে কয় যে ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাখন অধিক সম্প্ৰসাৰিত ৰূপত ৰূপায়িত কৰিব লাগিব যাতে অধিক সংখ্যক কৃষকৰ কৃষি উৎপাদন বৃদ্ধি আৰু আধুনিক কৃষি পদ্ধতিৰ প্ৰতি কৃষকসকলক আকৰ্ষিত কৰিব পৰা যায়।

তদুপৰি এই আঁচনিখন যথাৰ্থৰূপত ৰূপায়ন কৰিব পাৰিলে ৰাজ্যখনৰ কৃষকসকলৰ অধিক উৎপাদন বৃদ্ধিত সহায়ক হৈ উঠিব বুলিও সোণোৱালে মন্তব্য কৰে। বৈঠকত তেওঁ ১৫ আগষ্টৰ পূৰ্বে কাজিৰঙাত অৰ্কিড পাৰ্ক আৰু ডিমা হাছাওত হৰ্টিকালচাৰ কলেজ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণি কৰাৰ বাবে যথোচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ কৃষি বিভাগৰ শীৰ্ষ বিষয়াসকলক নিৰ্দেশ দিয়ে।

আজিৰ বৈঠকত কৃষি মন্ত্ৰী অতুল বৰা, মুখ্য মন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামী, আইন উপদেষ্টা শান্তনু ভৰালী, কৃষি বিভাগৰ সচিব ৰাজেশ প্ৰসাদ আদিকে ধৰি ভালে কেইগৰাকী কৃষি বিষয়া উপস্থিত থাকে।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

July 4, 2026 6:45 pm
দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

July 4, 2026 6:13 pm
নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

July 4, 2026 6:00 pm
বাথৰুমৰ টাইলছৰ তলত পুতি থোৱা আছিল স্বামীৰ মৃতদেহ! ৪৫ দিনৰ পাছত ৰহস্যৰ অন্ত, পত্নী গ্ৰেপ্তাৰ

বাথৰুমৰ টাইলছৰ তলত পুতি থোৱা আছিল স্বামীৰ মৃতদেহ! ৪৫ দিনৰ পাছত ৰহস্যৰ অন্ত, পত্নী গ্ৰেপ্তাৰ

July 4, 2026 5:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

July 4, 2026 6:45 pm
দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

July 4, 2026 6:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd