• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অৰুণাচল প্ৰদেশত স্থাপন উচ্চ ন্যায়ালয় ভৱনৰ আধাৰশিলা

ডেমিয়েন লেপচা by ডেমিয়েন লেপচা
August 12, 2018 10:15 pm
aerunachal high court
97
VIEWS
Share on FacebookShare on Twitter

অৰুণাচল প্ৰদেশৰ মুখ্য মন্ত্ৰী পেমা খান্দুৱে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অজিত সিং আৰু ন্যায়াধীশ অৰূপ কুমাৰ গোস্বামীৰ উপস্থিতিত নাহৰ্লগুনত দেওবাৰে স্থাপন কৰে ৰাজ্যখনত থকা উচ্চ ন্যায়ালয় পীঠৰ স্থায়ী ভৱনৰ আধাৰশিলা।

আধাৰশিলা স্থাপন কৰি মুখ্য মন্ত্ৰীজনে অহা দুবছৰৰ ভিতৰত ন্যায়ালয়ৰ চৌহদটোৰ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ আশ্বাস দিয়ে।

ৰাজ্যখনৰ বাবে আজিৰ দিনটো ঐতিহাসিক বুলি উল্লেখ কৰি মুখ্য মন্ত্ৰীজনে কয়, ‘যোৱা ১৮ বছৰৰ পিছত পূৰণ হোৱা ই এটা সপোন আৰু জনসাধাৰণৰ ই দীৰ্ঘদিনীয়া দাবী আছিল।’

পৃথক এখন উচ্চ ন্যায়ালয়ে ৰাজ্যখনত ফাষ্ট ত্ৰেক ন্যায় প্ৰদানকাৰী ব্যৱস্থাটো ত্বৰান্বিত কৰিব বুলিও তেওঁ আশা প্ৰকাশ কৰে।

খান্দুৱে জনায় যে কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী ৰৱি শংকৰ প্ৰসাদে এই আধাৰশিলা থপাৰ কথা আছিল যদিও বেয়া বতৰৰ বাবে তেওঁ গুৱাহাটীৰ পৰা আগবাঢ়িব নোৱাৰিলে।

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ইটানগৰ স্থায়ী পীঠ বাৰ সংস্থাই ৰাজ্যখনত এক স্বাধীন উচ্চ ন্যায়ালয় স্থাপন আৰু ৰাজ্যখনৰ জ্যেষ্ঠ অধিবক্তাসকলক ন্যায়াধীশৰূপে নিযুক্তি দিয়াৰ দাবীৰে মুখ্য মন্ত্ৰীজনক দিয়া এক স্মাৰক পত্ৰৰ উত্তৰত মুখ্য মন্ত্ৰীয়ে কেন্দ্ৰীয় মন্ত্ৰী প্ৰসাদ আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অজিত সিঙৰ সন্মুখত অগ্ৰাধিকাৰ ভিত্তিত বিষয়টো উত্থাপন কৰাৰ আশ্বাস প্ৰদান কৰে।

মুখ্য ন্যায়াধীশ সিং, ন্যায়াধীশ গোস্বামী আৰু উপ মুখ্য মন্ত্ৰী চাওনা মীনেও অনুষ্ঠানটোত ভাষণ মাৰে।

ভাৰতৰ তদানীন্তন ৰাষ্ট্ৰপতি কে আৰ নাৰায়ননে ২০০০ চনৰ ১৮ জুলাইত এক নিৰ্দেশযোগে ইটানগৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থায়ী পীঠ স্থাপনৰ ঘোষণা কৰিছিল।

Recent News

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd