• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শিৱসাগৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল; ল’কডাউন নমনা সকলৰ বিৰুদ্ধে গ্ৰহণ কৰা হ’ব কঠোৰ শাস্তিমূলক ব্যৱস্থা

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
March 27, 2020 8:34 pm
Sonowal

সোণোৱাল

2.4k
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’না ভাইৰাছৰ সময়ত ঘোষণা কৰা ল’কডাউন সন্দৰ্ভত আজি শিৱসাগৰ জিলা প্ৰশাসনৰ লগত এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ চ্যুকাফা সভাক্ষত অনুষ্ঠিত এই বৈঠকত মুখ্য মন্ত্ৰী গৰাকীয়ে জনসাধাৰণক সামাজিক দূৰত্ব বজাই ৰাখিবলৈ আহ্বান জনায়।

স্বাস্থ্য বিভাগে ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ পৰা হাত সাৰি থাকিবলৈ যিবিলাক পৰামৰ্শ দিছে সেইসমূহ মানি চলিবলৈ মুখ্যমন্ত্ৰীয়ে লগতে সকলোকে আহ্বান জনায়।

‘‘ক’ৰ’না ভাইৰাছৰ পৰা পৰিত্ৰাণ লভাৰ একমাত্ৰ উপায় হ’ল সামাজিক দূৰত্ব মানি চলা। যি কোনো কষ্টৰ বিনিময়ৰ হলেও জনসাধাৰণে সামাজিক দূৰত্ব মানি চলক,’’ সোণোৱালৰ আহ্বান।

‘‘আমাৰ সমাজখন যাতে ৰোগ মুক্ত হৈ থাকে তাৰ বাবে দেশৰ প্ৰধান মন্ত্ৰীয়ে যি ২১ দিনীয়া ল’কডাউন কাৰ্যসূচী ঘোষণা কৰিছে, তাক অসমৰ প্ৰতিটো পৰিয়ালৰ প্ৰতিজন ব্যক্তিক আন্তৰিকতা আৰু নিষ্ঠাৰে পালন কৰিবলৈ আহ্বান জনাইছো,’’ সোণোৱালে লগতে কয়।

এই লকডাউন কাৰ্যসূচীক প্ৰতিজন ব্যক্তিয়ে সমাজৰ মংগলৰ বাবে দায়িত্ব সহকাৰে পালন কৰাৰ লগতে চৰকাৰে বান্ধি দিয়া নীতি নিৰ্দেশনা মানি চলিবলৈ অনুৰোধ কৰে মুখ্যমন্ত্ৰীয়ে।

যিসকল ব্যক্তিয়ে চৰকাৰী নীতি-নিৰ্দেশনা উলংঘা কৰে চৰকাৰে সমাজৰ বৃহত্তৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি সেই সকলৰ বিৰুদ্ধে কঠোৰ শাস্তিমূলক ব্যবস্থা লবলৈ বাধ্য হ’ব।

ল’কডাউনৰ সময়ত যাতে জনসাধাৰণে বাহিৰলৈ ওলাই আহিবলগীয়া নহয় তাৰ বাবে চৰকাৰ আৰু জিলা প্ৰশাসনে অত্যৱশ্যকীয় সামগ্ৰী প্ৰত্যেকৰ ঘৰে ঘৰে যোগান ধৰাৰ ব্যৱস্থা কৰিছে বুলিও সোণোৱালে জানিবলৈ দিয়ে।

স্বাস্থ্য বিভাগে সকলো জিলাতে উপাযুক্ত চিকিৎসা সেৱা প্ৰদান কৰিবলৈ ব্যৱস্থা কৰিছে বুলি তেওঁ জনায়।

বৈঠকত মুখ্য মন্ত্ৰীৰ লগতে মন্ত্ৰী যোগেন মহন, শিৱসাগৰ জিলা উপায়ুক্ত লক্ষ্মীনন্দন গগৈৰ লগতে বহু চৰকাৰী বিষয়া কৰ্মচাৰী উপস্থিত থাকে।

Recent News

দেশৰ শ্ৰেষ্ঠ টেষ্ট অধিনায়ক কোহলী; আনকি ধোনী-সৌৰভো নাই বিৰাটৰ আশেপাশে

দেশৰ শ্ৰেষ্ঠ টেষ্ট অধিনায়ক কোহলী; আনকি ধোনী-সৌৰভো নাই বিৰাটৰ আশেপাশে

ভাৰত-পাকিস্তানৰ উত্তেজনৰ বাবে এয়াৰ ইণ্ডিয়াই বাতিল কৰিলে বিমান সেৱা

ভাৰত-পাকিস্তানৰ উত্তেজনৰ বাবে এয়াৰ ইণ্ডিয়াই বাতিল কৰিলে বিমান সেৱা

মোডীৰ সকীয়নিৰ পিছতো পুনৰ জম্মু-পঞ্জাৱৰ একাধিক স্থানত ড্ৰ’ন আক্ৰমণৰ চেষ্টা পাকিস্তানৰ!

মোডীৰ সকীয়নিৰ পিছতো পুনৰ জম্মু-পঞ্জাৱৰ একাধিক স্থানত ড্ৰ’ন আক্ৰমণৰ চেষ্টা পাকিস্তানৰ!

মহিলাসকলৰ ডিম্বাশয়ৰ কৰ্কট ৰোগ: জানো আহোক ৰোগৰ কাৰণ, লক্ষণ আৰু প্ৰাৰম্ভিক চিনাক্তকৰণ প্ৰক্ৰিয়াৰ বিষয়ে…

মহিলাসকলৰ ডিম্বাশয়ৰ কৰ্কট ৰোগ: জানো আহোক ৰোগৰ কাৰণ, লক্ষণ আৰু প্ৰাৰম্ভিক চিনাক্তকৰণ প্ৰক্ৰিয়াৰ বিষয়ে…

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd