• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত আজিৰে পৰা পৰ্যটকৰ বাবে পুনৰ মুকলি হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

উত্তম শইকীয়া by উত্তম শইকীয়া
October 12, 2019 3:33 pm
Sarbananda Sonowal Kaziranga Story

দৰ্শনাৰ্থীৰ বাবে আনুষ্ঠানিকভাৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলি কৰা সময়ত সোণোৱাল

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজিৰে পৰা পৰ্যটকৰ বাবে আনুষ্ঠানিকভাৱে মুকলি হ’ল বিশ্ব প্ৰসিদ্ধ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷

আজি ৰাতিপুৱা ৰাষ্ট্ৰীয় উদ্যানখনৰ বাগৰি আৰু কহঁৰা বনাঞ্চল আনুষ্ঠানিক ভাৱে পৰ্যটকৰ বাবে মুকলি কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

Apply Now

মুখ্য মন্ত্ৰী সোণোৱালে বাগৰি বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ সমীপত ফিটা কাটি, বন্তি প্ৰজ্বলন কৰি পৰ্যটকৰ বাবে বনাঞ্চলখন মুকলি কৰে।

উদ্যানখন মুকলি কৰি দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে প্লাষ্টিক মুক্ত কাজিৰঙা নিৰ্মাণ কৰাৰ বাবে সকলোকে আহ্বান জনায়।

বাগৰিত উদ্যানখন আনুষ্ঠানিকভাৱে মুকলি কৰাৰ পাছত মুখ্য মন্ত্ৰীগৰাকীয়ে জীপচ চাফাৰী কৰি বাগৰিৰ ডোঙ্গা বন শিৱিৰলৈ যায়।

ৰাষ্ট্ৰীয় উদ্যানখন দৰ্শনৰ আৰম্ভনীতে মুখ্যমন্ত্ৰীয়ে কাজিৰঙাত নতুনকৈ নিযুক্ত গড়ঁ সুৰক্ষা বাহিনীৰ জোৱানসকলৰ অভিবাদন গ্ৰহন কৰে।

ডোঙ্গা দৰ্শন চূড়াৰ পৰা ডোঙা বিলৰ লগতে কাজিৰঙাৰ নৈসৰ্গিক দৃশ্য উপভোগ কৰি আপ্লুত হৈ পৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

সোণোৱালৰ লগত ৰাজ্যৰ পৰিবেশ আৰু বন মন্ত্ৰী পৰিমল শুক্লবৈদ্য, কেবিনেট মন্ত্ৰী অতুল বৰা, কেশৱ মহন্তৰ আৰু ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু টিংখাৰ বিধায়ক বিমল বৰায়ো উদ্যানখন দৰ্শন কৰে।

আনহাতে, বাগৰিৰ পাছতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে সতীৰ্থ মন্ত্ৰীসকলৰ সৈতে কহঁৰাৰ মিহিমুখলৈ আহি মিহিমুখতো ফিটা কাটি , বন্তি প্ৰজ্বলন কৰি পৰ্যটকৰ বাবে উদ্যান মুকলি কৰে।

মুখ্য মন্ত্ৰীয়ে কহঁৰাত পৰ্যটকৰ বাবে নিৰ্মান কৰা তথ্যকেন্দ্ৰ পৰিদৰ্শন কৰে। কহঁৰা প্ৰবেশদ্বাৰ উন্মোচন কৰাৰ পাচতেই বোকাখাতৰ আৰক্ষী থানাৰ নৱ নিৰ্মিত গৃহ উন্মোচনৰ বাবে যাত্ৰা কৰে সৰ্বানন্দ সোনোৱালে।

আজিৰ অনুষ্ঠানত বন বিভাগৰ প্ৰধান মুখ্য বন সংৰক্ষক এ এম সিং, প্ৰধান মুখ্য বন সংৰক্ষক (বন্যপ্ৰাণী) ৰঞ্জনা গুপ্তাৰ লগতে সঞ্চালক পি শিৱকুমাৰো উপস্থিত থাকে।

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

August 15, 2026 11:56 am
স্মৃতিৰ কেলেণ্ডাৰত ১৫ আগষ্ট ২০০৪ : ধেমাজীয়ে সুধিব খুজিছে – আমি কিমান স্বাধীন? ‎

স্মৃতিৰ কেলেণ্ডাৰত ১৫ আগষ্ট ২০০৪ : ধেমাজীয়ে সুধিব খুজিছে – আমি কিমান স্বাধীন? ‎

August 15, 2026 10:56 am
ডাঙৰ সপোন দেখক, ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত গঢ়াৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

ডাঙৰ সপোন দেখক, ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত গঢ়াৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

August 15, 2026 10:24 am
এখন সশস্ত্ৰ সংগ্ৰাম, অপূৰ্ণ স্বপ্ন, বঞ্চনা আৰু স্বাধীনতাৰ ৮০ বছৰত অসমৰ উপলব্ধি

এখন সশস্ত্ৰ সংগ্ৰাম, অপূৰ্ণ স্বপ্ন, বঞ্চনা আৰু স্বাধীনতাৰ ৮০ বছৰত অসমৰ উপলব্ধি

August 15, 2026 9:36 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

August 15, 2026 11:56 am
স্মৃতিৰ কেলেণ্ডাৰত ১৫ আগষ্ট ২০০৪ : ধেমাজীয়ে সুধিব খুজিছে – আমি কিমান স্বাধীন? ‎

স্মৃতিৰ কেলেণ্ডাৰত ১৫ আগষ্ট ২০০৪ : ধেমাজীয়ে সুধিব খুজিছে – আমি কিমান স্বাধীন? ‎

August 15, 2026 10:56 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd