• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

খহনীয়া প্ৰতিৰোধৰ কামত বিসংগতি হোৱাৰ কথা নিজমুখে স্বীকাৰ মুখ্য মন্ত্ৰী সোণোৱালৰ

NE NOW NEWS মিটু খাটনিয়াৰ
মাজুলী , May 12, 2019 7:33 pm

1 min read

CM in Majuli

ফটো : নৰ্থ-ইষ্ট নাও

1.1k
VIEWS
Share on FacebookShare on Twitter

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি দুপৰীয়া মাজুলীৰ ভকত চাপৰিত ব্ৰহ্মপুত্ৰ বোৰ্ডে খহনীয়া প্ৰতিৰোধ আঁচনিৰ অধীনত কৰা জিঅ’ বেগ সংস্থাপন কাৰ্য পৰিদৰ্শন কৰে। মাজুলীৰ উপায়ুক্ত দেৱপ্ৰসাদ মিশ্ৰ আৰু ব্ৰহ্মপুত্ৰ বোৰ্ডৰ বিষয়া-অভিযন্তাক লগত লৈ মুখ্য মন্ত্ৰী গৰাকীয়ে নিমাতিঘাটৰ পৰা ৰ’-ৰ’ জাহাজেৰে আহি পোনে পোনে ভকত চাপৰি অংশত বোৰ্ডৰ কাম-কাজ চাবলৈ যায়।

পৰিদৰ্শনৰ পাছতে মুখ্য মন্ত্ৰী সোণোৱালে ব্ৰহ্মপুত্ৰ বোৰ্ডৰ আঁচনি ৰূপায়ণ কাৰ্যত হোৱা বিসংগতিক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে।

বিসংগতি সন্দৰ্ভত সাংবাদিকৰ আগত মুখ্য মন্ত্ৰী সোণোৱালে কয়, ‘ব্ৰহ্মপুত্ৰ বোৰ্ডৰ কামৰ গুণমান ভাল হোৱা নাই। সেয়ে ভকত চাপৰিত এনে অৱস্থা হৈছে। এই আঁচনিখনৰ নামত হোৱা গাফিলতি সহ্য কৰা নহ’ব। মই এই বিষয়ে লগে লগেই জৰুৰী ব্যৱস্থা গ্ৰহণৰ বাবে বোৰ্ডক নিৰ্দেশ দিছো’।

‘মই মাজুলীবাসীৰ প্ৰতিনিধি হিচাপে মাজুলীৰ ৰাইজৰ জীৱন-সম্পত্তিৰ সুৰক্ষাৰ দিশত যিকোনো পদক্ষেপ ল’বলৈ প্ৰস্তুত আছো। কোনোবা অভিযন্তাই কামত গাফিলতি কৰিছে যদি তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ মই ব্ৰহ্মপুত্ৰ বোৰ্ডৰ অধ্যক্ষক কৈছো। বোৰ্ডে কাম ভালদৰে কৰিবই লাগিব। ইয়াত ফাঁকি মাৰিলে নহ’ব।’

উল্লেখ্য যে মুখ্য মন্ত্ৰীগৰাকীৰ নিৰ্দেশত ইতিমধ্যে বোৰ্ডৰ অধ্যক্ষ ৰাজীৱ যাদৱে নতুন দিল্লীৰ পৰা যোৱা ৯ মে’ত ভকত চাপৰিলৈ আহি ক্ষতিগ্ৰস্ত অংশ পৰিদৰ্শন কৰি যায়।

Recent News

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd