• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নলবাৰী জিলাৰ উলাবড়ীৰ পৰম্পৰাগত নাও খেল প্ৰতিযোগিতাৰ মহাৰজত জয়ন্তী অনুষ্ঠানত অংশগ্ৰহণ মুখ্য মন্ত্ৰী সোণোৱালৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 23, 2019 7:26 pm
WhatsApp Image 2019-08-23 at 5.50.20 PM

নাও খেল প্ৰত্যক্ষ কৰিছে মুখ্য মন্ত্ৰীয়ে

7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘৬ হাজাৰ বছৰীয়া ভাৰতীয় সভ্যতা সংস্কৃতিৰ বাবে আজিৰ দিনটো হ’ল এক পবিত্ৰ দিন। কাৰণ আজিৰ দিনটোত ভগৱান শ্ৰীকৃষ্ণৰ জন্ম হৈছিল। ভগৱান শ্ৰী কৃষ্ণই মানৱ সমাজক নিষ্ঠা, সততা, মানৱীয় মূল্যবোধেৰে আগবঢ়াৰ পথ প্ৰদৰ্শন কৰি গৈছে’।

আজি শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষ্যে নলবাৰী জিলাৰ উলাবড়ীত হিতসাধিনী পুথিভঁড়ালৰ দ্বাৰা আয়োজিত পৰম্পৰাগত নাও খেল প্ৰতিযোগিতাৰ মহাৰজত জয়ন্তী উপলক্ষে অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি প্ৰদান কৰা ভাষণত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এইদৰে কয়।

Apply Now

মুখ্য মন্ত্ৰীয়ে লগতে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ ১২১ খন উপনৈ আৰু বৰাক আৰু ইয়াৰ ১১ খন উপনৈৰ পাৰতে অসমৰ সভ্যতা সংস্কৃতি গঢ় লৈ উঠিছে বুলি উল্লেখ কৰি এই সভ্যতা-সংস্কৃতি আৰু পৰম্পৰা সমূহক জীয়াই ৰখাৰ বাবে সকলোৱে মিলি ঐকবদ্ধ প্ৰচেষ্টাৰে আগবাঢ়িব লাগিব বুলি কয়।

আনহাতে, মুখ্য মন্ত্ৰীয়ে উলাবড়ীত অনুষ্ঠিত পৰম্পৰাগত নাও খেলে শান্তি-সম্প্ৰীতি, ভাতৃত্ববোধ আৰু সমন্বয়ৰ এক অনুকূল বাতাবৰণ সৃষ্টি কৰি সমাজখনক গতিশীল দিশেৰে আগুৱাই লৈ যোৱাৰ পথ প্ৰদৰ্শন কৰে বুলি উল্লেখ কৰি পাগলাদিয়া নদীত অনুষ্ঠিত পৰম্পৰাগত এই নাও খেল প্ৰতিযোগিতাই নৱ প্ৰজন্মক সততা, নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমেৰে আগুৱাই যোৱাৰ বাবে প্ৰেৰণা যোগাই যাব বুলিও কয়।

তদুপৰি, সোণোৱালে বৃহত্তৰ বৰভাগ অঞ্চলৰ উন্নয়নৰ দিশত গুৱাহাটী লোকসভা সমষ্টিৰ বৰ্তমানৰ সাংসদ আৰু বিধায়কে ঐক্যবদ্ধভাবে প্ৰচেষ্টাত ব্ৰতী হৈ আছে বুলি উ্ল্লেখ কৰি এই অঞ্চলৰ সামগ্ৰিক বিকাশৰ দিশত ৰাজ্য চৰকাৰেও যথোচিত পদক্ষেপ গ্ৰহণ কৰিব বুলি কয়।

বৰক্ষেত্ৰী বিধান সভা সমষ্টিৰ বিধায়ক নাৰায়ন ডেকাই আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানত গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা, ডিব্ৰুগড় বিধান সভা সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকন, অসম খাদী আৰু গ্ৰামোদ্যাগ ব’ৰ্ডৰ অধ্যক্ষ ডা০ কমলা কলিতাই ভাষণ প্ৰদান কৰে।

মুকলি সভাৰ পূৰ্বে মুখ্য মন্ত্ৰীয়ে চূড়ান্ত নাও খেল প্ৰতিযোগিতাও প্ৰত্যক্ষ কৰে। মুখ্য মন্ত্ৰীয়ে লগতে নাও খেল প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ দল দুটাক বিজয়ী ট্ৰফীও প্ৰদান কৰে।

অনুষ্ঠানৰ লগত সংগতি ৰাখি প্ৰকাশ কৰি উলিওৱা এখন স্মৃতিগ্ৰন্থও মুখ্য মন্ত্ৰী সোণোৱালে উদ্ধোধন কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd