• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিৱদ’লত পূজা-অৰ্চনা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

NE NOW NEWS পাৰ্শ্বজ্যোতি গগৈ
শিৱসাগৰ , October 16, 2019 7:15 pm

1 min read

শিৱদ’লত পূজা-অৰ্চনা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
2.3k
VIEWS
Share on FacebookShare on Twitter

আজি সন্ধিয়া শিৱসাগৰৰ ঐতিহাসিক শিৱদ’লত পূজা কৰিলে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। সন্ধিয়া প্ৰায় ৫.৩০ বজাত দৌল চৌহদত উপস্থিত হয় মুখ্য মন্ত্ৰী গৰাকী।

উপস্থিত হোৱাৰ লগে লগেই গায়েন-বায়েনে আদৰি অনা হয় মুখ্য মন্ত্ৰীৰ লগতে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ আৰু ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচাক।

শিৱ দ’লত পূজা কৰাৰ লগতে সন্ধিয়াৰ  আৰতিত অংশ লয় মুখ্য মন্ত্ৰী গৰাকীয়ে।

পূজাৰ অন্তত মুখ্য মন্ত্ৰীয়ে সাংবাদিকৰ আগত দেশৰ তথা ৰাজ্যৰ উন্নতিৰ বাবে, ৰাজ্যৰ জনতাৰ মাজত মিলা প্ৰিতি, সমন্বয় একতা অটুত থাকে আৰু লগতে ৰাজ্যখন উন্নয়নৰ দিশে আগুৱাই যাব পাৰে তাৰ বাবে ভগৱান  শিৱৰ আৰ্শীবাদ বিচৰা বুলি মন্তব্য কৰে।

তাৰোপৰি এই পবিত্ৰ স্থানত কোনো ৰাজনীতিৰ কথা নকওঁ বুলি মন্তব্য কৰে মুখ্য মন্ত্ৰীয়ে।

উল্লেখযোগ্য যে আজি বিয়লি শিৱসাগৰত উপস্থিত হোৱা মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাতি শিৱসাগৰতে কটাই পুৱা সোণাৰিলৈ যাব নিৰ্বাচনী প্ৰচাৰৰ বাবে।

Recent News

Violet-Baruah

ভায়োলেট বৰুৱাসহ আন ১৩ গৰাকীলৈ ৰাষ্ট্ৰপতিৰ আৰক্ষী পদক

Biswanath

বিশ্বনাথত উত্তৰ পূৰ্বাঞ্চলৰ দ্বিতীয়টো চাৰ্জিং ষ্টেচনৰ লগতে দুখনকৈ ইলেকট্ৰিক বাছৰ শুভ উদ্বোধন

IMG_20210125_131908

নগাঁৱত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

a cong

কোন বেছি সাম্প্ৰদায়িক—বিজেপি নে কংগ্ৰেছ? সংবাদমেলত অমিত শ্বাহক প্ৰশ্ন ৰিপুন বৰাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd