• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ফাঁচি বজাৰত চেনিটাইজেশ্যন; অংশ গ্ৰহণ কৰিলে মুখ্য মন্ত্ৰী সোণোৱালে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 2, 2020 7:57 pm

1 min read

Chief Minister

মুখ্য মন্ত্ৰী সোণোৱাল

7.4k
VIEWS
Share on FacebookShare on Twitter

অসমত ক’ভিদ-১৯-ৰ প্ৰাদূৰ্ভাৱ ৰোধ কৰাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ অংশ হিচাপে আজি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুৱাহাটীৰ ফাঁচি বজাৰৰ পুৰণি কাৰাগাৰ এলেকাত গুৱাহাটী পৌৰ নিগমে চলাই থকা চেনিটাইজেশ্যন কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে।

সোণোৱালেও কৰ্মচাৰী সকলৰ লগতে নিজেও চেনিটাইজেশ্যন স্প্ৰে কৰে।

উল্লেখযোগ্য যে, নভেল ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে গুৱাহাটী পৌৰ নিগমে অগ্নি নিৰ্বাপন আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ সহায়ত মহানগৰীৰ বিভিন্ন স্থানত চেনিটাইজেশ্যনৰ কাৰ্য্যসূচী গ্ৰহণ কৰি আছে।

মহানগৰীৰ বিভিন্ন ৰাজহুৱা স্থান তথা পথ সমূহত গুৱাহাটী পৌৰ নিগমে চেনিটাইজেশ্যনৰ পদক্ষেপ গ্ৰহণ কৰি আছে।

আজিৰ ফাঁচি বজাৰত কৰা চেনিটাইজেশ্যন কাৰ্য্যসূচীত গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যয়ো উপস্থিত থাকে।

চেনিটাইজেশ্যনৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মুখ্য মন্ত্ৰী সোণোৱালে ক’ভিদ-১৯ মহামাৰী বিশ্ব স্বাস্থ্য খণ্ডলৈ নামি অহা এক প্ৰত্যাহ্বান বুলি উল্লেখ কৰে।

‘‘সামাজিক দূৰত্ব আৰু চেনিটাইজেশ্যন হ’ল ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে আটাইতকৈ উত্তম উপায় সেয়ে আমি সকলোৱে ঘৰৰ ভিতৰত থাকি সামাজিক দূৰত্ব মানি চলিব লাগিব,’’ সোণোৱালে লগতে কয়।

Recent News

Shraddha Kapoor

বলীউদৰ মোহময়ী অভিনেত্ৰী শ্ৰদ্ধা কাপুৰৰ বিয়া! দৰা হ’ব কোন?

a congress

বিজেপিতকৈয়ো চৰা বিৰোধী! গেৰুৱা বাহিনীৰ মিছন ১০০+ৰ পিছত কংগ্ৰেছেও ঘোষণা কৰিলে মিছন ১০১+

Social Media অধিক শক্তিশালী কৰি বিজেপিৰ IT চেলৰ বিৰুদ্ধে যুঁজিব প্ৰদেশ কংগ্ৰেছে

Social Media অধিক শক্তিশালী কৰি বিজেপিৰ IT চেলৰ বিৰুদ্ধে যুঁজিব প্ৰদেশ কংগ্ৰেছে

Gautam-Gambhir-Facts-in-Hin

এতিয়া স্পষ্ট হৈছে কেজৰিৱালে দিল্লী জ্বলাটো বিচাৰে : গৌতম গম্ভীৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd