• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

হস্ততাঁত আৰু বস্ত্ৰ শিল্প, সংখ্যালঘু কল্যাণ আৰু উন্নয়ন বিভাগৰ কাম-কাজ পৰ্যালোচনা মুখ্য মন্ত্ৰী সোণোৱালৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 21, 2019 7:05 am

1 min read

assam-kGM-

মুখ্য মন্ত্ৰী সোণোৱালৰ ফাইল ছবি

464
VIEWS
Share on FacebookShare on Twitter

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ২০ ডিচেম্বৰত জনতা ভৱনস্থিত সভাকক্ষত হস্ততাঁত আৰু বস্ত্ৰ শিল্প, ৰেচম বিভাগৰ কাম-কাজৰ পৰ্যালোচনা কৰাৰ উদ্দেশ্যে এক বৈঠকত অংশগ্ৰহণ কৰে।

বৈঠকত ৫০ হাজাৰ পুৰুষ-মহিলাক হস্ততাঁতৰ প্ৰশিক্ষণ প্ৰদান, মাজুলী আৰু মৰাণত নিৰ্মাণৰত আদৰ্শ গাঁৱৰ নিৰ্মাণ কাৰ্য্যৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে।

আনহাতে, ৰেচম বিভাগৰ নৰ্থ-ইষ্ট ৰিজন টেক্সটাইল প্ৰমোশ্যন স্কীম ৰূপায়ণৰো পৰ্যালোচনা কৰে।

বৈঠকত ঢকুৱাখানা, ডিমৌ, বিহালী, দুধনৈ আৰু মৰিগাঁৱত স্থাপন কৰিবলগীয়া আদৰ্শ ৰেচম গাঁও সম্পৰ্কটো আলোচনা কৰা হয়।

তদুপৰি, বৈঠকতে এন ই চি প্ৰকল্প আৰু ভাৰত চৰকাৰৰ দ্বাৰা ৰূপায়িত আঁচনি সম্পৰ্কতো বিতংভাৱে পৰ্যালোচনা কৰা হয়।

বৈঠকত মুখ্য মন্ত্ৰীয়ে হস্ততাঁত আৰু বস্ত্ৰ শিল্প, ৰেচম বিভাগৰ হিতাধিকাৰী সকল যাতে উপকৃত হ’ব পাৰে তাৰ বাবে বিভাগক সময় নিৰ্দ্ধাৰিত ভাৱে আঁচনি সমূহ ৰূপায়ণ কৰাৰ বাবে নিৰ্দেশ দিয়ে।

আনহাতে, সংখ্যালঘূ কল্যাণ আৰু উন্নয়ন বিভাগৰ আন এক বৈঠকো ২০ ডিচেম্বৰতে মুখ্য মন্ত্ৰীৰ উপস্থিতিত অনুষ্ঠিত হয়।

বৈঠকত সংখ্যালঘূ এলেকাত আদৰ্শ আৱাসিক বিদ্যালয় নিৰ্মাণৰ বিষয়টোও খৰচি মাৰি আলোচনা কৰা হয়।

Recent News

TOI-561b

সৌৰজগতৰ বাহিৰত নতুন গ্ৰহৰ সন্ধান! পৃথিৱীৰ সৈতে ইয়াক কিদৰে তুলনা কৰিছে বিজ্ঞানীয়ে?

Dilip Saikia

জয়ৰ সম্ভাৱনা থকা প্ৰাৰ্থীয়েহে পাব টিকট: বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া

WhatsApp Image 2021-01-19 at 8.59.32 AM

মাজনিশা মৰ্মান্তিক দুৰ্ঘটনা! ফুটপাথত শুই থকা শ্ৰমিকক মহটিয়াই নিলে ট্ৰাকে; মৃত ১৫জন

950658-740749-amou-haji

গাত ধূলি-বালি সানি গা-নুধুৱাকৈয়ে সুস্থ শৰীৰে ৬৫বছৰ পাৰ কৰিলে এইগৰাকী লোকে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd