• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যৰ ১৯,০০০ হাজাৰ কৃষক পৰিয়ালক উপকৃত কৰিব পৰা আঁচনি ৰূপায়নৰ পৰ্যালোচনা মুখ্য মন্ত্ৰীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 28, 2019 8:26 pm
Chief Minister review meeting

মুখ্য মন্ত্ৰীৰ পৰ্যালোচনা বৈঠক

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যখনৰ কৃষকসকলক কৃষি কৰ্মৰ বাবে বৰ্দ্ধিত সুবিধা প্ৰদানৰ লক্ষ্যৰে জলসিঞ্চন বিভাগে কেন্দ্ৰীয় চৰকাৰৰ প্ৰধানমন্ত্ৰী কৃষি সিঞ্চাই যোজনাৰ অধীনত শীঘ্ৰে ৰূপায়ন কৰিব অভিলাষী জলসিঞ্চন আঁচনি ‘হৰ খেত ক’ পানী’।

প্ৰথম পৰ্যায়ত ৰাজ্যখনৰ ১৪ খন জিলাত ৰূপায়ন কৰিবলগীয়া এই আঁচনিয়ে ১.৪০ লাখ কৃষি ভূমি সামৰি ল’ব। ৪৭৭৯ টা বৈদ্যুতিক আৰু সৌৰক্তি চালিত গভীৰ নলীনাদ সংস্থাপনৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰা এই আঁচনিয়ে ১৯ হাজাৰৰো অধিক কৃষক পৰিয়ালক উপকৃত কৰিব।

Apply Now

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জলসিঞ্চন বিভাগৰ আঁচনি ৰূপায়নৰ অগ্ৰগতি পৰ্যালোচনা কৰি প্ৰস্তাৱিত কেন্দ্ৰীয় আঁচনিখনৰ সফল ৰূপায়নৰ বাবে উপযুক্ত পৰিকল্পনাৰে আগবাঢ়িবলৈ বিভাগক নিৰ্দেশ দিয়ে।

আজি মুখ্য মন্ত্ৰীৰ সভাকক্ষত অনুষ্ঠিত বৈঠকত সোণোৱালে জলসিঞ্চন বিভাগক অধিক জনমুখী কৰি তুলি কৃষকৰ ওচৰ চপাই নিবলৈ বিভাগটোৰ বিষয়াসকলক কেইবালানিও পৰামৰ্শ আগবঢ়ায়।

সোণোৱালে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৃষকৰ সন্মান আৰু আৰ্থিক সামৰ্থ বৃদ্ধিৰ লক্ষ্যৰে একাধিক আঁচনি গ্ৰহণ কৰিছে। এই আঁচনিসমূহৰ ভিতৰত ‘হৰ খেত ক’ পানী’ অন্যতম।

জলসিঞ্চন বিভাগ কৃষকৰ সৈতে জড়িত বিভাগ হিচাপে এই বিভাগৰ অভিযন্তা আৰু ক্ষেত্ৰ কৰ্মীসকলে কৃষকসকলৰ সৈতে গভীৰ সম্পৰ্ক গঢ়ি তুলিব লাগিব বুলি উল্লেখ কৰি সোণোৱালে অভিযন্তাসকলক প্ৰতি ১৫ দিনৰ মূৰে মূৰে কৃষকসকলৰ সৈতে মত বিনিময় কৰি কৃষকসকলৰ সমস্যা সমূহ বুজি উঠি প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ কয়।

মুখ্য মন্ত্ৰীয়ে আঁচনি ৰূপায়নৰ অগ্ৰগতি সম্পৰ্কে চৰজমিন পৰ্যবেক্ষণৰ উপৰি নিয়মীয়া পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰাৰ পোষকতা কৰি এই ক্ষেত্ৰত মন্ত্ৰী ভৱেশ কলিতাক পদক্ষেপ গ্ৰহণ কৰিবলৈ কয়।

আনহাতে, মুখ্য মন্ত্ৰী সোণোৱালে ৰূপায়িত হৈ থকা বা প্ৰস্তাৱিত প্ৰতিখন আঁচনিৰ নাম, ৰূপায়নকাৰী ঠিকাদাৰ বা সংস্থা তথা অনুমোদিত ধন ৰাশি বিজ্ঞাপন আকাৰে প্ৰকাশ কৰি ৰাইজৰ মাজলৈ প্ৰতিখন আঁচনিৰ বাৰ্তা লৈ যাবলৈ বিভাগক নিৰ্দেশ দিয়ে।

আজিৰ পৰ্যালোচনা বৈঠকত জলসিঞ্চন বিভাগৰ ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰী ভৱেশ কলিতা, মুখ্য মন্ত্ৰীৰ প্ৰধান সচিব সঞ্জয় লোহিয়া, জলসিঞ্চন বিভাগৰ সচিব ৰাকেশ কুমাৰ, বিভাগৰ দুয়োগৰাকী মুখ্য অভিযন্তা প্ৰমুখ্যে জেষ্ঠ বিষয়াসকল উপস্থিত থাকে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৰ্মান্তিক! পথ দুৰ্ঘটনাত নিহত ৮ গৰাকী অভিযান্ত্ৰিক শিক্ষাৰ্থী; ট্ৰাকৰ সৈতে প্ৰচণ্ড সংঘৰ্ষ শিক্ষাৰ্থীৰ বাহনৰ

মৰ্মান্তিক! পথ দুৰ্ঘটনাত নিহত ৮ গৰাকী অভিযান্ত্ৰিক শিক্ষাৰ্থী; ট্ৰাকৰ সৈতে প্ৰচণ্ড সংঘৰ্ষ শিক্ষাৰ্থীৰ বাহনৰ

September 5, 2026 11:36 am
ভাৰতত ২৮০টা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা ‘অদম্য যুৱক’ নাগৰমাল বাজোৰিয়াৰ দেহাৱসান

ভাৰতত ২৮০টা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা ‘অদম্য যুৱক’ নাগৰমাল বাজোৰিয়াৰ দেহাৱসান

September 5, 2026 11:04 am
ঋণৰ টকা নিদিয়াৰ ভয়ংকৰ পৰিণতি! যুৱতীক কাপোৰ খুলিবলৈ বাধ্য কৰিলে ঋণদাতাই

ঋণৰ টকা নিদিয়াৰ ভয়ংকৰ পৰিণতি! যুৱতীক কাপোৰ খুলিবলৈ বাধ্য কৰিলে ঋণদাতাই

September 5, 2026 10:51 am
বাতিল কৰিব লাগিব মুক্ত বাণিজ্য চুক্তি! মোডী চৰকাৰৰ বিৰুদ্ধে যুদ্ধ ঘোষণা সংযুক্ত কৃষক মৰ্চাৰ

বাতিল কৰিব লাগিব মুক্ত বাণিজ্য চুক্তি! মোডী চৰকাৰৰ বিৰুদ্ধে যুদ্ধ ঘোষণা সংযুক্ত কৃষক মৰ্চাৰ

September 5, 2026 9:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰ্মান্তিক! পথ দুৰ্ঘটনাত নিহত ৮ গৰাকী অভিযান্ত্ৰিক শিক্ষাৰ্থী; ট্ৰাকৰ সৈতে প্ৰচণ্ড সংঘৰ্ষ শিক্ষাৰ্থীৰ বাহনৰ

মৰ্মান্তিক! পথ দুৰ্ঘটনাত নিহত ৮ গৰাকী অভিযান্ত্ৰিক শিক্ষাৰ্থী; ট্ৰাকৰ সৈতে প্ৰচণ্ড সংঘৰ্ষ শিক্ষাৰ্থীৰ বাহনৰ

September 5, 2026 11:36 am
ভাৰতত ২৮০টা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা ‘অদম্য যুৱক’ নাগৰমাল বাজোৰিয়াৰ দেহাৱসান

ভাৰতত ২৮০টা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা ‘অদম্য যুৱক’ নাগৰমাল বাজোৰিয়াৰ দেহাৱসান

September 5, 2026 11:04 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd