• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, April 14, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসমকে ধৰি তিনি ৰাজ্যৰ বিমান বন্দৰ তুলি দিলে আডানিৰ হাতত,প্ৰতিবাদ মাত্ৰ এজন মুখ্যমন্ত্ৰীৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 20, 2020 4:49 pm

1 min read

pinrayi modi18
520
VIEWS
Share on FacebookShare on Twitter

গুজৰাটৰ বহু বিতৰ্কিত ব্যৱসায়িক গোষ্ঠী আডানী গ্ৰুপৰ হাতত গুৱাহাটীৰ গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ লগতে কেৰালাৰ থিৰুৱান্তপুৰম আৰু জয়পুৰৰ বিমান বন্দৰ গতাই দিয়া হৈছে।

কেন্দ্ৰীয় কেবিনেটে কালি আডানী গ্ৰুপৰ হাতত এই বিমান বন্দৰ কেইটা তুলি দিয়াৰ প্ৰস্তাৱত আনুষ্ঠানিক ভাৱে অনুমোদন জনায়।

দেশৰ বহু কেইটা বিমান বন্দৰ এটা বিশেষ ব্যৱসায়িক গোষ্ঠীৰ হাতত তুলি দিয়াৰ বিৰুদ্ধে বহু বাৰ প্ৰতিবাদ হৈছে।

কালি কেন্দ্ৰই আডানী গ্ৰুপক বিমান বন্দৰ হস্তান্তৰ কৰাৰ বিৰুদ্ধে তিনিখন ৰাজ্য ক্ৰমে অসম,ৰাজস্থান আৰু কেৰালাৰ ভিতৰত কেৱল কেৰালাৰ মুখ্যমন্ত্ৰীয়েহে মাত মাতিছে।

কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নে স্পষ্ট ভাষাৰে কৈছে যে কোনো কাৰণতে থিৰুৱান্তপুৰম বিমান বন্দৰ আডানী গ্ৰুপৰ হাতত তেওঁৰ চৰকাৰে গতাই নিদিয়ে।

১৯৯৩ চনতে বিমান বন্দৰ নিৰ্মাণৰ বাবে চৰকাৰে মাটি দিওতেই এই কথা জনাই দিয়া হৈছিল যে বিমান বন্দৰটো কেতিয়াও ব্যক্তিগত কোম্পানীক দিয়া নহ’ব।

কিন্তু এতিয়া মোডীৰ চৰকাৰে কেৰালাৰ চৰকাৰৰ সৈতে কোনো আলোচনা নকৰাকৈয়ে বিমান বন্দৰটো আডানী গ্ৰুপক দিছে বুলি মুখ্যমন্ত্ৰী পিনাৰায়ে ক্ষোভ ব্যক্ত কৰে। তেওঁ বিষয়টো সন্দৰ্ভত ক্ষোভ উজাৰি প্ৰধানমন্ত্ৰী মোডীলৈ এখন পত্ৰ লিখিছে।

উল্লেখ্য গুজৰাটৰ গৌতম আডানী নেতৃত্বাধীন আডানী গ্ৰুপ বৃহৎ পূজিপতি প্ৰতিষ্ঠান।

Recent News

পাকিস্তানৰ তাৰকা বাবৰ আজমৰ হাতত পৰাস্ত হ’ল ভাৰতৰ বিৰাট কোহলী! ক’ত?

পাকিস্তানৰ তাৰকা বাবৰ আজমৰ হাতত পৰাস্ত হ’ল ভাৰতৰ বিৰাট কোহলী! ক’ত?

cow

গৰু বিহু উপলক্ষ্যে অনুষ্ঠিত হ’ল গৰুৰ সৌন্দৰ্য প্ৰতিযোগিতা! অসমৰ ক’ত?

সাংবাদিকসকলক ভেকচিন প্ৰদান কৰাটো মুখ্য বিষয় হিচাপে ল’ব লাগে, ক’লে কেজৰিৱালে

সাংবাদিকসকলক ভেকচিন প্ৰদান কৰাটো মুখ্য বিষয় হিচাপে ল’ব লাগে, ক’লে কেজৰিৱালে

ক’ভিডত আক্ৰান্ত মহিলাক যৌনাকাংক্ষা পূৰণৰ প্ৰস্তাৱ দি আটক এজন চিকিৎসা বিষয়া, ক’ত?

ক’ভিডত আক্ৰান্ত মহিলাক যৌনাকাংক্ষা পূৰণৰ প্ৰস্তাৱ দি আটক এজন চিকিৎসা বিষয়া, ক’ত?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd