• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নিদাৰুণ:পিতৃ আছে কাৰাগাৰত, মাতৃয়ে গৈছে এৰি, পদপথত কুকুৰৰ সৈতেই নিশা কটায় এই শিশুটিয়ে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 17, 2020 5:39 pm

1 min read

a Screenshot_5437
2.7k
VIEWS
Share on FacebookShare on Twitter

এক নিদাৰুণ ঘটনাই জোকাৰি গৈছে সমগ্ৰ দেশৰে হৃদয়ৱান লোকসকলক।

মুজাফৰপুৰৰ এই ১০ বছৰীয়া শিশুটিৰ পিতৃ আছে কাৰাগাৰত।

শিশুটিৰ মাতৃয়েও ঘৰ-সংসাৰৰ মায়া ত্যাগ কৰি ক’ৰৱালৈ গুচি গৈছে।

এনে পৰিস্থিতিত নিঠৰুৱা হৈ পৰা শিশুটিয়ে পদপথকেই নিজৰ বাসস্থান হিচাবে বাচি ল’বলৈ বাধ্য হৈছে।

মুজাফৰপুৰৰ ৰাজপথত সকলোৱে দেখি আহিছে এই ১০ বছৰীয়া শিশুটিক।কোনোৱাই কিবা দিলে খায় আৰু একো নাপালে লঘোণেই দিনটো পাৰ কৰে।

নিশা শিশুটিয়ে পদপথতেই শোৱে।

শিশুটিক নিশা সংগ দিয়ে শিশুটিৰ পোহনীয়া কুকুৰটোৱে।নিশা কুকুৰটোৰ লগতেই একেলগে শুই থাকে শিশুটিয়ে।

কুকুৰৰ সৈতে শিশুটিয়ে একে লগে শুই থকাৰ ছবি কোনোৱাই ছ’চিয়েল মিডিয়াত ভাইৰেল কৰাৰ পিছতে শিশুটিৰ দায়িত্ব লবলৈ আগবাঢ়ি আহিছে স্থানীয় শিশু সুৰক্ষা সংস্থা এটা।সংস্থাটোৱে শিশুটিৰ ভৰণ-পোষণৰ লগতে শিক্ষা দানৰো দায়িত্ব লোৱা বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে সাধাৰণ এটা অপৰাধ কৰাৰ বাবেই শিশুটিৰ পিতৃ বৰ্তমান কাৰাগাৰত আছে।

শিশুটিয়ে প্ৰচণ্ড শীততো পদপথতেই নিজৰ মৰমৰ কুকুৰটোৰে শুই থকাৰ দৃশ্য দেখি ব্যথিত হৈ পৰিছে হৃদয়ৱান লোকসকল।

Recent News

Sualkusi

প্ৰস্তাৱিত ভূমি পৰিদৰ্শন উপায়ুক্তৰ : অতি শীঘ্ৰেই শুভাৰম্ভ হ’ব শুৱালকুছিত অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ কাম

প্ৰথমবাৰৰ বাবে ভাৰত বনাম ভাৰত এ-ৰ মাজত অনুষ্ঠিত হ’ব এখন আকৰ্ষণীয় ক্ৰিকেট মেচ

প্ৰথমবাৰৰ বাবে ভাৰত বনাম ভাৰত এ-ৰ মাজত অনুষ্ঠিত হ’ব এখন আকৰ্ষণীয় ক্ৰিকেট মেচ

Bajali

বৰপেটা পৰিবহণ বিভাগৰ চৰম ব্যৰ্থতা : পথ সুৰক্ষা সপ্তাহতে ৬ লোকৰ দুৰ্ঘটনাত মৃত্যু

index.jpgs

লাল কিল্লা কাণ্ডৰ পিছত চাপত কৃষক সংগঠন! : ১ ফেব্ৰুৱাৰীৰ সংসদ অভিযান বাতিল; কি হ’ব পৰৱৰ্তী কাৰ্যসূচী?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd