DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 28, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

৪ অক্টোবৰৰ পৰা আৰম্ভ হ’ব পুৰণিগুদাম শাৰদীয় শিশু গ্ৰন্থমেলা

ভাৰ্গব হাজৰিকা by ভাৰ্গব হাজৰিকা
September 30, 2019 8:49 am
1.9k
VIEWS
Share on FacebookShare on Twitter

বিগত বৰ্ষসমূহৰ দৰে এইবাৰো অহা ৪ অক্টোবৰৰ পৰা ৮ অক্টোবৰলৈ নগাঁও পুৰণিগুদামৰ মাধৱ কন্দলি ক্ষেত্ৰত ‘পুৰণিগুদাম শাৰদীয় শিশু গ্ৰন্থমেলা’ অনুষ্ঠিত হ’ব।

উল্লেখযোগ্য যে পুৰণিগুদাম প্ৰেছ ক্লাবৰ উদ্যোগত অনুষ্ঠিত হৈ অহা তথা ১৯৯৬ চনতে আৰম্ভ হোৱা অসমৰ প্ৰথমখন শিশু গ্ৰন্থমেলা হিচাপে প্ৰতিষ্ঠা লাভ কৰা গ্ৰন্থমেলাখনে এইবাৰ চতুৰ্বিংশতিতম বৰ্ষত পদাৰ্পন কৰিব।

বিভিন্ন কাৰ্যসুচীৰে আয়োজন কৰিবলৈ লোৱা গ্ৰন্থমেলাখন সুকলমে পৰিচালনাৰ বাবে কালি অৰ্থাৎ দেওবাৰে প্ৰাক্তন ছাত্ৰ নেতা মনিমাধৱ মহন্তক সভাপতি, দিগন্ত ভূঞাক সম্পাদক হিচাপে লৈ এখন পৰিচালনা সমিতি গঠন কৰা হয়।

৫ দিনীয়া অনুষ্ঠানতিত আলোচনা চক্ৰৰ পৰা আৰম্ভ কৰি সংগীতানুষ্ঠান, কবিতা পাঠ, চিত্ৰাংকন প্ৰতিযোগিতা, লোকবাদ্য আৰু লোকনৃত্য অনুষ্ঠানকে ধৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব।

ইয়াৰ উপৰি গ্ৰন্থমেলাখনত স্মৃতি গ্ৰন্থ “শেৱালি” উন্মোচন কৰা হ’ব। এই উদ্দেশ্যে মণিমাধৱ মহন্তক সভাপতি হিচাপে লৈ ষড়াণন বৰা আৰু ভাৰ্গব হাজৰিকাৰ সম্পাদনাত পুৰণিগুদাম প্ৰেছ ক্লাবৰ আহ্বানত গঠন হোৱা স্মৃতি গ্ৰন্থ প্ৰকাশক কমিটিয়ে অন্তিম প্ৰস্তুতি চলাই আছে।

Recent News

Maharashtra Crisis

বিজেপিৰ ঠাঁৰত নহয়, গুৱাহাটীলৈ নিজ ইচ্ছামতে আহিছে বিসম্বাদী বিধায়ক! স্বীকাৰোক্তি একনাথ সিন্দেৰ

Doloo Tea Estate

চাহ শ্ৰমিকক অন্ধকাৰলৈ ঠেলি ডলু বাগিচাত লক আউট ঘোষণা কৰ্তৃপক্ষৰ

Benefits of the raw Mangoes: কেঁচা আম খাবলৈ বৰ জুতি; কিন্তু কেঁচা আমৰ উপকাৰিতাৰ বিষয়ে জানেনে?

Benefits of the raw Mangoes: কেঁচা আম খাবলৈ বৰ জুতি; কিন্তু কেঁচা আমৰ উপকাৰিতাৰ বিষয়ে জানেনে?

চাইবাৰ অপৰাধীৰ কবলত কেইবাগৰাকী স্বনামধন্য অসমীয়া সাহিত্যিকৰ গ্ৰন্থ; এজনক গ্ৰেপ্তাৰ

চাইবাৰ অপৰাধীৰ কবলত কেইবাগৰাকী স্বনামধন্য অসমীয়া সাহিত্যিকৰ গ্ৰন্থ; এজনক গ্ৰেপ্তাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd