• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ওদালগুৰিত শোকাৱহ ঘটনা: মাছ ধৰিবলৈ গৈ নিহত শিশু, বাঢ়নী পানীয়ে উটুৱাই নিলে যুৱকক

চাজিদ খান, ওদালগুৰি by চাজিদ খান, ওদালগুৰি
June 20, 2022 10:05 am
Flood in Assam
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ ৰাজ্যতে বানে সৃষ্টি কৰিছে ভয়াৱহ পৰিস্থিতিৰ। আগতীয়া বানৰ তাণ্ডৱত সমগ্ৰ ৰাজ্যত মৃত্যু হৈছে কেইবাগৰাকীও লোকৰ। বানৰ কবলত পৰিছে ওদালগুৰি জিলাৰো বিভিন্ন স্থান।

বানৰ এই তাণ্ডৱৰ মাজতে জিলাখনত দুই পৃথক ঘটনাত এজন শিশুৱে প্ৰাণ হেৰুওৱাৰ লগতে এজন যুৱকক বাঢ়নী পানীয়ে উটুৱাই নিয়ে। ওদালগুৰিৰ ডিমাকুছি থানাৰ অন্তৰ্গত ৩ নং উত্তৰ ডিমাকুছিত বৰশী বাবলৈ গৈ মৃত্যু হয় এজন ১০ বছৰীয়া শিশুৰ।

Apply Now

স্থানীয় ৰবুল তালুকদাৰ নামৰ লোকজনৰ ১০ বছৰীয়া পুত্ৰ তথা পঞ্চম শ্ৰেণীৰ ছাত্ৰ অংশুমান তালুকদাৰে বৰশী বাবলৈ গৈ অতি কৰুণভাৱে মৃত্যুক আকোৱালি লব লগীয়া হয়।

জানিব পৰা মতে দেওবাৰে দিনৰ প্ৰায় ১২ মান বজাত ঘৰৰ ওচৰতে থকা এটা খাৱৈত পৰিয়ালৰ অজ্ঞাতে বৰশী বাবলৈ গৈছিল অংশুমানে।

কিন্তু বৰশী বাবলৈ গৈ এটা দ খাৱৈত পৰি কৰুণ ভাৱে মৃত্যুক আকোঁৱালি লয় অংশুমানে। শিশুটিৰ মৃত্যুত শোকাহত হৈ পৰিছে সমগ্ৰ অঞ্চলটো।

এই ঘটনাৰ পিছতে ডিমাকুছি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃত শিশুটিক উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ওদালগুৰিলৈ প্ৰেৰণ কৰে।

আনহাতে ওদালগুৰিৰ ৰৌতাৰ ধনশ্ৰী খুটিত মাছ ধৰিবলৈ গৈ সন্ধানহীন হৈছে এজন যুৱক। ৰবিবাৰে দুপৰীয়া ‌ধনশ্ৰী নদীৰ বাঢ়নী পানীৰ প্ৰবল সোঁতত উটি যায় যুৱকজন।সন্ধানহীন যুৱকজন আজিজুৰ ৰহমান(২০) বুলি জানিব পৰা গৈছে।

ঘটনা অনুসৰি ধনশ্ৰী নৈত মাছ ধৰাৰ উদ্দেশ্যে আজিজুৰ ৰহমান, জিয়াৰুল হক, আংকুচ আলী, ইলিয়াছ আলী আৰু আলেফ উদ্দিন নামৰ লোক কেইজনে হাতত জাল লৈ মাছ মাৰিবলৈ গৈছিল।

মাছ মৰাৰ উদ্দেশ্যে ধনশ্ৰী নদী পাৰ হওঁতেই আজিজুৰ ৰহমান নামৰ যুৱকজন পানীৰ সোঁতত উটি গৈ সন্ধানহীন হৈ পৰে।ইফালে বাকী চাৰি জন লোক কোনোমতে পানীৰ পৰা প্ৰাণ ৰক্ষা কৰি পাৰলৈ উঠি আহে।

নদীৰ বাঢ়নী পানীৰ ঢলত যুৱকজন উটি যোৱাৰ খবৰ লাভ কৰাৰ পিছতে সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। পিছত স্থানীয় লোকে যুৱকজন নিখোজ হোৱাৰ বিষয়ে ৰৌতা আৰক্ষী থানাত খবৰ দিয়ে।

ঘটনাস্থলীত NDRFৰ দল উপস্থিত হৈ উদ্ধাৰ অভিযান চলাই আছে যদিও এতিয়াও কোনো শুংসূত্ৰ পোৱা নাই আজিজুৰ ৰহমানৰ।

চাজিদ খান, ওদালগুৰি

চাজিদ খান, ওদালগুৰি

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘মহিলাসকলে ঘৰৰ বাহিৰলৈ যোৱা উচিত নহয়’, কেৰালাৰ গ্ৰেণ্ড মুফতিৰ বিতৰ্কিত মন্তব্য

‘মহিলাসকলে ঘৰৰ বাহিৰলৈ যোৱা উচিত নহয়’, কেৰালাৰ গ্ৰেণ্ড মুফতিৰ বিতৰ্কিত মন্তব্য

August 31, 2026 1:02 pm
অসমৰ কাৰাগাৰত ভয়ংকৰ হাৰত বৃদ্ধি পাইছে এইচ আই ভি ৰোগী : মাত্ৰ চাৰি মাহত ২২৬ জন আক্ৰান্ত

অসমৰ কাৰাগাৰত ভয়ংকৰ হাৰত বৃদ্ধি পাইছে এইচ আই ভি ৰোগী : মাত্ৰ চাৰি মাহত ২২৬ জন আক্ৰান্ত

August 31, 2026 12:50 pm
ইউ এছ অ’পেনত অঘটন: অসুস্থতাৰ ওচৰত হাৰ মানি প্ৰথম ৰাউণ্ডৰ পৰাই বিদায় ন’ভাক জ’কভিচৰ

ইউ এছ অ’পেনত অঘটন: অসুস্থতাৰ ওচৰত হাৰ মানি প্ৰথম ৰাউণ্ডৰ পৰাই বিদায় ন’ভাক জ’কভিচৰ

August 31, 2026 11:45 am
উত্তৰাখণ্ডৰ ‘শুদ্ধিকৰণ’ কাণ্ডক লৈ ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ : ‘জাতিবিদ্বেষী মন্তব্য’ৰ অভিযোগ

উত্তৰাখণ্ডৰ ‘শুদ্ধিকৰণ’ কাণ্ডক লৈ ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ : ‘জাতিবিদ্বেষী মন্তব্য’ৰ অভিযোগ

August 31, 2026 11:17 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘মহিলাসকলে ঘৰৰ বাহিৰলৈ যোৱা উচিত নহয়’, কেৰালাৰ গ্ৰেণ্ড মুফতিৰ বিতৰ্কিত মন্তব্য

‘মহিলাসকলে ঘৰৰ বাহিৰলৈ যোৱা উচিত নহয়’, কেৰালাৰ গ্ৰেণ্ড মুফতিৰ বিতৰ্কিত মন্তব্য

August 31, 2026 1:02 pm
অসমৰ কাৰাগাৰত ভয়ংকৰ হাৰত বৃদ্ধি পাইছে এইচ আই ভি ৰোগী : মাত্ৰ চাৰি মাহত ২২৬ জন আক্ৰান্ত

অসমৰ কাৰাগাৰত ভয়ংকৰ হাৰত বৃদ্ধি পাইছে এইচ আই ভি ৰোগী : মাত্ৰ চাৰি মাহত ২২৬ জন আক্ৰান্ত

August 31, 2026 12:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd