• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

অন্য চিন্তা: নেহৰুৰ প্ৰাসংগিকতা আৰু শিশু দিৱস

জগন্নাথ পাঠক by জগন্নাথ পাঠক
November 14, 2023 12:21 pm
30
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নেহৰু ভাৰতৰ পৰা হেৰাই গ’ল নেকি? সঁচাকৈয়ে এইটো এটা ডাঙৰ প্ৰশ্ন হৈ ধৰা দিছে একাংশ মানুহৰ মনত। কাৰণ আজি শিশু দিৱস; এই শিশু দিৱসৰ আলমতে নেহৰুৰ প্ৰাসংগিকতাক স্মৰণ কৰাৰ প্ৰয়োজন হৈ পৰিছে।

স্বাধীন ভাৰতৰ প্ৰথমজন প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহৰু ভাৰতীয় জনমানসৰ পৰা প্ৰায় হেৰাই যাবলৈ উপক্ৰম হোৱাৰ কথা খোকোজা লগাৰ দৰে হৈ পৰিছে। কোনো কোনো মতবাদ অনুযায়ী নেহৰুৰ সন্দৰ্ভত কিছুমান দ্বিমতৰ অৱতাৰণা হোৱা দেখা যায়, তথাপিও কিন্তু ভাৰতীয় ইতিহাসৰ পৰা নেহৰুৰ প্ৰাসংগিকতাক নিশ্চয় অবলুপ্তি ঘটোৱাৰ প্ৰশ্নই উঠিব নোৱাৰে।

লগতে পঢ়কঃ আধুনিক ভাৰতৰ নিৰ্মাতা জৱাহৰলাল নেহৰুৰ যি পাঁচটা অৱদান কেতিয়াও পাহৰিব নোৱাৰি

Apply Now

শিশু দিৱসে যেনেদৰে নেহৰুক ভাৰতীয় সমাজ ব্যৱস্থাত তুলি ধৰি আছে, আন কিছুমান আৰ্হি যেনে যুৱ চেতনা, অৰ্থনৈতিক আৰু আন্তৰ্জাতিক প্ৰেক্ষাপটৰ ঘটনা কিছুমানেও নেহৰুক ভাৰতীয় জনগণৰ মাজত সদায় প্ৰাসংগিক কৰি ৰাখিছে।

সাম্ৰাজ্যবাদী শাসনৰ হাতোৰাৰ পৰা মাথো মুক্ত হোৱা আৰু বিক্ষিপ্ত হৈ থকা ভাৰতীয় ব্যৱস্থাক অতি নিষ্ঠাবান আৰু বুদ্ধিমত্তাপূৰ্ণ সহযোগী চৰ্দাৰ বল্লভভাই পেটেলৰ প্ৰেৰণাৰে একগোট কৰি আপোন ভৰিত থিয় দি বিশ্বৰ বুকুত সাহসিকতাৰে মূৰ দাঙি থকাৰ দৃঢ়তাৰ শিক্ষা দিয়া নেহৰুক নিশ্চয়কৈ ভাৰতীই পাহৰিব নোৱাৰে।

বহুবোৰ কাৰকক জুকিয়াই নতুনকৈ আইনা চাবলৈ শিকা ভাৰতীয় সকলক আঙুলিত ধৰি আগবঢ়াই নিবলৈ পেটেলৰ দৰে লৌহ মানবৰ সততাক সাৰোগত কৰি মহাপ্ৰতাপী সাম্ৰাজ্যবাদী শক্তি ইংৰাজৰ মুখা-মুখি হৈ ভাৰতীয় সকলক সচেতন কৰি গঢ়ি তুলিবলৈ নেহৰুৱে যি প্ৰয়াস কৰিছিল, সেয়া জানো ভাৰতীয় জাতীয়তাবাদে পাহৰিব ?

লগতে পঢ়কঃ Children’s Day 2023: আজি ১৪ নৱেম্বৰ শিশু দিৱসৰ ইতিহাস, তাৎপৰ্য্য আৰু উদযাপন

সেয়েহে সেই কালৰ শিশু সকলক গঢ়ি তুলিবলৈ আৰু তেওঁলোকে ভবিষ্যতৰ বুকুত ভাল নাগৰিক হৈ পৰিচিতি লাভ কৰাৰ উদ্দেশ্যেৰে নিজৰ জন্মদিনটোকে শিশু দিৱসৰ উদ্যম লোৱা নেহৰুক নিশ্চয় সৰ্বকাল প্ৰাসংগিক কৰি ৰাখিব।

জগন্নাথ পাঠক

জগন্নাথ পাঠক

Stay Connected

  • 117k Fans

Recent News

‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

August 16, 2026 8:40 pm
পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

August 16, 2026 7:45 pm
স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

August 16, 2026 6:24 pm
নালছাৰ বিতৰ্কৰ অৱসান: অৱশেষত আইনৰ ছাত্ৰ-ছাত্ৰীৰ ওচৰত ক্ষমা বিচাৰিলে বাৰ কাউন্সিলৰ অধ্যক্ষই

নালছাৰ বিতৰ্কৰ অৱসান: অৱশেষত আইনৰ ছাত্ৰ-ছাত্ৰীৰ ওচৰত ক্ষমা বিচাৰিলে বাৰ কাউন্সিলৰ অধ্যক্ষই

August 16, 2026 5:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

August 16, 2026 8:40 pm
পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

August 16, 2026 7:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd