• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মাস্ক পৰিধান নকৰাকৈ ছেল্ফি তোলাৰ বাবে জৰিমনা বিহা হ’ল ৰাষ্ট্ৰপতিক!

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 19, 2020 2:28 pm

1 min read

Pinera-selfie-twitter

মাস্ক নিপিন্ধাকৈ ছেল্ফি তোলা চিলিৰ ৰাষ্ট্ৰপতি ছেবাষ্টিয়ান পিনাৰে। ফটো: টুইটাৰ

2.6k
VIEWS
Share on FacebookShare on Twitter

মাস্ক পৰিধান নকৰি ছেল্ফি তোলাৰ বাবে জৰিমনাৰ সন্মুখীন হ’বলগীয়া হ’ল চিলিৰ ৰাষ্ট্ৰপতি ছেবাষ্টিয়ান পিনেৰা।

বাতৰি অনুসৰি, চলিত মাহৰ আৰম্ভণিতে চিলিৰ ৰাষ্ট্ৰপতি ছেবাষ্টিয়ান পিনেৰাই সাগৰৰ তীৰত ফুৰিবলৈ গৈছিল।

তাত যোৱাৰ পাছতে এগৰাকী মহিলাই বৰ আগ্ৰহেৰে তেওঁৰ সৈতে ছেল্ফি তোলে। কিন্তু ছেল্ফি তোলাৰ সময়ত মাস্ক পৰিধান কৰা নাছিল ৰাষ্ট্ৰপতি পিনেৰাই।

মহিলাগৰাকীয়ে সাগৰ তীৰত উঠা সেই ফটো ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰে। তাৰ পাছতেই বিতৰ্কৰ সূত্ৰপাত হয়।

ইয়াৰ বাবে জৰিমনা ভৰিবলগীয়া হ’ল চিলিৰ ৰাষ্ট্ৰপতিগৰাকীয়ে। পিনেৰাক ৩৫০০ ডলাৰ অৰ্থাৎ ভাৰতীয় মুদ্ৰাত প্ৰায় ২লাখ ৬০হাজাৰ টকা জৰিমনা বিহা হয়।

উল্লেখ্য যে দেশখনত ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক। এইক্ষেত্ৰত কঠোৰ নিয়ম বলবৎ কৰা হৈছে। এই নিয়ম উলংঘা কৰিলে জৰিমনাৰ লগতে কাৰাদাণ্ডও বিহা হয়।

ৰাষ্ট্ৰপতিগৰাকীয়ে অৱশ্যে জৰিমনা ভৰিয়েই ৰক্ষা পৰিছে। তেওঁ মাস্ক পৰিধান নকৰাকৈ ছেল্ফি তোলাৰ পাছতে এনে ঘটনাৰ বাবে ক্ষমা বিচাৰিছে।

Recent News

ঐতিহাসিক লাল কিল্লাত প্ৰৱেশ প্ৰতিবাদী কৃষকৰ; উৰুৱালে নিজৰ পতাকা

ঐতিহাসিক লাল কিল্লাত প্ৰৱেশ প্ৰতিবাদী কৃষকৰ; উৰুৱালে নিজৰ পতাকা

কোকিলা গাঁও পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ

কোকিলা গাঁও পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ

Bokakhat republic day

ৰাষ্ট্ৰৰ লগতে বোকাখাততো ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন; বিভিন্ন জনক সম্বৰ্ধনা

বেৰিকেড ভাঙি দিল্লীত প্ৰৱেশ কৃষকৰ, প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ কন্দুৱা গেছ, লাঠীচালনা

বেৰিকেড ভাঙি দিল্লীত প্ৰৱেশ কৃষকৰ, প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ কন্দুৱা গেছ, লাঠীচালনা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd