• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পাঁচগৰাকী চীনা সৈন্যৰ মৃত্যু; ভাৰতীয় সৈন্যৰ মৃত্যুৰ পাছতে সীমা অতিক্ৰম কৰি ভাৰতীয় সৈন্য বাহিনীয়ে খেদি যোৱাৰ অভিযোগ চীনৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , June 16, 2020 3:23 pm

1 min read

পাঁচগৰাকী চীনা সৈন্যৰ মৃত্যু; ভাৰতীয় সৈন্যৰ মৃত্যুৰ পাছতে সীমা অতিক্ৰম কৰি ভাৰতীয় সৈন্য বাহিনীয়ে খেদি যোৱাৰ অভিযোগ চীনৰ

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

25k
VIEWS
Share on FacebookShare on Twitter

লাডাখত ভাৰত আৰু চীনৰ সৈন্য বাহিনীৰ মাজত সংঘটিত হিংসাত্মক আক্ৰমণ-প্ৰত্যাক্ৰমণত ভাৰতীয় সেনা বাহিনীৰ এগৰাকী বিষয়াকে ধৰি দুজন জোৱান শ্বহীদ হোৱাৰ পাছত ভাৰতীয় সেনা বাহিনীয়ে সীমান্ত অতিক্ৰম কৰি বুলি অভিযোগ উত্থাপন কৰিছে চীনা সৈন্যই।

ভাৰতীয় সেনা বাহিনীয়ে সীমান্ত অতিক্ৰম কৰা বুলি অভিযোগ উত্থাপন কৰি চীনে ভাৰতক সমস্যা অধিক জটিল কৰিব পৰা ধৰণে একপক্ষীয়ভাৱে সিদ্ধান্ত গ্ৰহণ নকৰিবলৈ অনুৰোধ কৰে।

আনহাতে, চীনৰ চৰকাৰী সংবাদপত্ৰ গ্লোবেল টাইমছত উল্লেখিত বাতৰি অনুসৰি লাডাখৰ গলৱান ঘাটিত ভাৰত-চীনৰ সংঘৰ্ষত ভাৰতীয় সৈন্যৰ হাতত পাঁচজন চীনা সৈন্যৰ মৃত্যু হোৱাৰ লগতে এঘাৰ গৰাকী জোৱান আঘাতপ্ৰাপ্ত হৈছে।

উল্লেখযোগ্য যে, লাডাখত ভাৰতীয় সৈন্যৰ মৃত্যুৰ পাছতে পৰিস্থিতি অধিক অৱনতিৰ আশংকাত দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে চীপ অফ ডিফেঞ্চ ষ্টাফ জেনেৰেল বিপিন ৰাৱাট আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ সৈতে এখন বৈঠকত অংশগ্ৰহণ কৰিছে।

এই বৈঠকতে ভাৰতৰ চীনক লৈ কি পদক্ষেপ গ্ৰহণ কৰে সেয়া নিৰ্ণয় কৰা হ’ব বুলি জানিব পৰা গৈছে।

Recent News

ajit

টীয়কত চুতীয়া জাতি সন্মিলনৰ মাঘী উৎসৱ উদযাপন

কাৰ্বিআংলঙত দুষ্কৃতিকাৰীৰ গুলিচালনাত দুগৰাকী ব্যক্তিৰ মৃত্যু, তদন্তৰ নিৰ্দেশ মুখ্য মন্ত্ৰীৰ

কাৰ্বিআংলঙত দুষ্কৃতিকাৰীৰ গুলিচালনাত দুগৰাকী ব্যক্তিৰ মৃত্যু, তদন্তৰ নিৰ্দেশ মুখ্য মন্ত্ৰীৰ

CBSC-Exam-750x375

২ ফেব্ৰুৱাৰিত প্ৰকাশ পাব চিবিএছচিৰ দশম-দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ সূচী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰী

a ca

আঁতৰা নাই ক’ৰ’ণাতংক: জুলাইলৈ পিচুৱালে ৭৪ সংখ্যক কাঁ চলচ্চিত্ৰ মহোৎসৱ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd