• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আতংকিত হোৱাৰ কোনো তাৎক্ষণিক কাৰণ নাই! ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ বৃহৎ নদী বান্ধ সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 22, 2025 12:43 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ব্ৰহ্মপুত্ৰ নদীত চীনৰ আটাইটকৈ বৃহৎ নদী বান্ধ নিৰ্মানৰ কথা ঘোষণাৰ পিছতে ইয়াৰ পৰা হ’ব পৰা ভয়াবহ পৰিণতিক লৈ সচেতন ৰাইজে উদ্বেগ প্ৰকাশ কৰা সময়তে, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ব্ৰহ্মপুত্ৰ নদীত চীনৰ ১৬৭.৮ বিলিয়ন ডলাৰৰ ব্যয় সাপেক্ষে নিৰ্মান হ’বলগীয়া নতুন জলবিদ্যুৎ প্ৰকল্পক লৈ কোনো আতংকিত হোৱাৰ কোনো তাৎক্ষণিক কাৰণ নাই বুলি উল্লেখ কৰে। গুৱাহাটীত ভাষণ দি তেওঁ বুজাই দিয়ে যে নদীখন কেৱল তিব্বতৰ পানীৰ ওপৰত নিৰ্ভৰশীল নহয়, য’ত চীনে মথাউৰি নিৰ্মাণ কৰি আছে। বৰঞ্চ ব্ৰহ্মপুত্ৰৰ বহুখিনি পানী অৰুণাচল প্ৰদেশ, ভূটান, আৰু অসমৰ বৰষুণৰ পৰা আহে।

ভাৰত-চীন সীমান্তৰ সমীপৰ তিব্বতৰ নিয়িংচি চহৰত চীনে এই বৃহৎ নদীবান্ধ নিৰ্মাণৰ কাম আৰম্ভ কৰে। ইয়াৰ দ্বাৰা ৩০ কোটিতকৈ অধিক লোকৰ বাবে পৰ্যাপ্ত বিদ্যুৎ উৎপাদন হোৱাৰ সম্ভাৱনা আছে, যাৰ ফলত ই চীনৰ থ্ৰী গৰ্জ বান্ধতকৈও ডাঙৰ হ’ব। কিন্তু ভাৰত আৰু বাংলাদেশৰ বিশেষজ্ঞসকলে চিন্তিত যে ইয়াৰ দ্বাৰা তলৰ পানীৰ প্ৰবাহ হ্ৰাস পাব পাৰে বা সংঘাতৰ সময়ত পানী নিয়ন্ত্ৰণৰ বাবে ব্যৱহাৰ কৰিব পাৰে।

Apply Now

ইফালে শৰ্মাই উল্লেখ কৰে যে বান্ধটোৰ প্ৰভাৱ স্পষ্ট নহয়। একাংশ বিশেষজ্ঞই কয় যে কম পানীয়ে অসমৰ জৈৱ বৈচিত্ৰ্যৰ ক্ষতি কৰিব পাৰে, আনহাতে আন কিছুমানে বিশ্বাস কৰে যে ইয়াৰ ফলত বানপানী হ্ৰাস পাব পাৰে। বৰষুণীয়া, ভূমিকম্পৰ প্ৰৱণ অঞ্চলত বান্ধটোৰ অৱস্থানে ইয়াৰ সুৰক্ষাৰ প্ৰতি উদ্বেগ বৃদ্ধি কৰিছে।

উল্লেখনীয় ২০০৬ চনত স্থাপন কৰা এক্সপাৰ্ট লেভেল মেকানিজম নামৰ মঞ্চৰ জৰিয়তে দুয়োখন দেশে নদীৰ তথ্য ভাগ-বতৰা কৰে। এই ধৰণৰ প্ৰকল্পৰ সৈতে পৰিৱেশ ভাৰসাম্যতা, ভূৰাজনৈতিক তথা বৈদেশিক নীতিৰ দৰে দিশসমূহও অন্তৰ্ভুক্ত হৈ আছে। এনে পৰিস্থিতিত বিশেষজ্ঞৰ পৰ্যৱেষণ আৰু অধ্যয়নৰ জৰিয়তে কোনো ক্ষয় ক্ষতি নোৱাকৈ সিদ্ধান্তলৈ অহাতো  বিশেষজ্ঞসকলৰ লগতে সাধাৰণ ৰাইজেও বিচাৰে।  

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰণবীৰৰ আগতে ‘ৰাম’ৰ চৰিত্ৰত অভিনয় কৰিছিল ছলমানে, ‘সীতা’ৰ চৰিত্ৰত সোণালী; কিয় মুক্তি নাপালে ‘ৰামায়ণ’?

ৰণবীৰৰ আগতে ‘ৰাম’ৰ চৰিত্ৰত অভিনয় কৰিছিল ছলমানে, ‘সীতা’ৰ চৰিত্ৰত সোণালী; কিয় মুক্তি নাপালে ‘ৰামায়ণ’?

August 6, 2026 8:57 pm
“কোনে ঘূৰাই দিব জীৱনৰ ২২ টা বছৰ?” তিনিটা হত্যাৰ অভিযুক্তক কাৰামুক্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

“কোনে ঘূৰাই দিব জীৱনৰ ২২ টা বছৰ?” তিনিটা হত্যাৰ অভিযুক্তক কাৰামুক্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

August 6, 2026 8:06 pm
অসম-নাগালেণ্ডৰ বানপীড়িতৰ কাষত গিৰিজানন্দ চৌধুৰী ‎বিশ্ববিদ্যালয়, চাৰিদিনীয়া সাহায্য অভিযান

অসম-নাগালেণ্ডৰ বানপীড়িতৰ কাষত গিৰিজানন্দ চৌধুৰী ‎বিশ্ববিদ্যালয়, চাৰিদিনীয়া সাহায্য অভিযান

August 6, 2026 7:14 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিদেশ ভ্ৰমণত কিমান টকা খৰচ হৈছে? চৰকাৰে প্ৰকাশ কৰিলে তথ্য

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিদেশ ভ্ৰমণত কিমান টকা খৰচ হৈছে? চৰকাৰে প্ৰকাশ কৰিলে তথ্য

August 6, 2026 6:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰণবীৰৰ আগতে ‘ৰাম’ৰ চৰিত্ৰত অভিনয় কৰিছিল ছলমানে, ‘সীতা’ৰ চৰিত্ৰত সোণালী; কিয় মুক্তি নাপালে ‘ৰামায়ণ’?

ৰণবীৰৰ আগতে ‘ৰাম’ৰ চৰিত্ৰত অভিনয় কৰিছিল ছলমানে, ‘সীতা’ৰ চৰিত্ৰত সোণালী; কিয় মুক্তি নাপালে ‘ৰামায়ণ’?

August 6, 2026 8:57 pm
“কোনে ঘূৰাই দিব জীৱনৰ ২২ টা বছৰ?” তিনিটা হত্যাৰ অভিযুক্তক কাৰামুক্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

“কোনে ঘূৰাই দিব জীৱনৰ ২২ টা বছৰ?” তিনিটা হত্যাৰ অভিযুক্তক কাৰামুক্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

August 6, 2026 8:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd