• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চীনে বন্দী কৰিছিল ১০ গৰাকী ভাৰতীয় সেনা : দেশবাসীৰ পৰা লুকুৱাই ৰাখিছিল ভাৰত চৰকাৰে

এন ই নাও নিউজ by এন ই নাও নিউজ
June 20, 2020 3:34 pm
index

প্রতিনিধিত্বমূলক ফ'টো, সৌজন্য-ইন্টাৰনেট

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লাডাখৰ ভাৰত-চীন সীমান্তৰ গালৱান উপত্যকাত সংঘটিত ৰক্তক্ষয় সংঘৰ্ষত ২০ গৰাকী ভাৰতীয় সৈন্য ছহিদ হোৱাৰ উপৰিও আৰু ১০ গৰাকী ভাৰতীয় সৈন্যক চীনা সৈন্যই বন্দী কৰিছিল।

বন্দী ভাৰতীয় সৈনিক কেইজনক কালি সন্ধিয়া চীনে মুকলি কৰি দিয়ে।

Apply Now

চীনৰ হাতত ভাৰতীয় সৈন্য বন্দী হোৱা সমগ্ৰ বিষয়টোক ঢাকি ৰাখিছিল ভাৰত চৰকাৰে।

ভাৰতীয় সেনা বাহিনীৰ সূত্ৰই সমগ্ৰ বিষয়টো বিভাগীয়ভাৱে আনুষ্ঠানিক ঘোষণা নকৰিলেও কিন্তু অস্বীকাৰো কৰা নাই।

চীনৰ বৈদেশিক মন্ত্ৰালয়ে জনাইছে যে, তেওঁলোকৰ হাতত ‘এতিয়া’ কোনো ভাৰতীয় সেনা বন্দী হৈ থকা নাই।

ইফালে ১০ জন ভাৰতীয় সেনা চীনৰ হাতত বন্দী হোৱাৰ কথা কেবাটাও দিনৰ পিছত দেশবাসীয়ে জানিবলৈ পোৱাত বিৰোধী আৰু প্ৰাক্তন একাংশ সেনা বিষয়াই চৰকাৰৰ বিৰুদ্ধে প্ৰশ্ন উত্থাপন কৰিছে।

আনকি চীনে মুক্তি দিয়াৰ পূৰ্ব সন্ধিয়াও ভাৰত চৰকাৰে কোনো ভাৰতীয় সৈন্য চীনৰ হাতত বন্দী হৈ থকা নাই বুলিহে দাবী কৰিছিল।

“চীনে পূৰ্ব পৰিকল্পিতভাৱে আক্ৰমণ কৰিছে। কিন্তু ভাৰত চৰকাৰে সমস্যাটো অস্বীকাৰ কৰি অন্য মোৰ দি আহিছে।” এই সন্দৰ্ভত আজি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে এইদৰে কয়।

ইফালে চৰকাৰৰ একাংশই এই সম্পৰ্কত কয় যে, সেনাকেইজনক মুক্তি কৰোৱাৰ বাবে চীনৰ সৈতে কেবা লানিও আলোচনা চলোৱা হৈছিল।

কিন্তু মুক্তিৰ আলোচনা ফলপ্ৰসূভাৱে আগনবঢ়াৰ বাবেই জাতীয় স্বাৰ্থক আগত ৰাখি দেশবাসীক কথাটো জনোৱা হোৱা নাছিল। চৰকাৰী পক্ষৰ ভাষ্য।

গালৱান উপত্যকাত সোমবাৰে সংঘটিত ৰক্তক্ষয়ী সংঘৰ্ষত মেজৰ তথা কেপ্টেইন পৰ্যায়ৰ চাৰিজন সেনা বিষয়াসহ ১০ গৰাকী ভাৰতীয় সেনাক চীনা সৈন্যই বন্দী কৰিছিল।

কালি দুই পক্ষৰ মাজত অনুষ্ঠিত হোৱা মেজৰ জেনেৰেল পৰ্যায়ৰ বৈঠকত চীনে ভাৰতীয় বন্দী সেনা কেইজনক মুকলি কৰি দিবলৈ সন্মত হয়।

আৰু ইয়াৰ পিছতে বন্দী ভাৰতীয় সেনাকেইজনক চীনে মুকলি কৰি দিয়ে।

সেনা সূত্ৰই জনাইছে যে, চীনে মুকলি কৰি দিয়াৰ পিছত ভাৰতীয় সেনাকেইজনৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছে।

বন্দীত্বৰ পৰা মুক্ত হোৱা সেনাকেইজনৰ শৰীৰত আঘাতৰ চিহ্ন স্পষ্ট হৈ আছে বুলি সেনা সূত্ৰত প্ৰকাশ।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইতিহাসৰ শিক্ষা

ইতিহাসৰ শিক্ষা

July 18, 2026 10:23 pm
বশিষ্ঠত নিশা সোণম ৱাংচুকৰ ছবি অঁকাৰ অপৰাধত দুই যুৱকক গ্ৰেপ্তাৰ আৰক্ষীৰ! চৰকাৰক কঠোৰ সমালোচনা ছাত্ৰ আৰু যুৱ সংগঠনৰ

বশিষ্ঠত নিশা সোণম ৱাংচুকৰ ছবি অঁকাৰ অপৰাধত দুই যুৱকক গ্ৰেপ্তাৰ আৰক্ষীৰ! চৰকাৰক কঠোৰ সমালোচনা ছাত্ৰ আৰু যুৱ সংগঠনৰ

July 18, 2026 9:06 pm
অসমৰ ৫গৰাকী ‘বিদেশী’ মহিলাৰ বিতাড়নত স্থগিতাদেশ বাহাল! শপতনামা দাখিলৰ বাবে ৰাজ্য চৰকাৰক দুসপ্তাহৰ সময় দিলে উচ্চতম ন্যায়ালয়ে

অসমৰ ৫গৰাকী ‘বিদেশী’ মহিলাৰ বিতাড়নত স্থগিতাদেশ বাহাল! শপতনামা দাখিলৰ বাবে ৰাজ্য চৰকাৰক দুসপ্তাহৰ সময় দিলে উচ্চতম ন্যায়ালয়ে

July 18, 2026 7:11 pm
বিতৰ্কৰ মাজতে আমিৰ খানলৈ হত্যাৰ ভাবুকি লৰেন্স বিষ্ণৈ গেঙৰ

বিতৰ্কৰ মাজতে আমিৰ খানলৈ হত্যাৰ ভাবুকি লৰেন্স বিষ্ণৈ গেঙৰ

July 18, 2026 5:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইতিহাসৰ শিক্ষা

ইতিহাসৰ শিক্ষা

July 18, 2026 10:23 pm
বশিষ্ঠত নিশা সোণম ৱাংচুকৰ ছবি অঁকাৰ অপৰাধত দুই যুৱকক গ্ৰেপ্তাৰ আৰক্ষীৰ! চৰকাৰক কঠোৰ সমালোচনা ছাত্ৰ আৰু যুৱ সংগঠনৰ

বশিষ্ঠত নিশা সোণম ৱাংচুকৰ ছবি অঁকাৰ অপৰাধত দুই যুৱকক গ্ৰেপ্তাৰ আৰক্ষীৰ! চৰকাৰক কঠোৰ সমালোচনা ছাত্ৰ আৰু যুৱ সংগঠনৰ

July 18, 2026 9:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd