• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ক’ৰ’নাক ‘চীনা ভাইৰাছ’ বুলি নকবলৈ ভাৰতক অনুৰোধ চীনৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 25, 2020 3:07 pm

1 min read

Corona

কৰ'না ভাইৰাছ প্ৰতিৰোধৰ বাবে স্প্ৰে কৰি থকা অৱস্থাত

54.1k
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ বিশ্বত ক’ৰ’না ভাইৰাছে ভয়াবহ ৰূপ ধাৰণ কৰাৰ পাছত চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়িয়ে এক সাক্ষাৎকাৰত ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰক ক’ৰ’না ভাইৰাছক চীনা ভাইৰাছ বুলি আমেৰিকাকে ধৰি কিছু সংখ্যক দেশে উল্লেখ কৰা সংকীৰ্ণ মানসিকতাৰ বিৰোধ কৰিবলৈ অনুৰোধ জনায়।

চীনৰ য়ুহান প্ৰদেশত প্ৰথম ক’ৰ’না ভাইৰাছৰ আবিৰ্ভাৱ হোৱাৰ পাছত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কোভিদ-১৯-ক চীনা ভাইৰাছ আখ্যা দিয়াৰ পৰৱৰ্তী সময়ত চীনে এই অপবাদৰ পৰা মুক্ত হ’বলৈ কূটনৈতিক প্ৰচেষ্টা অব্যাহত ৰাখিছে।

উল্লেখযোগ্য যে, চীনৰ য়ুহান প্ৰদেশত প্ৰথম আবিৰ্ভাৱ হোৱা ক’ৰ’না ভাইৰাছৰ ফলত দেশখনত তিনি সহস্ৰাধিক লোকৰ মৃত্যু হোৱাৰ পাছত ভয়াবহ ভাইৰাছ বিধ বিভিন্ন দেশলৈ বিয়পি পৰে।

পৰৱৰ্তী সময়ত ইটালীত ক’ৰ’না ভাইৰাছে সকলোতকৈ ভয়াবহ ৰূপ ধাৰণ কৰি মৃত্যু হোৱা লোকৰ সংখ্যাৰে চীনকো অতিক্ৰম কৰি ছয় সহস্ৰাধিকৰ ঘৰ স্পৰ্শ কৰে।

ভাৰততো ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত বৰ্তমানলৈ ১১ গৰাকী লোকে মৃত্যুক আকোৱালি ল’বলগীয়া হৈছে।

Recent News

কাৰ্বিআংলঙত দুষ্কৃতিকাৰীৰ গুলিচালনাত দুগৰাকী ব্যক্তিৰ মৃত্যু, তদন্তৰ নিৰ্দেশ মুখ্য মন্ত্ৰীৰ

কাৰ্বিআংলঙত দুষ্কৃতিকাৰীৰ গুলিচালনাত দুগৰাকী ব্যক্তিৰ মৃত্যু, তদন্তৰ নিৰ্দেশ মুখ্য মন্ত্ৰীৰ

CBSC-Exam-750x375

২ ফেব্ৰুৱাৰিত প্ৰকাশ পাব চিবিএছচিৰ দশম-দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ সূচী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰী

a ca

আঁতৰা নাই ক’ৰ’ণাতংক: জুলাইলৈ পিচুৱালে ৭৪ সংখ্যক কাঁ চলচ্চিত্ৰ মহোৎসৱ

উত্তৰ-পূব সীমান্ত ৰে’লৱেত ৪৪ সংখ্যক ব্যৱস্থাপনা বিকাশ প্ৰশিক্ষণ কাৰ্য্যসূচী

উত্তৰ-পূব সীমান্ত ৰে’লৱেত ৪৪ সংখ্যক ব্যৱস্থাপনা বিকাশ প্ৰশিক্ষণ কাৰ্য্যসূচী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd