• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

প্ৰথমবাৰৰ বাবে চীনে মানৱ বনাম ৰবট হাফ মাৰাথন আয়োজন কৰে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 19, 2025 1:39 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১৯ ​​এপ্ৰিলত বেইজিঙে য়িঝুৱাং হাফ মাৰাথনৰ জৰিয়তে ইতিহাস ৰচনা কৰে। প্ৰথমবাৰৰ বাবে ৰবট আৰু মানৱ দৌৰবিদৰ মাজত হাফ মাৰাথন সফলতাৰে সম্পন্ন হয়। বেইজিং ইকনমিক-টেকন’লজিকেল ডেভেলপমেণ্ট জ’নত অনুষ্ঠিত এই ২১ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই দৌৰত ড্ৰাইডভিপি আৰু ন’ইটিক্স ৰবটিক্সৰ দৰে চীনৰ কোম্পানীসমূহৰ ২১টা ৰবটে হাজাৰ হাজাৰ দৌৰবিদৰ বিৰুদ্ধে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে।

মানুহৰ গতি অনুকৰণ কৰিবলৈ ডিজাইন কৰা ৰবটে ঢাল আৰু অসমান পথৰ সৈতে মোকাবিলা কৰে আটাইতকৈ দ্ৰুততম ৰবট টিয়াংগং আল্ট্ৰাই ২ ঘণ্টা ৪০ মিনিটত দৌৰ সম্পূৰ্ণ কৰাৰ বিপৰীতে শীৰ্ষস্থানীয় মানৱ দৌৰবিদজনে এঘণ্টাৰ অলপ বেছি সময়ত ফিনিচিং লাইন অতিক্ৰম কৰে।

Apply Now

এই মাৰাথনত চীনৰ ৰবটিক্স আৰু এআইৰ অগ্ৰগতিৰ ওপৰত আলোকপাত কৰা হৈছে বুলি সদৰী কৰিছে। ১২০ চে.মি.ৰ পৰা ১.৮ মিটাৰ দীঘল ৰবটবোৰে চকাবিহীনভাৱে স্বায়ংচালিত ভাবে বা ৰিম’ট কণ্ট্ৰ’ল কৰা দুখন ভৰিৰে দৌৰিব বা খোজ কাঢ়িবলৈ দিয়া হৈছিল।

শীৰ্ষ তিনিটা স্থান দখল কৰা মানুহ বা ৰবটক ৫ হাজাৰ ইউয়ান (৬৯০ ডলাৰ) পৰ্যন্ত পুৰস্কাৰ প্ৰদান কৰা হয় আৰু শ্ৰেষ্ঠ খোজ, সৃষ্টিশীলতা আৰু সহনশীলতা প্ৰদৰ্শন কৰা ৰবটৰ বাবে বিশেষ পুৰস্কাৰ প্ৰদান কৰা হয়। এই দৌৰৰ জড়িয়তে ৰবটসমূহৰ বাস্তৱ জগতৰ প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰাৰ ক্ষমতা পৰীক্ষা কৰা হৈছিল, ক্ৰীড়াৰ বাহিৰে কামৰ বাবেও ৰবটৰ সম্ভাৱনা প্ৰদৰ্শন কৰা হৈছিল।

চীনে বিশ্বব্যাপী ৰবটিক্স উদ্যোগক নেতৃত্ব দিয়াৰ লক্ষ্য ৰাখিছে, আৰু এই অনুষ্ঠানটো সেই লক্ষ্যৰ দিশত এক পদক্ষেপ আছিল বুলি উল্লেখ কৰে। একাংশ বিশেষজ্ঞই কয় যে এই দৌৰত এআই উদ্ভাৱনতকৈ হাৰ্ডৱেৰ সহ্যশক্তিৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছিল যদিও ই চীনৰ ৰবটিক উচ্চাকাংক্ষাৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰিছিল।

উল্লেখ্য যে বেইজিঙে ২০২৫ চনৰ আগষ্ট মাহত বিশ্ব হিউমেন’ইড ৰবট স্প’ৰ্টছ গেমছৰ দৰে অধিক প্ৰতিযোগিতাৰ পৰিকল্পনা কৰিছে বুলি সদৰী কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

July 17, 2026 9:52 pm
বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

July 17, 2026 9:35 pm
ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

July 17, 2026 8:49 pm
১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

July 17, 2026 7:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

July 17, 2026 9:52 pm
বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

July 17, 2026 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd