• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অচিন চীনৰ অজান খৱৰ! চীনে নিৰ্মাণ কৰিব কোভিড প্ৰুফ এখন বিশাল চহৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 14, 2020 9:40 am
COVID proof city

চীনৰ কোভিড প্ৰুফ চহৰৰ আৰ্হি।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোভিড মহামাৰীয়ে গোটেই বিশ্বৰে জীৱন শৈলীত ব্যাপক প্ৰভাৱ পেলাইছে। আনকি এতিয়াও কৰ’নাৰ অৱসান কেতিয়া গটিব সেয়া কোৱাটো কঠিন হৈ পৰিছে। এই মুহূৰ্তত কৰ’নাৰ সংহাৰে সমগ্ৰ বিশ্বকে আতংকিত কৰি ৰাখিছে।

কৰ’নাক নিয়ন্ত্ৰণ কৰিবলৈ ইয়াৰ উপায় উদ্ভাৱণৰ বাবে ব্যস্ত হৈ পৰিছে বিশ্বৰ সমস্ত বিজ্ঞানী মহল।

Apply Now

ইয়াৰ মাজতে ভৱিষ্যতে আৰু যদি কোনো এনে মহামাৰী আহে, তাক ৰুধিবলৈ এখন কোভিড প্ৰুফ চহৰ গঢ়ি তুলিব চীনে।

অবিশ্বাস্য যেন লাগিলেও এয়া সত্য। কৰ’নাৰ উৎপত্তি স্থল চীনতেই নিৰ্মাণ হ’বলৈ আগবাঢ়িছে এই কোভিড প্ৰুফ চহৰ।

ভৱিষ্যতে মহামাৰী দেখা দিলে ইয়াক ৰোধ কৰিবলৈ তথা লকডাউনৰ বিধি সঠিকভাৱে মানি চলিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি কোৱা হৈছে।

বাতৰি অনুসৰি, মহামাৰীৰ সংহাৰজনক পৰিস্থিতিত সাধাৰণ নাগৰিকৰ জীৱন সুৰক্ষিত কৰাৰ বাবে নতুন ডিজাইনৰ এখন সম্পূৰ্ণ ‘কোভিড-প্ৰুফ’ স্মাৰ্ট চিটি নিৰ্মাণ কৰি তোলা হ’ব। ইয়াক গঢ়ি তোলা হ’ব দেশখনৰ জিয়ানগান নিউ অঞ্চলত।

বাতৰিত কোৱা হৈছে যে লণ্ডন চহৰৰ দৰে গঢ়ি তোলা হ’ব বেইজিঙৰ এই স্মাৰ্ট চিটিখন। ইয়াত সকলো উচ্চ প্ৰযুক্তিৰ সুবিধা থাকিব।

বৃহৎ বেলকনিসমূহক বিভক্ত কৰি বনোৱা থ্ৰি-ডি প্ৰিন্টাৰ আৰু গ্ৰীণ হাউছসমূহে ভৱিষ্যতে লকডাউনৰ সময়ত আৱাসীসকলক অধিক আৰামদায়ক পৰিৱেশ আগবঢ়াব।

ইয়াৰ প্ৰধান ৰূপকাৰগৰাকীৰ মতে হুবেই প্ৰদেশৰ এই কমপ্লেক্সটোত কাঠৰ এপাৰ্টমেন্ট ব্লক, ছাদৰ পথাৰ তথা ৰিন্যুৱেবল এনাৰ্জী থাকিব। প্ৰতিটো ব্লকতে আৱাসীসকলৰ প্ৰয়োজন পূৰণ কৰিব পৰাকৈ পৰ্যাপ্ত ঠাই থাকিব।

বাৰ্ছিলোনাৰ গুয়ালাৰ্ট আকিটেক্টে যোৱা মাহত জিয়ানগান চহৰৰ এই কোভিড-প্ৰুফ বিল্ডিঙৰ নক্সা প্ৰস্তুত কৰা প্ৰতিযোগিতাত বিজয়ী হৈছে। ইয়াত ৰাষ্ট্ৰপতি জিনপিঙক পৰৱৰ্তী যুগৰ শ্ৰেষ্ঠ ৰাষ্ট্ৰনেতা হিচাপে তুলি ধৰা হৈছে।

বাতৰি অনুসৰি, চীনৰ প্ৰস্তাৱিত এই নতুন কোভিড-প্ৰুফ চহৰত নাগৰিকসকলৰ বাবে সকলোধৰণৰ সুবিধা থাকিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘নীট’ কেলেংকাৰী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি ৰাজীৱ ভৱনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী সমদল

‘নীট’ কেলেংকাৰী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি ৰাজীৱ ভৱনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী সমদল

July 22, 2026 9:40 pm
চৰকাৰী প্ৰতিশ্ৰুতিৰ চৰ্তত অনশন ভংগৰ প্ৰস্তাৱ সোনম ৱাংচুকৰ: ছাত্ৰ প্ৰতিবাদকাৰীৰ সুৰক্ষাৰ দাবী

চৰকাৰী প্ৰতিশ্ৰুতিৰ চৰ্তত অনশন ভংগৰ প্ৰস্তাৱ সোনম ৱাংচুকৰ: ছাত্ৰ প্ৰতিবাদকাৰীৰ সুৰক্ষাৰ দাবী

July 22, 2026 8:38 pm
অসমৰ বান পৰিস্থিতি ভয়াবহ: মুখ্যমন্ত্ৰীৰ বানপীড়িত অঞ্চল দৰ্শন আৰু মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাৰ এককালীন সাহায্য ঘোষণা

অসমৰ বান পৰিস্থিতি ভয়াবহ: মুখ্যমন্ত্ৰীৰ বানপীড়িত অঞ্চল দৰ্শন আৰু মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাৰ এককালীন সাহায্য ঘোষণা

July 22, 2026 7:18 pm
প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ: ৰাহুল গান্ধীক আটক, স্বতন্ত্ৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ: ৰাহুল গান্ধীক আটক, স্বতন্ত্ৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

July 22, 2026 6:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘নীট’ কেলেংকাৰী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি ৰাজীৱ ভৱনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী সমদল

‘নীট’ কেলেংকাৰী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি ৰাজীৱ ভৱনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী সমদল

July 22, 2026 9:40 pm
চৰকাৰী প্ৰতিশ্ৰুতিৰ চৰ্তত অনশন ভংগৰ প্ৰস্তাৱ সোনম ৱাংচুকৰ: ছাত্ৰ প্ৰতিবাদকাৰীৰ সুৰক্ষাৰ দাবী

চৰকাৰী প্ৰতিশ্ৰুতিৰ চৰ্তত অনশন ভংগৰ প্ৰস্তাৱ সোনম ৱাংচুকৰ: ছাত্ৰ প্ৰতিবাদকাৰীৰ সুৰক্ষাৰ দাবী

July 22, 2026 8:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd