• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মানুহ বা যন্ত্ৰয়ো ধৰিব নোৱাৰে! চীনে এআইৰ ওপৰত গোপন গৱেষণা কৰি বিশ্বক আচৰিত কৰিবনে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 24, 2025 6:30 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘মই মেচিন নহয়, মই জীৱ’… সত্যজিৎ ৰায়ৰ ছবি ‘হীৰক ৰাজৰ দেশ’ৰ ক্লাইমেক্সত গুপীৰ গীতটো মনত আছেনে? যন্ত্ৰ আৰু আত্মাৰ মাজৰ এই বিভাজন যেন ভাঙি গৈ আছে। OpenAI আৰু Meta-এ বিশাল ভাষাৰ আৰ্হি নিৰ্মাণত ব্যস্ত থকাৰ সময়তে চীনে এক বেলেগ পথ গ্ৰহণ কৰিছে। মগজু-কম্পিউটাৰ সংযোজনৰ জগতখনত প্ৰৱেশ কৰিছে। য’ত মগজু আৰু কম্পিউটাৰ চাৰ্কিটৰ সংমিশ্ৰণেৰে মানুহ আৰু যন্ত্ৰক একত্ৰিত কৰাৰ পৰিকল্পনা কৰা হৈছে।

কেৱল অধিক স্মাৰ্টফোন বা ৰবট সহায়ক নহয়, চীনে এক বৃহৎ বিপ্লৱৰ সৃষ্টি কৰিবলৈ ওলাইছে। এআইৰ ক্ষেত্ৰত বিশ্বৰ উন্নত আৰু উন্নয়নশীল দেশসমূহৰ মাজত তীব্ৰ প্ৰতিযোগিতা চলি থকাৰ সময়তে বেইজিঙে সম্পূৰ্ণ বেলেগ ধৰণেৰে কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত শীৰ্ষস্থান দখল কৰিবলৈ বিচাৰিছে। এতিয়ালৈকে কোনো সবিশেষ জানিব পৰা হোৱা নাই, কিয়নো গোপনে গৱেষণা চলি আছে। কিন্তু পোহৰলৈ অহা কেইখনমান গৱেষণা পত্ৰ, চৰকাৰী নীতিৰ নথি-পত্ৰ বা উৰাবাতৰিবোৰে দেখুৱাইছে যে চীনৰ গৱেষকসকলে কিমান সুদূৰপ্ৰসাৰী পথ গ্ৰহণ কৰিছে।

Apply Now

মগজু-কম্পিউটাৰ আন্তঃপৃষ্ঠ বা বিচিআইৰ সৈতে জড়িত গৱেষণাৰ ক্ষেত্ৰত চীনে যথেষ্ট অগ্ৰগতি লাভ কৰিছে। গৱেষকসকলে মানুহৰ দৰে আচৰণ কৰা যন্ত্ৰ সৃষ্টিৰ চেষ্টা চলাইছে। সহজ ভাষাত ক’বলৈ গ’লে লক্ষ্য হ’ল মগজু আৰু কম্পিউটাৰৰ বৰ্তনীয়ে একেলগে কাম কৰা। অৰ্থাৎ মানুহ আৰু যন্ত্ৰৰ মাজৰ বিভাজন ৰেখাডাল মচি পেলাব বিচাৰে। উদাহৰণস্বৰূপে, কোনোবাই ইমেইল পঠোৱাৰ কথা ভাবিলে মগজুৰ লগত সংলগ্ন ডিভাইচটোৱে পোনপটীয়াকৈ ইমেইলটো প্ৰেৰণ কৰিব। এইটো এটা সহজ উদাহৰণ মাথোঁ। চীনৰ গৱেষকসকলেও অধিক জটিল আৰু অসম্ভৱ যেন লগা কামবোৰ কৰিবলৈ চেষ্টা কৰিছে।

যিমানেই ভয়ংকৰ যেন নালাগিব, স্বীকাৰ কৰিব লাগিব যে চীনে বহু আগুৱাই চিন্তা কৰিবলৈ আৰম্ভ কৰিছে। তেওঁলোকে ভৱিষ্যতক কেৱল স্মাৰ্ট ডিভাইচৰ মাজতে সীমাবদ্ধ ৰাখিবলৈ ইচ্ছুক নহয়। বৰঞ্চ মাংস আৰু আঁহৰ মাজৰ পাৰ্থক্য মচি পেলোৱাটোৱেই তেওঁলোকৰ লক্ষ্য। কল্পবিজ্ঞান ছবিত দেখা পোৱা কথাবোৰ সঁচাকৈয়ে বাস্তৱ হ’ব পাৰেনে? চীনৰ এই গৱেষণাই সেই উত্তৰ দিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

June 30, 2026 9:33 pm
‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

June 30, 2026 9:21 pm
প্ৰধানমন্ত্ৰী মোদীৰ মুখা পিন্ধি মোবাইল দোকানত চুৰিৰ চেষ্টা, চিচিটিভি কেমেৰাত আৱদ্ধ সমগ্ৰ দৃশ্য

প্ৰধানমন্ত্ৰী মোদীৰ মুখা পিন্ধি মোবাইল দোকানত চুৰিৰ চেষ্টা, চিচিটিভি কেমেৰাত আৱদ্ধ সমগ্ৰ দৃশ্য

June 30, 2026 8:53 pm
হৰমুজ প্ৰণালী পাৰ হওঁতে নিৰুদ্দেশ ৬০ শতাংশতকৈও অধিক ভাৰতমুখী জাহাজ : আচলতে কি ঘটিছে জানিলে হ’ব আচৰিত

হৰমুজ প্ৰণালী পাৰ হওঁতে নিৰুদ্দেশ ৬০ শতাংশতকৈও অধিক ভাৰতমুখী জাহাজ : আচলতে কি ঘটিছে জানিলে হ’ব আচৰিত

June 30, 2026 8:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

June 30, 2026 9:33 pm
‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

June 30, 2026 9:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd