DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, January 31, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অৰুণাচল

প্ৰতিৰক্ষাৰ প্ৰতি ভাবুকি: অৰুণাচলৰ নিচেই কাষেৰে বুলেট ৰে’ল চলালে চীনে

 এন ই নাও নিউজ by এন ই নাও নিউজ
June 25, 2021 6:30 pm
cc
495
VIEWS
Share on FacebookShare on Twitter

অৱশেষত ভাৰতৰ নিৰাপত্তাৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই শুকুৰবাৰৰ পৰা চানে তিব্বতৰ লাছা আৰু নিংচিৰ মাজত সম্পূৰ্ণ বিদ্যুতচালিত বুলেট ৰে’ল চলালে।

লাডাখ সংকটকলৈ ভাৰত আৰু চীনৰ মাজত সংঘাতে চূড়ান্ত পৰ্যায়ত উপনীত হোৱাৰ সময়তে এনে এক খবৰে এতিয়া উদ্বিগ্ন কৰি তুলিছে ভাৰত চৰকাৰক।

চীনে অৰুণাচল প্ৰদেশৰ নিচেই কাষেৰে বুলেট ৰে’ল চলোৱাৰ কথাই এতিয়া ভাৰতৰ সাৰ্বভৌমত্বৰ প্ৰতিও ভাবুকি আনিছে বুলি বহুতে মন্তব্য কৰিছে।

চীনে অৰুণাচল সীমান্তৰ পৰা মাত্ৰ ৫০ কিলোমিটাৰ নিলগত অৱস্থিত নিংচি নামৰ অঞ্চলটোৰে নিৰ্মাণ কৰিছে সুদীৰ্ঘ ৰে’ল পথ।

চীনৰ ৰে’ল বিভাগৰ মুৰব্বী লু ডংফুৱে প্ৰকাশ কৰা মতে অৰুণাচলৰ সমীপৱৰ্তী এই অঞ্চলৰ মাজেৰেই বেইজিঙৰ পৰা লাছালৈ চলোৱা হ’ব বুলেট ৰে’ল।

উল্লেখ্য এই অঞ্চলৰ মাজেৰে ৰে’ল পথ নিৰ্মাণৰ কাম ২০১৪ চনৰ পৰাই কৰি থকা হৈছিল আৰু আজি সেই পথেৰে ৰে’লৰ চলাচল আৰম্ভ কৰা হয়।

৪৩৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ৰেলপথ ছোৱাৰে চলা বুলেট ৰে’লেই হৈছে লাছালৈ চলা প্ৰথম ইলেকট্ৰিক ৰে’ল।

ৰে’লপথটো সক্ৰিয় হৈ উঠাৰ পিছতে চীনে যিকোনো মুহূৰ্ততে অৰুণাচললৈ ৰে’লেৰে বিশাল সেনা বাহিনী প্ৰেৰণ কৰিবলৈ সক্ষম হ’ব।

সেয়ে চীনৰ এনে পদক্ষেপে এতিয়া চিন্তাত পেলাইছে ভাৰত চৰকাৰক।

ভাৰতে চীনৰ সম্ভাৱ্য আক্ৰমণ প্ৰতিহত কৰিবলৈ অৰুণাচল সীমান্তত পূৰ্বতকৈও অধিক সেনা মোতায়েন কৰিব লাগিব বুলি বিভিন্ন জনে মন্তব্য কৰিছে।

চীনে শেহতীয়াকৈ সীমান্ত অঞ্চলৰ যোগাযোগ ব্যৱস্থা অধিক সূচল কৰি তুলিছে।

দেশ খনৰ ভাৰত সংলগ্ন প্ৰায় প্ৰতিটো অঞ্চললৈকে চীনে উন্নত ৰে’ল সেৱা গঢ়ি তুলিবলৈ সক্ষম হৈছে।

যি কথাই ভাৰতৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে।

Recent News

বোধোদয় নে পশ্চৎপট! ইউক্ৰেইনক যুঁজাৰু বিমান নিদিয়াৰ ঘোষণা বিডেনৰ

বোধোদয় নে পশ্চৎপট! ইউক্ৰেইনক যুঁজাৰু বিমান নিদিয়াৰ ঘোষণা বিডেনৰ

হেৰুৱালে লাখ কোটি টকাৰ সম্পত্তি! শ্বেয়াৰ বজাৰত পতন অব্যাহত; কিমান তললৈ নামিল আদানি?

হেৰুৱালে লাখ কোটি টকাৰ সম্পত্তি! শ্বেয়াৰ বজাৰত পতন অব্যাহত; কিমান তললৈ নামিল আদানি?

আশ্ৰমত শিষ্যাক ধৰ্ষণ; আদালতত দোষী সাব্যস্ত স্বঘোষিত গডমেন আছাৰাম বাপু

আশ্ৰমত শিষ্যাক ধৰ্ষণ; আদালতত দোষী সাব্যস্ত স্বঘোষিত গডমেন আছাৰাম বাপু

এইবাৰ মোডী চৰকাৰৰ চকু ব্যক্তিগত টিভি চেনেলৰ ওপৰত! জাৰি কৰা হৈছে নতুন নিৰ্দেশনা

এইবাৰ মোডী চৰকাৰৰ চকু ব্যক্তিগত টিভি চেনেলৰ ওপৰত! জাৰি কৰা হৈছে নতুন নিৰ্দেশনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd