• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এই দেশখনত প্ৰস্তুত কৰা ভেকচিনে কাম কৰা নাই ভালদৰে,স্বীকাৰ কৰিলে কোনে?

এন ই নাও নিউজ by এন ই নাও নিউজ
April 12, 2021 10:08 am
a coooo
412
VIEWS
Share on FacebookShare on Twitter

দেশত প্ৰস্তুত কৰা ভেকচিনে ক’ৰ’ণা প্ৰতিৰোধৰ ক্ষেত্ৰত বিশেষ কাম কৰা নাই।

অৱশ্যে এয়া ভাৰতৰ ক্ষেত্ৰত ঘটা নাই।

ক’ৰ’ণা ভাইৰাছৰ প্ৰথম উৎপত্তি ঘটা দেশ চীনত দেশ খনে ঘৰুৱা ভাবে প্ৰস্তুত কৰা ভেকচিনে বিশেষ কাম নকৰাৰ কথা স্বীকাৰ কৰিছে চীনৰ চৰকাৰী প্ৰতিনিধিয়েই।

চীনৰ চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰোলৰ সঞ্চালক গাও ফুৱে শেহতীয়াকৈ স্বাস্থ্য বিভাগৰ এখন সন্মিলনত চীনৰ কোভিড ভেকচিনে ক’ৰ’ণা প্ৰতিৰোধৰ ক্ষেত্ৰত বিশেষ ভাল ফল দেখুৱাব নোৱাৰাৰ কথা অকপটে স্বীকাৰ কৰিছে।

চীনৰ দক্ষিণ-পশ্চিম অংশত অৱস্থিত চহৰ চেংদুত অনুষ্ঠিত উক্ত সন্মিলনত অংশগ্ৰহণ কৰি গাও ফুৱে কয় যে ক’ৰ’ণা প্ৰতিৰোধৰ ক্ষেত্ৰত চীনে প্ৰস্তুত কৰা ভেকচিন চিনোভেকে বিশেষ কাম কৰা নাই।

এই ভেকচিন গ্ৰহণৰ পিছতো বহু লোক পুনৰ ক’ৰ’ণাত আক্ৰান্ত হৈছে। সেইবাবেই চীনে বিকল্প পথৰ সন্ধান কৰা বুলি তেওঁ মন্তব্য কৰে।

শেহতীয়া এক সমীক্ষাৰ পৰা এই কথা জনা গৈছে যে চীনে নিজা উদ্যোগত প্ৰস্তুত কৰা চিনোভেক ভেকচিন ক’ৰ’ণা প্ৰতিৰোধৰ ক্ষেত্ৰত ৫৪.০৪ শতাংশ কাৰ্যকৰী।

আনহাতে ফাইজাৰৰ ভেকচিন ৯৭ শতাংশ কাৰ্যকৰী বুলি সমীক্ষাৰ পৰা জনা গৈছে। ইপিনে ভাৰতে দেশীয় ভাবে প্ৰস্তুত কৰা কোভিডৰ ভেকচিন বিধ যথেষ্ট কাৰ্যকৰী বুলি প্ৰমাণিত হৈছে।

Recent News

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd