DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, August 15, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ভাৰতৰ পাছত ভূটানৰ সৈতে সীমা বিবাদ আৰম্ভ কৰিলে চীনে

এন ই নাও নিউজ by এন ই নাও নিউজ
July 1, 2020 8:26 am
উৎস-ইণ্টাৰনেট

উৎস-ইণ্টাৰনেট

3k
VIEWS
Share on FacebookShare on Twitter

নিজৰ আগ্ৰাসনবাদী নীতি অব্যাহত ৰাখি ভাৰতৰ পাছত এইবাৰ ভাৰতৰ মিত্ৰ দেশ ভূটানৰ সৈতে সীমা বিবাদ আৰম্ভ কৰিছে চীনে।

জুনৰ প্ৰথম সপ্তাহত আৰম্ভ হোৱা গ্লোৱেল এনভাইৰোমেণ্ট ফেচিলিটি(জিইএফ)ৰ ভাৰ্চুৱেল বৈঠকত চীনে পূব ভূটানৰ চাকটেং সংৰক্ষিত বনাঞ্চলক বিবাদমান অঞ্চল হিচাপে দাবী কৰে।

বৰ্তমান সময়ত সমগ্ৰ বিশ্ব চীনৰ য়ুহান প্ৰদেশৰ আৰম্ভ হোৱা কোভিড-১৯ ভাইৰাছৰ সৈতে যুদ্ধ কৰি থকাৰ সময়তে চীনে চুবুৰীয়া দেশ সমূহৰ সৈতে সীমা বিবাদ আৰম্ভ কৰিছে।

জি ই এফ সমিতিয়ে চীনৰ এই দাবীৰ পাছতে আচৰিত হৈ পৰে।

জি ই এফ সমিতিৰ অধিকাংশ সদস্যই ভূটানক সমৰ্থন কৰি চীনৰ প্ৰতিনিধি গৰাকীৰ দাবীৰ বিৰোধিতা কৰে।

আনহাতে, চীনৰ এই দাবীৰ পাছতে ভূটান চৰকাৰে জি ই এফৰ সমিতিলৈ এখন পত্ৰ লিখি ভূটানৰ সাৰ্বভৌমত্তৰ ওপৰত প্ৰশ্ন তোলা বিষয়টোৰ বিৰোধিতা কৰি চাংকেট সংৰক্ষিত বঞ্চালত ভূটানৰ অন্তৰ্ভূক্ত বুলি কয়।

উল্লেখযোগ্য যে, চীনে ক’ৰ’নাৰ সংক্ৰমণৰ সময়ত ভাৰতৰ লাডাখত সীমা বিবাদ আৰম্ভ কৰাৰ উপৰিও জাপান, ভিয়েটনাম, টাইৱান আদি দেশৰ সৈতেও বিবাদ আৰম্ভ কৰিছে।

Recent News

২০৪৭ চনৰ ভিতৰত আমি আমাৰ স্বাধীনতা সংগ্ৰামীসকলৰ সপোন সম্পূৰ্ণৰূপে বাস্তৱায়িত কৰিমঃ ৰাষ্ট্ৰপতি মুৰ্মু

২০৪৭ চনৰ ভিতৰত আমি আমাৰ স্বাধীনতা সংগ্ৰামীসকলৰ সপোন সম্পূৰ্ণৰূপে বাস্তৱায়িত কৰিমঃ ৰাষ্ট্ৰপতি মুৰ্মু

কাশ্মীৰৰ গুৰেজ উপত্যকাৰ এলঅ’চিত উৰিল হস্তনিৰ্মিত ত্ৰিৰংগা

কাশ্মীৰৰ গুৰেজ উপত্যকাৰ এলঅ’চিত উৰিল হস্তনিৰ্মিত ত্ৰিৰংগা

হৰ ঘৰ ত্ৰিৰংগা: হাৰিয়ানাত ৬,৬০০ ফুট দীঘল ত্ৰিৰংগা লৈ বিশাল ৰেলী

হৰ ঘৰ ত্ৰিৰংগা: হাৰিয়ানাত ৬,৬০০ ফুট দীঘল ত্ৰিৰংগা লৈ বিশাল ৰেলী

হাতে হাতে ত্ৰিৰংগালৈ পথাৰলৈ ৰাওঁনা দুধনৈৰ মাজ-জাখিলীৰ ৫০-৬০ গৰাকী মহিলা

হাতে হাতে ত্ৰিৰংগালৈ পথাৰলৈ ৰাওঁনা দুধনৈৰ মাজ-জাখিলীৰ ৫০-৬০ গৰাকী মহিলা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd