• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home প্ৰতিৱেশী চীন

যীশু খ্ৰীষ্টৰ সলনি জিনপিঙৰ ছবি বেৰত আঁৰিব লাগিব খ্ৰীষ্টধৰ্মী লোকে

এন ই নাও নিউজ by এন ই নাও নিউজ
July 25, 2020 7:43 pm
Jesus-Xinping
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

খ্ৰীষ্টান লোক সকলৰ আৰাধ্য পুৰুষ যীশু খ্ৰীষ্টৰ ছবি বেৰত আঁৰি ৰখা দেখিলেই চীনত কাৰাগাৰলৈ যাব লাগিব যিকোনো লোক।

বেইজিঙৰ প্ৰশাসনে শেহতীয়াকৈ চীনত বাস কৰা খ্ৰীষ্ট ধৰ্মী লোক সকলক বেৰৰ পৰা যীশু খ্ৰীষ্টৰ ছবি আঁতৰাই তাৰ ঠাইত দেশ খনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙৰ ছবি লগাবলৈ নিৰ্দেশ জাৰি কৰিছে।

Apply Now

এই নিৰ্দেশ উলংঘা কৰা সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও সকীয়াই দিয়া হৈছে।

চীনৰ আনহুই, চাংজি,জিয়াংজু আদি প্ৰদেশত বাস কৰা খ্ৰীষ্ট ধৰ্মী লোক সকলক এই বুলি কোৱা হৈছে যে সংকটৰ সময়ত খ্ৰীষ্টধৰ্মী লোক সকলক সহায় কৰিবলৈ যীশু খ্ৰীষ্ট নাহে।

খ্ৰীষ্টধৰ্মী লোক সকলক সহায় কৰিব লাগিব ৰাষ্ট্ৰপতি জিনপিঙেই ।

সেই বাবেই যীশু খ্ৰীষ্টৰ সলনি খ্ৰীষ্ট ধৰ্মী লোক সকলে যীশুৰ ছবিৰ সলনি জিনপিঙৰ ছবিহে আঁৰিব লাগিব। কেৱল যীশুৰ ছবিৰ ক্ষেত্ৰতে নহয়,খ্ৰীষ্ট ধৰ্মী সকলক তেওঁলোকৰ পবিত্ৰ ধৰ্ম গ্ৰন্থ বাইবেল খনো নতুনকৈ লিখিবলৈ কোৱা হৈছে।

বিগত বৰ্ষৰ নবেম্বৰ মাহত বেইজিঙৰ প্ৰশাসনে মুছলমান লোক সকলকো কোৰাণ নতুনকৈ লিখাৰ নিৰ্দেশ দিছিল।

শেহতীয়াকৈ চীনৰ চৰকাৰে সংস্কাৰ সাধনৰ নামত প্ৰায় ১০ লাখ উইঘূৰ মুছলমান লোকক ডিটেনছন কেম্পত ৰাখিছে।

যিটো বিষয়ক লৈ চীনৰ সৈতে আমেৰিকাৰ সংঘাতৰ সৃষ্টি হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাজ্যত ভয়াৱহ বান! শিৱসাগৰত দিখৌ নদীৰ সৰ্বোচ্চ বানৰ স্তৰ অতিক্ৰম, বিপদসীমাৰ ওপৰত ব্ৰহ্মপুত্ৰসহ কেইবাখনো নৈ

ৰাজ্যত ভয়াৱহ বান! শিৱসাগৰত দিখৌ নদীৰ সৰ্বোচ্চ বানৰ স্তৰ অতিক্ৰম, বিপদসীমাৰ ওপৰত ব্ৰহ্মপুত্ৰসহ কেইবাখনো নৈ

July 21, 2026 11:08 am
ভিৰৰ অনুমানেই নাছিল দিল্লী আৰক্ষীৰ, চোৰাংচোৱা ব্যৰ্থতাত ক্ষুব্ধ চৰকাৰ; উঠিল মোডীৰ পদত্যাগৰো দাবী

ভিৰৰ অনুমানেই নাছিল দিল্লী আৰক্ষীৰ, চোৰাংচোৱা ব্যৰ্থতাত ক্ষুব্ধ চৰকাৰ; উঠিল মোডীৰ পদত্যাগৰো দাবী

July 21, 2026 10:37 am
দিল্লীত সংসদ ভৱনৰ সন্মুখত উত্তাল প্ৰতিবাদ! আৰক্ষী-প্ৰতিবাদকাৰীৰ মাজত তীব্ৰ সংঘৰ্ষ, ৭০ জনক আটক

দিল্লীত সংসদ ভৱনৰ সন্মুখত উত্তাল প্ৰতিবাদ! আৰক্ষী-প্ৰতিবাদকাৰীৰ মাজত তীব্ৰ সংঘৰ্ষ, ৭০ জনক আটক

July 21, 2026 9:58 am
ছিকিমৰ টানেলত ভূমিস্খলনত ৭ জনৰ মৃত্যু; এতিয়াও সুৰংগত আবদ্ধ হৈ আছে একাধিক, বৰ্তমান  কি পৰিস্থিতি?

ছিকিমৰ টানেলত ভূমিস্খলনত ৭ জনৰ মৃত্যু; এতিয়াও সুৰংগত আবদ্ধ হৈ আছে একাধিক, বৰ্তমান কি পৰিস্থিতি?

July 21, 2026 9:22 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজ্যত ভয়াৱহ বান! শিৱসাগৰত দিখৌ নদীৰ সৰ্বোচ্চ বানৰ স্তৰ অতিক্ৰম, বিপদসীমাৰ ওপৰত ব্ৰহ্মপুত্ৰসহ কেইবাখনো নৈ

ৰাজ্যত ভয়াৱহ বান! শিৱসাগৰত দিখৌ নদীৰ সৰ্বোচ্চ বানৰ স্তৰ অতিক্ৰম, বিপদসীমাৰ ওপৰত ব্ৰহ্মপুত্ৰসহ কেইবাখনো নৈ

July 21, 2026 11:08 am
ভিৰৰ অনুমানেই নাছিল দিল্লী আৰক্ষীৰ, চোৰাংচোৱা ব্যৰ্থতাত ক্ষুব্ধ চৰকাৰ; উঠিল মোডীৰ পদত্যাগৰো দাবী

ভিৰৰ অনুমানেই নাছিল দিল্লী আৰক্ষীৰ, চোৰাংচোৱা ব্যৰ্থতাত ক্ষুব্ধ চৰকাৰ; উঠিল মোডীৰ পদত্যাগৰো দাবী

July 21, 2026 10:37 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd