• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

লাডাখ সীমান্তত ভাৰতলৈ টোৱাই চীনে স্থাপন কৰিছে এইছ কিউ শ্ৰেণীৰ মিছাইল

চীনৰ এই মিছাইলে ধ্বংসলীলা চলাব পাৰে ২০০ কিলোমিটাৰ অঞ্চলত

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 3, 2020 9:55 am

1 min read

images

চীনৰ মিছাইল। প্ৰতিনিধিত্বমূলক ফটো।

15.1k
VIEWS
Share on FacebookShare on Twitter

চীন-ভাৰত সীমান্তত পুনৰাবৃত্তি ঘটিব পাৰে ১৯৬২ৰ সেই ভয়াৱহ দিনবোৰৰ।পূব লাডাখৰ গালোৱান ভেলীত চীনৰ সেনাই ২০ গৰাকীকৈ ভাৰতীয় সেনাৰ জোৱানক হত্যা কৰাৰ পিছত সীমান্তত এতিয়া বিৰাজ কৰিছে তীব্ৰ উত্তেজনা।

এনে উত্তেজনাৰ মাজতে লাডাখৰ সীমান্তত ভাৰতলৈ টোৱাই চীনে স্থাপন কৰিছে শক্তিশালী মিছাইল ছিষ্টেম।

আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমে ফাদিল কৰা তথ্য অনুসৰি লাডাখৰ পাংগং হ্ৰদ এলেকাৰ পৰা নাতি দূৰৈত অৱস্থিত ডেপচাং নামৰ অঞ্চলটোত চীনে স্থাপন কৰিছে এইছ কিউ শ্ৰেণীৰ মিছাইল।

প্ৰাপ্ত খবৰ অনুসৰি উক্ত অঞ্চলত চীনে স্থাপন কৰা এইছ কিউ ১৬ শ্ৰেণীৰ মিছাইলে প্ৰায় ৪০ কিলোমিটাৰ ব্যাসাৰ্দ্ধত ধ্বংসলীলা চলাব পাৰে।

তাতোকৈয়ো ভয়াৱহ কথাটো হ’ল সেই অঞ্চলতে চীনে স্থাপন কৰা এইছ কিউ ৯ শ্ৰেণীৰ মিছাইলে ২০০ কিলোমিটাৰ ব্যাসাৰ্দ্ধত মৃত্যুৰ খেলা পাতিব পাৰে।

চীন-ভাৰত সীমান্তৰ লাডাখৰ ৮৫৬ কিলোমিটাৰ অঞ্চলত চীনে স্থাপন কৰিছে শক্তিশালী ৰকেট ছিষ্টেম। যি ৰকেট ছিষ্টেম অতি বিধ্বংসী বুলি সমগ্ৰ বিশ্বতে জনাজাত।

ভাৰতৰ বিৰুদ্ধে চীনে গঢ়ি তোলা এনে সমৰসজ্জাক আনকি পি এল এৰ একাংশ প্ৰাক্তন সদস্যই বিৰোধিতা কৰা দেখা গৈছে।

পি এল এৰ  প্ৰাক্তন সদস্য জিয়ানলি য়াঙে ৱাশ্বিংটন টাইমছ কাকতত লিখা এটা প্ৰৱন্ধত ভাৰতৰ বিৰুদ্ধে চীনে গ্ৰহণ কৰা পদক্ষেপক চোকা ভাষাৰে সমালোচনা কৰিছে।

Recent News

Imran-1

চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণে ভাবুকি মাতিছে টীয়কৰ পৌৰাণিক কীৰ্তি চিহ্নলৈ

Jack Ma, Missing For Months, Emerges for First Ti

উৎকণ্ঠাৰ অৱসান: সন্ধান পোৱা গ’ল চীনৰ ধন কুবেৰ জেক মাৰ

ঘন কুঁৱলীৰ বাবে ইখনৰ পিছত সিখন গাড়ীৰ সংঘৰ্ষ, ১৪ জন লোকৰ মৃত্যু

ঘন কুঁৱলীৰ বাবে ইখনৰ পিছত সিখন গাড়ীৰ সংঘৰ্ষ, ১৪ জন লোকৰ মৃত্যু

nasal-covid-vaccine-1

ভাৰত বায়’টেকৰ নাকেৰে ড্ৰপৰ ৰূপত ল’ব পৰা ভেকচিনৰ পৰীক্ষণত অনুমোদন বিশেষজ্ঞ সমিতিৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd