• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অৱশেষত ভুটানৰ ভূমিখণ্ড এৰিবলৈ বাধ্য হ’ল চীন : ভাৰতক সতৰ্ক চীনৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 7, 2020 4:13 pm
index.jpgmmm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৱশেষত দীৰ্ঘ দিন নিজৰ দাবী কৰি অহা ভুটানৰ ভূখণ্ড এৰিবলৈ বাধ্য হ’ল চীন।

উল্লেখ্য যে, চীনে আন্তজাৰ্তিক মঞ্চত ভুটানৰ চাকটাং বন্যপ্ৰাণী অভয়াৰণ্যক নিজৰ ভূখণ্ড বুলি দীৰ্ঘ দিনৰ পৰা দাবী কৰি আহিছিল।

Apply Now

বিগত মাহত আন্তাজাৰ্তিক সংস্থা গ্ল’বেল এনভাইৰনমেন্ট ফেচিলিট(জিইএফ)ৰ সাধাৰণ পৰিষদৰ ভাৰ্চুৱেল সভাত ভাৰতসহ বহুকেইখন দেশে উক্ত অভয়াৰণ্যখন ভুটানৰ বুলি দৃঢ় মত পোষণ কৰাত চীনে এই দাবী পত্যাহাৰ কৰিবলৈ বাধ্য হৈছে।

তাৰে ইংগিত দি দিল্লীত চীন দূতাৱাসে এক বিবৃতিত কয়, “চাকটাং অভয়াৰণ্য ভুটানৰ ত্ৰাশিগাং জিলাৰ অংশ। এই বিষয়ে আৰু কোনো বিতৰ্কৰ অৱকাশ নাই।”

ভাৰতক সকীয়নি দি চীনে বিবৃতিটোত আৰু কয়, “ভুটানৰ সৈতে সীমান্ত সমস্যাৰ বিষয়ত কোনো তৃতীয় পক্ষৰ ভূমিকা মানি লোৱা নহ’ব।”

তৃতীয় পক্ষ বুলি ভাৰতকে ইংগিত চীনে যে সকীয়নি দিছে সেয়া স্পষ্ট।

উল্লেখ্য যে, আমেৰিকাস্থিত জিইএফ এ বিশ্বৰ বিভিন্ন প্ৰান্তত পৰিৱেশ আৰু বন্যপ্ৰাণী সংৰক্ষণৰ বাবে আৰ্থিক সাহায্য প্ৰদান কৰি আহিছে।

চীন-ভুটান সীমান্তৰ পূৱ ছেক্টৰত অৱস্থিত ৭৪০ বৰ্গ কিলোমিটাৰ চাকটাং অভয়াৰণ্যও সংস্থাটোৰ আৰ্থিক সাহায্য লাভ কৰাৰ তালিকাত আছে।

কিন্তু যোৱা ২৯ জুনৰ জিইএফৰ সাধাৰণ সভাৰ বৈঠকত চীনৰ প্ৰতিনিধিয়ে উক্ত অভয়াৰণ্যখনৰ বাবে সংস্থাটোৱে ভুটানক আৰ্থিক অনুদান প্ৰদান কৰাটো বিৰোধিতা কৰে।

চীনৰ প্ৰতিনিধিজনৰ বিৰোধিতা কৰি কৈছিল যে চাকটাং অভয়াৰণ্য ভুটানৰ নহয়, সেয়া এক বিবাদিত অঞ্চল।

কিন্তু সভাত অংশগ্ৰহণ কৰাৰ ভাৰত, শ্ৰীলংকা, বাংলাদেশ আৰু নেপালৰ প্ৰতিনিধিয়ে চীনৰ এই দাবী বিৰোধিতা কৰে।

ইয়াৰ পিছতে দিল্লীস্থিত চীনা দূতাৱাসে এক বিবৃতিত চাকটাং অভয়াৰণ্য ভুটানৰ বুলি প্ৰকাশ কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পত্নীৰ নামত ৪২ বিঘা মাটি আৰু কোটিটকীয়া অট্টালিকা! মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে সৰৱ অখিল গগৈ

পত্নীৰ নামত ৪২ বিঘা মাটি আৰু কোটিটকীয়া অট্টালিকা! মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে সৰৱ অখিল গগৈ

July 19, 2026 9:40 pm
ৰাহুল গান্ধীৰ ‘ছাত্ৰো কি গুঞ্জ’ কাৰ্যসূচী সন্দৰ্ভত ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল

ৰাহুল গান্ধীৰ ‘ছাত্ৰো কি গুঞ্জ’ কাৰ্যসূচী সন্দৰ্ভত ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল

July 19, 2026 8:53 pm
গুজৰাটলৈ পুনৰ সৰবৰাহ হ’ব নেকি অৰুণাচলৰ হাতী! ডিৰকত প্ৰৱেশ সন্দেহযুক্ত বাহনৰ, ৰাজনৈতিক পৃষ্ঠপোষকতাৰ গুৰুতৰ অভিযোগ

গুজৰাটলৈ পুনৰ সৰবৰাহ হ’ব নেকি অৰুণাচলৰ হাতী! ডিৰকত প্ৰৱেশ সন্দেহযুক্ত বাহনৰ, ৰাজনৈতিক পৃষ্ঠপোষকতাৰ গুৰুতৰ অভিযোগ

July 19, 2026 8:27 pm
সোণম ৱাংচুকক অন্য চিকিৎসালয়লৈ স্থানান্তৰ কৰিবলৈ অস্বীকাৰ আদালতৰ; চাফদৰজং হাস্পতালতে চলিব ৱাংচুকৰ চিকিৎসা

সোণম ৱাংচুকক অন্য চিকিৎসালয়লৈ স্থানান্তৰ কৰিবলৈ অস্বীকাৰ আদালতৰ; চাফদৰজং হাস্পতালতে চলিব ৱাংচুকৰ চিকিৎসা

July 19, 2026 7:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পত্নীৰ নামত ৪২ বিঘা মাটি আৰু কোটিটকীয়া অট্টালিকা! মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে সৰৱ অখিল গগৈ

পত্নীৰ নামত ৪২ বিঘা মাটি আৰু কোটিটকীয়া অট্টালিকা! মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে সৰৱ অখিল গগৈ

July 19, 2026 9:40 pm
ৰাহুল গান্ধীৰ ‘ছাত্ৰো কি গুঞ্জ’ কাৰ্যসূচী সন্দৰ্ভত ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল

ৰাহুল গান্ধীৰ ‘ছাত্ৰো কি গুঞ্জ’ কাৰ্যসূচী সন্দৰ্ভত ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল

July 19, 2026 8:53 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd