• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

সীমান্তত উচটনিয়েই নহয়, আৰু কীৰ্তি শত্ৰু চীনৰ! এইবাৰ সলাই পেলালে অৰুণাচলৰ ১১ টা স্থানৰ নাম

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 4, 2023 8:35 am
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ অৱিচ্ছেদ্য অংগ অৰুণাচল প্ৰদেশৰ ১১ টা স্থানৰ নাম সলনি কৰিলে চীনে। দশক দশক ধৰি অৰুণাচল প্ৰদেশক দক্ষিণ তিব্বত বুলি দাবী কৰিছে বেইজিঙে। নতুন দিল্লীয়েও ধাৰাবাহিকভাৱে কৈ আহিছে যে ‘অৰুণাচল প্ৰদেশ ভাৰতৰ এক অবিচ্ছেদ্য অংগ’।

সংশ্লিষ্ট মহলৰ মতে এনে পৰিস্থিতিত চীনৰ এই পদক্ষেপৰ ফলত ভাৰত আৰু চীনৰ মাজত সংঘাত বৃদ্ধি পাবলৈ গৈ আছে। অৱশ্যে অৰুণাচলৰ সন্দৰ্ভত চীনে লোৱা একপক্ষীয় পদক্ষেপ প্ৰতি কোনো প্ৰত্যুত্তৰ দিয়া নাই ভাৰতে।

দেওবাৰে চীনৰ নগৰ পৰিক্ৰমা মন্ত্ৰালয়ে জাৰি কৰা এক অধিসূচনাত দাবী কৰা হৈছে যে অৰুণাচল প্ৰদেশৰ কিছুমান ভৌগোলিক অঞ্চল (অধিসূচনাত চীনে দক্ষিণ তিব্বত বুলি উল্লেখ কৰা) মন্ত্ৰালয়ে নিৰ্দিষ্ট কৰা নীতি অনুসৰি নামকৰণ কৰা হৈছে। অৰ্থাৎ এতিয়াৰ পৰা অৰুণাচলৰ সেই ঠাইবোৰৰ নাম চীনা মানচিত্ৰত মেণ্ডেৰিন আখৰেৰে লিখা হ’ব।

Apply Now

লগতে পঢ়ক: গঁড়ৰ খৰ্গৰ সৈতে ধেমাজিত তিনিজনক গ্ৰেপ্তাৰ

চীনৰ চৰকাৰী গ্ল’বেল টাইমছৰ এক প্ৰতিবেদন অনুসৰি দেওবাৰে প্ৰকাশ পোৱা “দক্ষিণ তিব্বত”ৰ ১১টা “অফিচিয়েল” নামৰ তালিকাত নিৰ্দিষ্ট তথ্য সন্নিবিষ্ট কৰা হৈছে। চীনে দুখন সমভূমি, দুটা আৱাসিক অঞ্চল, পাঁচটা পৰ্বতৰ শৃংগ আৰু দুখন নদীৰ নাম ৰাখিছে। লগতে স্থানৰ নাম আৰু ইয়াৰ অন্তৰ্গত প্ৰশাসনিক জিলাৰ শ্ৰেণীসমূহো তালিকাভুক্ত কৰা হৈছে।

প্ৰতিবেদনত চাইনিজ একাডেমী অৱ ছ’চিয়েল চাইন্সেছৰ ইনষ্টিটিউট অৱ চাইনিজ বৰ্ডাৰলেণ্ড ষ্টাডিজৰ জাং ইয়ংপানে দাবী কৰিছে যে নাম উল্লেখ কৰা অঞ্চলসমূহ চীনৰ “সাৰ্বভৌমত্ব”ৰ অন্তৰ্গত।

কিন্তু এয়া প্ৰথম নহয়, ইয়াৰ পূৰ্বেও চীনে কেইবাবাৰো অৰুণাচল প্ৰদেশৰ বিভিন্ন ঠাইৰ নাম সলনি কৰাৰ কথা ঘোষণা কৰিছে। একেদৰে ২০১৭ চনৰ এপ্ৰিল আৰু ২০২১ চনৰ ডিচেম্বৰ মাহত বেইজিঙে অৰুণাচল প্ৰদেশৰ কেইবাটাও স্থান সলনি কৰাৰ কথা ঘোষণা কৰিছিল। চীনৰ এই পদক্ষেপক ভাৰতে দুয়োবাৰেই তীব্ৰ গৰিহণা দিয়ে। সেই সময়ত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে স্পষ্টকৈ কৈছিল, ‘অৰুণাচল প্ৰদেশ ভাৰতৰ এক অখণ্ড আৰু অবিচ্ছেদ্য অংগ।’

লগতে পঢ়ক: ডিব্ৰুগড়ত আটক আলফা স্বাধীনৰ কেডাৰ, লিংকমেন

২০২০ চনৰ এপ্ৰিল-মে’ৰ পৰা ভাৰত আৰু চীনৰ মাজত সীমা সংঘাত তীব্ৰতৰ হৈ পৰিছে। প্ৰথম অৱস্থাত এই সংঘাত আৰম্ভ হৈছিল পূব লাডাখ সীমান্তত। সেই সংঘাতৰ ফলস্বৰূপে গালৱানত সংঘৰ্ষৰ সৃষ্টি হৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

September 18, 2026 7:11 pm
বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

September 18, 2026 6:00 pm
দেহ টানি নিছিল পথৰ কুকুৰে, চিনিব পৰা নাছিল লিংগ! দিল্লীৰ কিশোৰী ধৰ্ষণ-হত্যাৰ অভিযুক্তক এনেদৰে বিচাৰি উলিয়ালে আৰক্ষীয়ে

দেহ টানি নিছিল পথৰ কুকুৰে, চিনিব পৰা নাছিল লিংগ! দিল্লীৰ কিশোৰী ধৰ্ষণ-হত্যাৰ অভিযুক্তক এনেদৰে বিচাৰি উলিয়ালে আৰক্ষীয়ে

September 18, 2026 4:02 pm
‘ভোটৰ পিছত এইবাৰ দল চুৰি!’ তৃণমূলৰ প্ৰতীক ফ্ৰীজ কৰাৰ পিছতেই সৰৱ ৰাহুল, নিৰ্বাচন আয়োগক তুলাধূনা

‘ভোটৰ পিছত এইবাৰ দল চুৰি!’ তৃণমূলৰ প্ৰতীক ফ্ৰীজ কৰাৰ পিছতেই সৰৱ ৰাহুল, নিৰ্বাচন আয়োগক তুলাধূনা

September 18, 2026 2:22 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

September 18, 2026 7:11 pm
বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

September 18, 2026 6:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd