• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আমেৰিকাৰ বিৰুদ্ধে শুল্ক যুদ্ধ ঘোষণা চীনৰ; কৃষিজাত সামগ্ৰীৰ পৰা খাদ্যলৈকে অতিৰিক্ত কৰ আৰোপ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 4, 2025 1:25 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকাৰ শুল্ক নীতিৰ যোগ্য প্ৰত্যুত্তৰ দিছে কমিউনিষ্ট চীনে। মঙলবাৰে চীনৰ বিত্ত মন্ত্ৰালয়ে এক বিবৃতি প্ৰকাশ কৰি আমেৰিকাৰ সামগ্ৰীৰ ওপৰত অতিৰিক্ত শুল্ক আৰোপ কৰাৰ কথা ঘোষণা কৰিছে।

উল্লেখ্য যে আজিৰ পৰা আমেৰিকাৰ ড’নাল্ড ট্ৰাম্প চৰকাৰে চীনৰ ওপৰত অতিৰিক্ত শুল্ক আৰোপ কৰিছে। ইয়াৰ ওলোটা বিবৃতিত চীনে কয় যে কিছুমান সামগ্ৰীৰ ওপৰত ১০ শতাংশ আৰু আন কিছুমানৰ ওপৰত ১৫ শতাংশ শুল্ক বৃদ্ধি কৰা হ’ব। অহা ১০ মাৰ্চৰ পৰা সেয়া কাৰ্যকৰী হ’ব।

Apply Now

আমেৰিকাৰ শুল্ক যুদ্ধৰ প্ৰতিশোধ হিচাপে চীনে আমেৰিকাৰ কেইবাটাও সামগ্ৰীৰ ওপৰত অতিৰিক্ত শুল্ক আৰোপ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সেই তালিকাত খাদ্য সামগ্ৰীৰ লগতে কাপোৰ-কানিও অন্তৰ্ভুক্ত কৰা হৈছে।

চীনৰ বিত্ত মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি চীনৰ শুল্ক নীতিত কৃষিজাত সামগ্ৰীৰ পৰা আৰম্ভ কৰি খাদ্য সামগ্ৰীলৈকে সকলোকে সামৰি লোৱা হ’ব। চীনে আমেৰিকাৰ সামগ্ৰী যেনে ছয়াবিন, বজ্ৰা, গাহৰিৰ মাংস, সাগৰীয় খাদ্য, ফল-মূল, শাক-পাচলি আৰু দুগ্ধজাত সামগ্ৰীৰ ওপৰত অতিৰিক্ত ১০ শতাংশ আমদানি শুল্ক আৰোপ কৰিছে।

চীনৰ বিত্ত মন্ত্ৰালয়ে কয় যে কুকুৰাৰ মাংস, ঘেঁহু, কুঁহিয়াৰ, কপাহকে ধৰি আমেৰিকাৰ সামগ্ৰীৰ ওপৰত অতিৰিক্ত ১৫ শতাংশ আমদানি শুল্ক আৰোপ কৰা হৈছে। ৰয়টাৰৰ বাতৰি অনুসৰি চীনে আমেৰিকাৰ ২৫টা কোম্পানীৰ ৰপ্তানি আৰু বিনিয়োগৰ ক্ষেত্ৰতো কেইবাটাও নিষেধাজ্ঞা আৰোপ কৰিবলৈ সাজু হৈছে।

প্ৰসংগক্ৰমে মঙলবাৰৰ পৰা চীন, মেক্সিকো, কানাডাৰ ওপৰত আমেৰিকাৰ অতিৰিক্ত শুল্ক আৰোপ কৰা হৈছে। যদিও পূৰ্বে ঘোষণা কৰা হৈছিল, একেদিনাই চীনেও আমেৰিকাৰ সামগ্ৰীৰ ওপৰত অতিৰিক্ত ১০-১৫ শতাংশ আমদানি শুল্ক আৰোপ কৰিছে, যাৰ ফলত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য যুদ্ধ আনুষ্ঠানিকভাৱে মুকলি হ’ল।

উল্লেখ্য যে যোৱা সোমবাৰে কানাডাইও আমেৰিকাৰ পৰা আমদানি কৰা সামগ্ৰীৰ ওপৰত প্ৰায় ২৫ শতাংশ অতিৰিক্ত শুল্ক ঘোষণা কৰিছিল। কানাডাৰ পথ অনুসৰণ কৰি চীনেও ১০ মাৰ্চৰ পৰা নতুন শুল্ক নীতি আৰম্ভ কৰিবলৈ সাজু হৈছে।

আমেৰিকাৰ ওপৰত প্ৰতিশোধ হিচাপে কানাডা চৰকাৰে আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ প্ৰায় ১৫৫ বিলিয়ন কানাডিয়ান ডলাৰৰ ওপৰত আমদানি শুল্ক আৰোপ কৰিছে। সোমবাৰেই দেশৰ বিদায়ী প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে ঘোষণা কৰে যে যদিহে ট্ৰাম্প প্ৰশাসনে নিজৰ সিদ্ধান্তত অটল থাকে তেন্তে কানাডাইও আমেৰিকাৰ সামগ্ৰীৰ ওপৰত ২৫ শতাংশ অতিৰিক্ত শুল্ক আৰোপ কৰিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিশ্বকাপৰ মাজতেই বৃহৎ চমক! চেলচি এৰি ৰিয়েল মাদ্ৰিদত যোগদান স্পেনিছ ডিফেণ্ডাৰ মাৰ্ক কুকোৰেয়াৰ

বিশ্বকাপৰ মাজতেই বৃহৎ চমক! চেলচি এৰি ৰিয়েল মাদ্ৰিদত যোগদান স্পেনিছ ডিফেণ্ডাৰ মাৰ্ক কুকোৰেয়াৰ

June 15, 2026 8:18 pm
আকৌ পাঠ্যপুথি বিতৰ্ক : এনচিইআৰটিৰ নৱম শ্ৰেণীৰ কিতাপত সলনি কৰা হ’ল ‘ডান্সিং গাৰ্ল’ৰ ছবি

আকৌ পাঠ্যপুথি বিতৰ্ক : এনচিইআৰটিৰ নৱম শ্ৰেণীৰ কিতাপত সলনি কৰা হ’ল ‘ডান্সিং গাৰ্ল’ৰ ছবি

June 15, 2026 7:40 pm
জুই লগাৰ ভুৱা আতংকই কাঢ়িলে প্ৰাণ! মৰেনাত চলন্ত ৰে’লৰ পৰা জপিয়াই প্ৰাণ হেৰুৱালে চাৰিগৰাকী যাত্ৰীয়ে

জুই লগাৰ ভুৱা আতংকই কাঢ়িলে প্ৰাণ! মৰেনাত চলন্ত ৰে’লৰ পৰা জপিয়াই প্ৰাণ হেৰুৱালে চাৰিগৰাকী যাত্ৰীয়ে

June 15, 2026 6:49 pm
যুক্তৰাজ্য চৰকাৰৰ ডাঙৰ পদক্ষেপ : ১৬ বছৰৰ তলৰ শিশুৱে ব্যৱহাৰ কৰিব নোৱাৰিব ছচিয়েল ‎মিডিয়া

যুক্তৰাজ্য চৰকাৰৰ ডাঙৰ পদক্ষেপ : ১৬ বছৰৰ তলৰ শিশুৱে ব্যৱহাৰ কৰিব নোৱাৰিব ছচিয়েল ‎মিডিয়া

June 15, 2026 6:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বকাপৰ মাজতেই বৃহৎ চমক! চেলচি এৰি ৰিয়েল মাদ্ৰিদত যোগদান স্পেনিছ ডিফেণ্ডাৰ মাৰ্ক কুকোৰেয়াৰ

বিশ্বকাপৰ মাজতেই বৃহৎ চমক! চেলচি এৰি ৰিয়েল মাদ্ৰিদত যোগদান স্পেনিছ ডিফেণ্ডাৰ মাৰ্ক কুকোৰেয়াৰ

June 15, 2026 8:18 pm
আকৌ পাঠ্যপুথি বিতৰ্ক : এনচিইআৰটিৰ নৱম শ্ৰেণীৰ কিতাপত সলনি কৰা হ’ল ‘ডান্সিং গাৰ্ল’ৰ ছবি

আকৌ পাঠ্যপুথি বিতৰ্ক : এনচিইআৰটিৰ নৱম শ্ৰেণীৰ কিতাপত সলনি কৰা হ’ল ‘ডান্সিং গাৰ্ল’ৰ ছবি

June 15, 2026 7:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd