• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

ব্ৰহ্মপুত্ৰত বিশ্বৰ সৰ্ববৃহৎ নদীবান্ধ নিৰ্মাণৰ কাম আৰম্ভ চীনৰ; জলসংকটৰ আশংকা, উদ্বিগ্ন ভাৰত!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 20, 2025 8:00 am
7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ সীমান্তৰ সমীপত তিব্বতৰ ব্ৰহ্মপুত্ৰৰ ওপৰত বিশ্বৰ সৰ্ববৃহৎ নদীবান্ধ নিৰ্মাণৰ কাম আনুষ্ঠানিকভাৱে আৰম্ভ কৰিছে চীনে। শনিবাৰে চীনৰ প্ৰধানমন্ত্ৰী লি কিয়াঙে ইয়াৰলুং ছাংপো নদীত এটা বিশাল বান্ধ নিৰ্মাণৰ শুভাৰম্ভ কৰে।

এই নদীখন ভাৰতীয় ভূখণ্ডত প্ৰৱেশ কৰি প্ৰথমতে ছিয়াং হৈ তাৰ পিছত ব্ৰহ্মপুত্ৰ হিচাপে অসম আৰু বাংলাদেশৰ দিশে বৈ যায়। ফলত চীনৰ এই প্ৰকল্পৰ বাবেই ভাৰতে জলসংকটৰ আশংকা কৰিছে।

Apply Now

জানিব পৰা মতে, এই প্ৰকল্পত পাঁচটা বৃহৎ জলবিদ্যুৎ শক্তি কেন্দ্ৰ নিৰ্মাণ কৰা হ’ব। প্ৰায় ৩০ কোটি লোকৰ বাৰ্ষিক বিদ্যুতৰ চাহিদা পূৰণ কৰিবলৈ সক্ষম হোৱা প্ৰতি বছৰে ৩০০ বিলিয়ন ইউনিট বিদ্যুৎ উৎপাদনৰ পৰিকল্পনা কৰা হৈছে। এই বিদ্যুৎ প্ৰধানকৈ বিদেশী বজাৰত যোগান ধৰা হ’ব বুলি বেইজিঙে জনাইছে। অৱশ্যে স্থানীয় চাহিদাও আংশিকভাৱে পূৰণ কৰা হ’ব। এইটোৱেই হ’ব বিশ্বৰ সৰ্ববৃহৎ বান্ধ। যিটো নিৰ্মাণ কৰিবলৈ প্ৰায় ১.২ ট্ৰিলিয়ন ইউয়ান খৰচ হ’ব।

চীনে দাবী কৰিছে যে পৰিৱেশৰ ভাৰসাম্য বজাই ৰাখি এই প্ৰকল্পটো সম্পন্ন কৰা হ’ব। কিন্তু একাংশ পৰিৱেশবিদ আৰু আন্তঃৰাষ্ট্ৰীয় বিশেষজ্ঞই এই বান্ধক লৈ উদ্বেগ প্ৰকাশ কৰিছে। কাৰণ ব্ৰহ্মপুত্ৰ নদী ভাৰতৰ অৰুণাচল প্ৰদেশত ‘ছিয়াং’ নামেৰে প্ৰৱেশ কৰে, আৰু তাৰ পিছত অসমলৈ প্ৰবাহিত হয়। ফলত এই বান্ধটোৱে ভাৰতৰ উত্তৰ-পূব অংশৰ পানীৰ প্ৰবাহত ডাঙৰ প্ৰভাৱ পেলাব পাৰে।

পৰিৱেশবিদসকলে আশংকা কৰিছে যে বাৰিষাৰ সময়ত বান্ধটো খুলিলে হঠাতে পানী তললৈ বৈ বানপানীৰ সৃষ্টি হ’ব পাৰে আৰু শীতকালত পানী ধৰি ৰাখিলে পানীৰ তীব্ৰ নাটনি হ’ব পাৰে। কেৱল সেয়াই নহয়, ভূতাত্ত্বিকভাৱে অতি স্পৰ্শকাতৰ অঞ্চলত ইমান বিশাল বান্ধ এটাই ভৱিষ্যতে ভূমিকম্পৰ আশংকাও বৃদ্ধি কৰিব পাৰে।

অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে কিছুদিন পূৰ্বে চীনৰ এই নদী বান্ধটোক ‘জল বোমা’ বুলি উল্লেখ কৰিছিল। তেওঁ কৈছিল, ‘তিব্বতৰ ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ বান্ধটো ভাৰতৰ বাবে ভয়ংকৰ বিপদ হ’ব পাৰে। জল বোমাৰ দৰে।’

মন কৰিবলগীয়া যে চীনে ভাৰতৰ উদ্বেগক আওকাণ কৰি প্ৰায় দহ বছৰ ধৰি এই নদী বান্ধ নিৰ্মাণৰ কাম আৰম্ভ কৰিছে, যিটো শনিবাৰৰ পৰা আনুষ্ঠানিকভাৱে আৰম্ভ হৈছে। যদিও ভাৰত চৰকাৰে এই বান্ধ সন্দৰ্ভত পোনপটীয়াকৈ একো কোৱা নাই, তথাপিও দিল্লীয়ে সমগ্ৰ পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিছে বুলি সূত্ৰসমূহে প্ৰকাশ কৰিছে।

আনহাতে, বাংলাদেশেও এই প্ৰকল্পক লৈ উদ্বেগ প্ৰকাশ কৰিছে। কূটনৈতিক মহলে আশংকা কৰিছে যে ব্ৰহ্মপুত্ৰৰ পানীৰ সোঁত নিয়ন্ত্ৰণৰ বাবে বেইজিঙৰ একপক্ষীয় পদক্ষেপে দক্ষিণ এছিয়াৰ জল নীতি আৰু চুবুৰীয়া দেশৰ সৈতে সম্পৰ্কত প্ৰভাৱ পেলাব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

September 16, 2026 6:31 pm
২৪ ঘণ্টাৰ জাননী, তাৰ পাছতেই ৭৩টা ঘৰ উচ্ছেদ : গোৱালপাৰাৰ ঘটনাক লৈ উচ্চ ন্যায়ালয়ৰ কঠোৰ প্ৰশ্ন

২৪ ঘণ্টাৰ জাননী, তাৰ পাছতেই ৭৩টা ঘৰ উচ্ছেদ : গোৱালপাৰাৰ ঘটনাক লৈ উচ্চ ন্যায়ালয়ৰ কঠোৰ প্ৰশ্ন

September 16, 2026 5:31 pm
‘১৭ ছেপ্টেম্বৰত নহয়, ১৯ ছেপ্টেম্বৰত জ্বলিব চাকি!’ মোদীৰ জন্মদিনৰ আহ্বানক লৈ সৰৱ অসমৰ ছ’চিয়েল মিডিয়া

‘১৭ ছেপ্টেম্বৰত নহয়, ১৯ ছেপ্টেম্বৰত জ্বলিব চাকি!’ মোদীৰ জন্মদিনৰ আহ্বানক লৈ সৰৱ অসমৰ ছ’চিয়েল মিডিয়া

September 16, 2026 4:22 pm
১৫ বছৰৰ পাছত কবৰ খান্দি ৩টা মৃতদেহৰ ডিএনএ পৰীক্ষা : কিন্তু কিয়?

১৫ বছৰৰ পাছত কবৰ খান্দি ৩টা মৃতদেহৰ ডিএনএ পৰীক্ষা : কিন্তু কিয়?

September 16, 2026 3:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

September 16, 2026 6:31 pm
২৪ ঘণ্টাৰ জাননী, তাৰ পাছতেই ৭৩টা ঘৰ উচ্ছেদ : গোৱালপাৰাৰ ঘটনাক লৈ উচ্চ ন্যায়ালয়ৰ কঠোৰ প্ৰশ্ন

২৪ ঘণ্টাৰ জাননী, তাৰ পাছতেই ৭৩টা ঘৰ উচ্ছেদ : গোৱালপাৰাৰ ঘটনাক লৈ উচ্চ ন্যায়ালয়ৰ কঠোৰ প্ৰশ্ন

September 16, 2026 5:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd