DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ক’ৰ’নাৰ উৎপত্তিস্থল য়ুহানত দুমাহৰ পিছত ল’কডাউন উঠাই ল’লে চীন চৰকাৰে

বিশ্ব স্বাস্থ্য সংস্থা(WHO)ৰ মতে ইতিমধ্যে প্ৰদেশখনৰ কোৱাৰেণ্টাইন প্ৰায় বন্ধ কৰা হৈছে

এন ই নাও নিউজ by এন ই নাও নিউজ
March 25, 2020 3:12 pm
6fe7be55eef777f3a8c109e13887015e

ল'কডাউন চলি থকা অৱ্স্থাত চীনৰ য়ুহান চহৰ, সৌজন্য- ইন্টাৰনেট

10.6k
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ বিশ্বতে নৰসংহাৰী ৰূপ ধাৰণ কৰা মাৰাত্মক ক’ৰ’না ভাইৰাছৰ উৎপত্তিস্থল চীনৰ য়ুহান চহৰত অব্যাহত থকা ল’কডাউন দুমাহৰ পিছত উঠাই লৈছে চীন চৰকাৰে।

উল্লেখ্য যে চীনৰ হুবাই প্ৰদেশৰ য়ুহান চহৰত যোৱা ডিচেম্বৰ মাহত উৎপত্তি হোৱা মাৰাত্মক ক’ৰ’না ভাইৰাছে চীনত নৰ সংহাৰ কৰাৰ পিছত সমগ্ৰ বিশ্বতে সংক্ৰমণ ঘটি মহামাৰী ৰূপ ধাৰণ কৰিছে।

এই মাৰাত্মক ভাইৰাছত চীনৰ প্ৰায় ৮০,০০০ হাজাৰো অধিক লোক আক্ৰান্ত হোৱাৰ বিপৰীতে ৩,২০০ লোক মৃত্যু ঘটে।

যোৱা কিছুদিনত এই ভাইৰাছ সংক্ৰমণ সম্পূৰ্ণ ৰোধ কৰিবলৈ সক্ষম হোৱা বুলি দাবী কৰি চীন চৰকাৰে কৈছে যোৱা ১৯ মাৰ্চৰ পিছৰ পৰা দেশখনত এজনো লোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱা নাই।

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে চীন চৰকাৰে যোৱা ২৩ জানুৱাৰীৰ পৰা অহা ৮ এপ্ৰিললৈকে চহৰখনত সম্পূৰ্ণ ল’কডাউন ঘোষণা কৰিছিল।

চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙে যোৱা ১০ মাৰ্চত য়ুহান চহৰ ভ্ৰমণ কৰি পৰিস্থিতি বুজ লোৱাৰ পিছত এতিয়া চীন চৰকাৰে চহৰখনৰ ল’কডাউন উঠাই লোৱাৰ সিদ্ধান্ত লৈছে বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে।

বিশ্ব স্বাস্থ্য সংস্থা(WHO)ৰ মতে ইতিমধ্যে প্ৰদেশখনৰ কোৱাৰেণ্টাইন ব্যৱস্থা প্ৰায় বন্ধ কৰা হৈছে।

চীনৰ চৰকাৰী সূত্ৰত প্ৰকাশ যে যোৱা এমাহত ১৫,০০০ হাজাৰ কোৱাৰেণ্টাইন কৰা লোকৰ মাজৰ এজনো লোকৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা নপৰাৰ বাবে লোকসকল নিজ গৃহলৈ পঠিয়াই দিয়া হৈছে।

স্থানীয় সংবাদ প্ৰতিষ্ঠানৰ বাতিৰ মতে সেইসকল লোকক স্বাস্থ্য বিভাগৰ পৰা ‘গ্ৰীণ কোড’ প্ৰমাণ পত্ৰ প্ৰদান কৰি ঘৰলৈ যাবলৈ দিয়া হৈছে।

Recent News

Assam govt buy PPE kits from China

চীনৰ পৰা সঁচাকৈয়ে পি পি ই কিট ক্ৰয় কৰিছিল নে অসম চৰকাৰে! ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনে নাকচ কৰিলে কিট ক্ৰয়ৰ দাবী

Asia Cup 2022: ভাৰতীয় হকী দলে গণি গণি ১৬টা গোল দিলে ইন্দোনেছিয়াক; প্ৰৱেশ কৰিলে ছুপাৰ-৪ত

Asia Cup 2022: ভাৰতীয় হকী দলে গণি গণি ১৬টা গোল দিলে ইন্দোনেছিয়াক; প্ৰৱেশ কৰিলে ছুপাৰ-৪ত

যুদ্ধৰ খৱৰ: ইউক্ৰেইনৰ পিছত পুটিনৰ লক্ষ্য হ’ব শ্লোভাকিয়া; ক’লে এডুয়াৰ্ড হিগাৰে

যুদ্ধৰ খৱৰ: ইউক্ৰেইনৰ পিছত পুটিনৰ লক্ষ্য হ’ব শ্লোভাকিয়া; ক’লে এডুয়াৰ্ড হিগাৰে

ৰেড কাৰ্পেটৰ আঁৰত: কানত হলীউদৰ নায়ক লিওনাৰ্ডোৰ দৃষ্টি কাঢ়িলে ভাৰতৰ উৰ্বশীয়ে

ৰেড কাৰ্পেটৰ আঁৰত: কানত হলীউদৰ নায়ক লিওনাৰ্ডোৰ দৃষ্টি কাঢ়িলে ভাৰতৰ উৰ্বশীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd