• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চীনে ১৯৯৩, ১৯৯৬, ২০১৩ৰ তিনিখন চুক্তি ভংগ কৰিছে

এন ই নাও নিউজ by এন ই নাও নিউজ
June 16, 2020 10:26 pm
China violates 1993, 1996, 2013 border agreements
2.9k
VIEWS
Share on FacebookShare on Twitter

চীনে লাডাখৰ গালৱানত সামৰিক কাৰ্য্যকলাপেৰে ১৯৯৩, ১৯৯৬ আৰু ২০১৩ৰ তিনিখন দ্বিপাক্ষিক চুক্তি ভংগ কৰিছে।

যাৰ ফলত তিনিগৰাকীকৈ ভাৰতীয় সৈন্যই প্ৰাণ হেৰুৱাব লগা হৈছে। যোৱা ৪৫ বছৰত লাইন অৱ এক্সুৱেল কণ্ট্ৰ’লৰ দুয়োফালে এজনো সৈন্যই প্ৰাণ দিব লগা হোৱা নাছিল।

১৯৯৩ৰ চুক্তিত কোৱা হৈছিল যে দুয়োফালৰ কোনো সৈন্যই এল এ চি পাৰ হ’লে, “আন পক্ষই সাৱধান কৰি দিলে তেওঁলোকে ততালিকে লাইন অৱ এক্সুৱেল কণ্ট্ৰ’লৰ তেওঁলোকৰ দিশলৈ আঁতৰি আহিব।”

বাতৰি মতে, চীনে গালৱান আৰু পেংগং চ’ এঠাইটো এই কাম কৰা নাই। বিপৰীতে ভাৰতীয় পক্ষই সাৱধান কৰি দিয়াৰ পিছতো ই নিৰ্মাণ চলাই গৈছে আৰু ইয়াৰ সেনা মোতায়েন কৰি ৰাখিছে।

১৯৯৩ৰ চুক্তিত এই কথাও উল্লেখ আছিল যে এল এ চিক লৈ সন্দেহ থাকিলে দুয়ো পক্ষই সেয়া “যুটীয়াভাৱে পৰীক্ষা” কৰিব।

বাতৰিত প্ৰকাশ যে চীনা সৈন্যই ভাৰতীয় সেনাক শেহতীয়াকৈ চোকা অস্ত্ৰৰে আক্ৰমণ কৰি আহিছিল।

সেইদৰে ১৯৯৬ৰ চুক্তিত উল্লেখ আছিল যে “লাইন অৱ এক্সুৱেল কণ্ট্ৰ’লৰ সীমাক লৈ বা আন কোনো কাৰণত ভিন্নতাৰ কাৰণে দুয়ো পক্ষৰ সীমান্ত ৰক্ষীসকল মুখামুখি হ’লে, তেওঁলোকে আত্মসংযম বৰ্তাই ৰাখিব আৰু পৰিস্থিতিৰ তীব্ৰতা বৃদ্ধি এৰাই চলাৰ বাবে সকলো প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব।”

সেই চুক্তিতে প্ৰথমবাৰৰ কাৰণে স্পষ্ট কৰি দিয়া হয় যে “লাইন অৱ এক্সুৱেল কণ্ট্ৰ’লৰ ২ কি.মি. দূৰত্বৰ ভিতৰত দুয়ো পক্ষই গুলী চলাব বা বিস্ফোৰণ ঘটাব নোৱাৰিব।”

১৯৯৬ৰ চুক্তিয়ে সামৰিক অনুশীলনক লৈয়ো নিয়ম বান্ধি দিছিল। কিন্তু চীনা পি এল এই লাডাখৰ বিপৰীতফালে গ্ৰীষ্মকালীন সামৰিক অনুশীলন চলাই গৈছিল যিটো ভাৰতৰ প্ৰতি ভাবুকিস্বৰূপ আছিল।

২০১৩ৰ চুক্তি মতে সীমান্তত এল এ চিক লৈ উমৈহতীয়া বুজাবুজি নথকা এলেকাসমূহত দুয়ো পক্ষই তহল নিদিয়াক লৈয়ো সন্মত হৈছিল।

যোৱা সময়চোৱাত এল এ চি সন্দৰ্ভত হোৱা চুক্তি আৰু প্ৰ’ট’কলসমূহ চীনে উলংঘা কৰি আহিছে।

Recent News

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd