• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চীনে ১৯৯৩, ১৯৯৬, ২০১৩ৰ তিনিখন চুক্তি ভংগ কৰিছে

এন ই নাও নিউজ by এন ই নাও নিউজ
June 16, 2020 10:26 pm
China violates 1993, 1996, 2013 border agreements
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চীনে লাডাখৰ গালৱানত সামৰিক কাৰ্য্যকলাপেৰে ১৯৯৩, ১৯৯৬ আৰু ২০১৩ৰ তিনিখন দ্বিপাক্ষিক চুক্তি ভংগ কৰিছে।

যাৰ ফলত তিনিগৰাকীকৈ ভাৰতীয় সৈন্যই প্ৰাণ হেৰুৱাব লগা হৈছে। যোৱা ৪৫ বছৰত লাইন অৱ এক্সুৱেল কণ্ট্ৰ’লৰ দুয়োফালে এজনো সৈন্যই প্ৰাণ দিব লগা হোৱা নাছিল।

Apply Now

১৯৯৩ৰ চুক্তিত কোৱা হৈছিল যে দুয়োফালৰ কোনো সৈন্যই এল এ চি পাৰ হ’লে, “আন পক্ষই সাৱধান কৰি দিলে তেওঁলোকে ততালিকে লাইন অৱ এক্সুৱেল কণ্ট্ৰ’লৰ তেওঁলোকৰ দিশলৈ আঁতৰি আহিব।”

বাতৰি মতে, চীনে গালৱান আৰু পেংগং চ’ এঠাইটো এই কাম কৰা নাই। বিপৰীতে ভাৰতীয় পক্ষই সাৱধান কৰি দিয়াৰ পিছতো ই নিৰ্মাণ চলাই গৈছে আৰু ইয়াৰ সেনা মোতায়েন কৰি ৰাখিছে।

১৯৯৩ৰ চুক্তিত এই কথাও উল্লেখ আছিল যে এল এ চিক লৈ সন্দেহ থাকিলে দুয়ো পক্ষই সেয়া “যুটীয়াভাৱে পৰীক্ষা” কৰিব।

বাতৰিত প্ৰকাশ যে চীনা সৈন্যই ভাৰতীয় সেনাক শেহতীয়াকৈ চোকা অস্ত্ৰৰে আক্ৰমণ কৰি আহিছিল।

সেইদৰে ১৯৯৬ৰ চুক্তিত উল্লেখ আছিল যে “লাইন অৱ এক্সুৱেল কণ্ট্ৰ’লৰ সীমাক লৈ বা আন কোনো কাৰণত ভিন্নতাৰ কাৰণে দুয়ো পক্ষৰ সীমান্ত ৰক্ষীসকল মুখামুখি হ’লে, তেওঁলোকে আত্মসংযম বৰ্তাই ৰাখিব আৰু পৰিস্থিতিৰ তীব্ৰতা বৃদ্ধি এৰাই চলাৰ বাবে সকলো প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব।”

সেই চুক্তিতে প্ৰথমবাৰৰ কাৰণে স্পষ্ট কৰি দিয়া হয় যে “লাইন অৱ এক্সুৱেল কণ্ট্ৰ’লৰ ২ কি.মি. দূৰত্বৰ ভিতৰত দুয়ো পক্ষই গুলী চলাব বা বিস্ফোৰণ ঘটাব নোৱাৰিব।”

১৯৯৬ৰ চুক্তিয়ে সামৰিক অনুশীলনক লৈয়ো নিয়ম বান্ধি দিছিল। কিন্তু চীনা পি এল এই লাডাখৰ বিপৰীতফালে গ্ৰীষ্মকালীন সামৰিক অনুশীলন চলাই গৈছিল যিটো ভাৰতৰ প্ৰতি ভাবুকিস্বৰূপ আছিল।

২০১৩ৰ চুক্তি মতে সীমান্তত এল এ চিক লৈ উমৈহতীয়া বুজাবুজি নথকা এলেকাসমূহত দুয়ো পক্ষই তহল নিদিয়াক লৈয়ো সন্মত হৈছিল।

যোৱা সময়চোৱাত এল এ চি সন্দৰ্ভত হোৱা চুক্তি আৰু প্ৰ’ট’কলসমূহ চীনে উলংঘা কৰি আহিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

অসমৰ ৫গৰাকী ‘বিদেশী’ মহিলাৰ বিতাড়নত স্থগিতাদেশ বাহাল! শপতনামা দাখিলৰ বাবে ৰাজ্য চৰকাৰক দুসপ্তাহৰ সময় দিলে উচ্চতম ন্যায়ালয়ে

অসমৰ ৫গৰাকী ‘বিদেশী’ মহিলাৰ বিতাড়নত স্থগিতাদেশ বাহাল! শপতনামা দাখিলৰ বাবে ৰাজ্য চৰকাৰক দুসপ্তাহৰ সময় দিলে উচ্চতম ন্যায়ালয়ে

July 18, 2026 7:11 pm
বিতৰ্কৰ মাজতে আমিৰ খানলৈ হত্যাৰ ভাবুকি লৰেন্স বিষ্ণৈ গেঙৰ

বিতৰ্কৰ মাজতে আমিৰ খানলৈ হত্যাৰ ভাবুকি লৰেন্স বিষ্ণৈ গেঙৰ

July 18, 2026 5:41 pm
অসমত হ্ৰাস পালে নিট উত্তীৰ্ণৰ হাৰ! উত্তৰ-পূবৰ ভিতৰত শীৰ্ষত থাকিলেও পূৰ্বৰ তুলনাত পিছহুঁহকিলে ৰাজ্যৰ শিক্ষাৰ্থী

অসমত হ্ৰাস পালে নিট উত্তীৰ্ণৰ হাৰ! উত্তৰ-পূবৰ ভিতৰত শীৰ্ষত থাকিলেও পূৰ্বৰ তুলনাত পিছহুঁহকিলে ৰাজ্যৰ শিক্ষাৰ্থী

July 18, 2026 5:33 pm
মহাকাশ গৱেষণাত নতুন ইতিহাস ৰচিবলৈ সাজু ভাৰত: আগষ্টৰ পূৰ্বে উৎক্ষেপণ হ’ব স্কাইৰুটৰ ব্যক্তিগত ৰকেট বিক্ৰম-১

মহাকাশ গৱেষণাত নতুন ইতিহাস ৰচিবলৈ সাজু ভাৰত: আগষ্টৰ পূৰ্বে উৎক্ষেপণ হ’ব স্কাইৰুটৰ ব্যক্তিগত ৰকেট বিক্ৰম-১

July 18, 2026 4:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমৰ ৫গৰাকী ‘বিদেশী’ মহিলাৰ বিতাড়নত স্থগিতাদেশ বাহাল! শপতনামা দাখিলৰ বাবে ৰাজ্য চৰকাৰক দুসপ্তাহৰ সময় দিলে উচ্চতম ন্যায়ালয়ে

অসমৰ ৫গৰাকী ‘বিদেশী’ মহিলাৰ বিতাড়নত স্থগিতাদেশ বাহাল! শপতনামা দাখিলৰ বাবে ৰাজ্য চৰকাৰক দুসপ্তাহৰ সময় দিলে উচ্চতম ন্যায়ালয়ে

July 18, 2026 7:11 pm
বিতৰ্কৰ মাজতে আমিৰ খানলৈ হত্যাৰ ভাবুকি লৰেন্স বিষ্ণৈ গেঙৰ

বিতৰ্কৰ মাজতে আমিৰ খানলৈ হত্যাৰ ভাবুকি লৰেন্স বিষ্ণৈ গেঙৰ

July 18, 2026 5:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd