• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

তীব্ৰ উৎকণ্ঠা; ইজৰাইল-পেলেষ্টাইনক লৈ এইবাৰ সন্মুখ সমৰত চীন-আমেৰিকা!

এন ই নাও নিউজ by এন ই নাও নিউজ
May 17, 2021 10:38 am
Israel-paleistan
669
VIEWS
Share on FacebookShare on Twitter

যোৱা প্ৰায় এসপ্তাহ ধৰি চলি থকা ইজৰাইল আৰু পেলেষ্টাইনৰ সংঘৰ্ষ থমকি ৰোৱাৰ কোনো ইংগিত দেখা যোৱা নাই। কিন্তু ইয়াৰ মাজতে বিষয়টোক লৈ এইবাৰ সন্মুখ সমৰত অৱতীৰ্ণ হৈছে বিশ্বৰ দুই শক্তিধৰ দেশ চীন আৰু আমেৰিকা।

দেশ দুখনৰ মাজত চলি থকা সংঘাতক লৈ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে বিবৃতি জাৰি কৰিব বিচাৰিছিল। কিন্তু আন সদস্য দেশৰ সন্মতি থাকিলেও এইক্ষেত্ৰত আমেৰিকাৰ বাধাৰ বাবেই সেয়া হৈ নুঠিল।

ইয়াকে লৈ তীব্ৰ প্ৰতিক্ৰিয়া  প্ৰকাশ কৰিছে চীনে। চীনে বিদেশ মন্ত্ৰ্যালয়ে আনকি আনুষ্ঠানিক বিবৃতি জাৰি কৰি বিডেন প্ৰশাসনৰ সমালোচনাত সৰৱ হৈ পৰিল।

বাতৰি অনুসৰি, দেওবাৰে চীন আৰু নৰৱেৰ বিশেষ উদ্যোগত ৰাষ্ট্ৰসংঘৰ সদস্য দেশসমূহৰ প্ৰতিনিধিসকলৰ ভাৰ্চুৱেল বৈঠক অনুষ্ঠিত হৈছিল।

ভাৰতকে ধৰি চীন, নৰৱে, আয়াৰলেণ্ড, মেক্সিকো আদি ১৪খন দেশৰ প্ৰতিনিধিয়ে ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত চলি থকা সংঘৰ্ষ অনতিপলমে বন্ধ কৰাৰ সপক্ষে মত দিয়ে।

দুয়োখন দেশে যাতে শীঘ্ৰেই অস্ত্ৰবিৰতি ঘোষণা কৰে তাৰ বাবে দেশকেইখনৰ প্ৰতিনিধিসকলে এক খচৰা বিবৃতি প্ৰকাশ কৰাতো সন্মতি দিয়ে।

কিন্তু এইক্ষেত্ৰত বাধাৰ প্ৰাচীৰ হৈ থিয় দিয়ে আমেৰিকা। দেশখনৰ প্ৰতিনিধিয়ে ভেটো প্ৰয়োগ কৰি জানিবলৈ দিয়ে যে দেশ দুখনৰ মাজত শান্তি স্থাপন কৰাৰ বাবে আমেৰিকাই প্ৰচেষ্টা চলাই আছে। এনে পৰিস্থিতিত বিবৃতি প্ৰকাশ কৰিলে হয়তো পৰিস্থিতি হিতে বিপৰীত হ’ব পাৰে।

ইয়াৰ ফলত নিৰাপত্তা পৰিষদৰ ফালৰ পৰা বিবৃতি প্ৰকাশ কৰা নহ’ল। পিচে, বিডেন প্ৰশাসনৰ ফালৰ পৰা প্ৰকাশ কৰা বিবৃতিত পূৰ্বে ইজৰাইলক যুদ্ধ ব্ধ কৰাৰ পৰামৰ্শ দিয়াৰ লগতে সমৰ্থনো জনোৱা হৈছিল।

কোৱা হৈছিল যে হামাছে নিক্ষেপ কৰা কেইশমান ৰকেটৰ পৰা নিজক ৰক্ষা কৰিবলৈকে এই পদক্ষেপ লৈছে ইজৰাইলে।

এনে পৰিস্থিতিত এতিয়া আমেৰিকাৰ ভূমিকাত ক্ষুব্ধ হৈ পৰিছে চীন আৰু ৰাছিয়া। বেইজিঙে জাৰি কৰা বিবৃতিত কোৱা হৈছে যে সমগ্ৰ বিশ্বত শান্তি বজাই ৰখাৰ দায়িত্ব নিৰাপত্তা পৰিষদৰ ওপৰত ন্যস্ত আছে। কিন্তু এখন দেশৰ বাধাৰ বাবেই ঐক্যবদ্ধভাৱে নিৰাপত্তা পৰিষদে মত প্ৰকাশ কৰিব নোৱাৰিলে।

Recent News

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

‘আয়োগক সীমাহীন ক্ষমতা নহয়’; ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়কক লৈ প্ৰশ্ন উত্থাপন চন্দ্ৰচূড়ৰ

‘আয়োগক সীমাহীন ক্ষমতা নহয়’; ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়কক লৈ প্ৰশ্ন উত্থাপন চন্দ্ৰচূড়ৰ

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

লৰ্ডছত ইংলেণ্ডৰ বিৰুদ্ধে বুমৰাহৰ আধিপত্যৰ পিছত ভাৰতৰ হৈ যুঁজত ৰাহুল-পন্ত যুটী

লৰ্ডছত ইংলেণ্ডৰ বিৰুদ্ধে বুমৰাহৰ আধিপত্যৰ পিছত ভাৰতৰ হৈ যুঁজত ৰাহুল-পন্ত যুটী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd