• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মুছলমানৰ সাংস্কৃতিক ইতিহাস ‘নিৰ্মূল’ কৰিবলৈ চীনে ধ্বংস কৰিছে উইঘুৰসকলৰ সমাধি

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 10, 2019 7:07 pm

1 min read

TELEMMGLPICT000212463845_trans_NvBQzQNjv4Bqn58EbnxG8gkl-A6U9UQJlatFyLXVb3gczAnsnNkKUvs 2

ফটো উৎস: দ্য টেলিগ্ৰাফ ডট কো ইন

920
VIEWS
Share on FacebookShare on Twitter

মৃত্যুৰ পাছতো আনকি সকাহ পোৱা নাই বিশ্বৰ আটাইতকৈ নিপীড়িত সংখ্যালঘু চীনৰ উইঘুৰসকলে।

এক নতুন অনুসন্ধানত প্ৰকাশ পোৱা মতে চীনে উক্ত সম্প্ৰদায়ৰ পৰিয়ালৰ কেইবা পীড়িক সমাধিস্থ কৰা সমাধিক্ষেত্ৰসমূহ ধ্বংস কৰিছে।

লণ্ডনৰ দ্য টেলিগ্ৰাফ ডট কো ইন নামৰ নিউজ পৰ্টেলত প্ৰকাশ পাইছে এই চাঞ্চল্যকৰ সংবাদ।

বিগত দুটা বছৰত চীনৰ উত্তৰ-পশ্চিমাঞ্চলত থকা স্মৃতিসৌধবোৰ আৰু ডজন সংখ্যক পৰিত্যক্ত হৈ পৰি থকা নৰ কংকালৰ সমাধিক্ষেত্ৰ ধ্বংস কৰা হৈছে।

এ এফ পিৰ গৱেষণা আৰু ছেটেলাইট চিত্ৰ বিশ্লেষক আৰ্থৰাইজ এলায়েন্সে এই কথা সদৰী কৰিছে।

দেশখনৰ বিষয়াসকলে নগৰ উন্নয়ন নীতিৰ বা পুৰণি সমাধিৰ ‘মান উন্নীতকৰণ’ৰ বাখ্যা আগবঢ়ালেও প্ৰবাসী উইঘুৰসকলে কয় যে এই ধ্বংস কাৰ্য ৰাষ্ট্ৰখনৰ সম্প্ৰদায়টোৰ জনগোষ্ঠীয় পৰিচয় নিৰ্মূল কৰাৰ তথা তেওঁলোকৰ জীৱনৰ প্ৰতিটো দিশ নিয়ন্ত্ৰণৰ এক প্ৰচেষ্টাহে।

‘’পৰম্পৰাগতভাৱে বসবাস কৰা চীনাসকলৰ দৰে আমি কোন তাৰ যিকোনো প্ৰমাণ নিৰ্মূল কৰাৰ এয়া চীনৰ এক অভিযানৰ অংশ,’’- নিজৰ আজোককাকৰ সমাধি ধ্বংস কৰাৰ কথা উল্লেখ কৰি এইদৰে কয় চালিহ হুনডায়াৰে।

‘’সেইবাবেই তেওঁলোকে এই সকলোবোৰ ঐতিহাসিক স্থান, এই সমাধিক্ষেত্ৰ ধ্বংস কৰি আমাক আমাৰ ইতিহাস, আমাৰ পিতৃপুৰুষ তথা পূৰ্ব পুৰুষৰ পৰা বিছিন্ন কৰিব বিচাৰিছে,’’-তেওঁ কয়।

Recent News

Tengakhat

ভোগালীৰ পূৰ্বৰ নিশাই টিংখাঙত জঘন্য কাণ্ড : ১৮ বছৰীয়া যুৱতীক ধৰ্ষণ কৰি খুৰীয়েকৰ সৈতে হত্যা

pfizer-coronavirus_vaccine-750x375-1

কৰ’নাৰ ভেকচিন লোৱাৰ পাছতে ২৩জন লোকৰ মৃত্যু! টীকাকৰণক লৈ আতংক নৰ’ৱেত

index

আত্মনির্ভৰ ভাৰত! : দেশত নিৰ্মিত অত্যাধুনিক মাৰণাস্ত্ৰ লাভ কৰিব দেশৰ সেনাবাহিনীয়ে

wp-video-call-main_013120124554-new-750x375

চাপত পৰি পিছ হুহুকিলে WhatsApp; প্ৰাইভেচি পলিচিক লৈ নতুন ঘোষণাত য়ুজাৰৰ সকাহ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd