• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাৰতত বাঢ়িছে, চীনত কমিছে! চীনত এবছৰত হ্ৰাস পালে ২০ লাখ জনসংখ্যা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 17, 2024 3:30 pm
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

743
VIEWS
Share on FacebookShare on Twitter

একেৰাহে দুবছৰ চীনৰ জনসংখ্যা হ্ৰাস পাইছে। পৰিসংখ্যা অনুসৰি যোৱা এটা বছৰত চীনৰ জনসংখ্যা ২০ লাখতকৈ অধিক হ্ৰাস পাইছে।

বেইজিঙৰ নেশ্যনেল ব্যুৰো অৱ ষ্টেটিষ্টিকছে প্ৰকাশ কৰা তথ্য অনুসৰি ২০২৩ চনৰ শেষৰ ফালে চীনৰ জনসংখ্যা আছিল ১৪০ কোটি ৯৬ লাখ ৭০ হাজাৰ।

২০২২ চনৰ জনসংখ্যাৰ তুলনাত ২০২৩ চনত জনসংখ্যা ২০ লাখ ৮০ হাজাৰ কমিছে। ২০২৩ চনত প্ৰতি হাজাৰ লোকৰ জন্মৰ হাৰ আছিল ৬.৩৯।

লগতে পঢ়কঃ চুৰুনী সাংসদ! দোকানৰ সামগ্ৰী চোৰ কৰাৰ অভিযোগৰ পিছত পদত্যাগ নিউজিলেণ্ডৰ সাংসদৰ

জন্মৰ হাৰ কম হোৱা আৰু কৰ’না ভাইৰাছত মৃত্যুৰ বাবে জনসংখ্যা হ্ৰাস পোৱা বুলি জানিব পৰা গৈছে।

কিন্তু পৰিসংখ্যা ব্যুৰোৰ তথ্য অনুসৰি চীনৰ অৰ্থনীতি বৃদ্ধি পাইছে। যোৱা বছৰৰ অক্টোবৰৰ পৰা ডিচেম্বৰলৈকে তিনিমাহত জিডিপি বৃদ্ধিৰ হাৰ ৫.২ শতাংশ।

চীনে দাবী কৰিছে যে বিত্তীয় খণ্ডত বৃদ্ধিৰ লক্ষ্য তেওঁলোকে পূৰণ কৰিছে। কৰ’না নিষেধাজ্ঞা উঠাই লোৱাৰ পাছত চীনৰ বিত্তীয় বৃদ্ধিৰ লক্ষ্য আছিল ৫ শতাংশ।

লগতে পঢ়কঃ বৃহৎ ক্ষতিৰ সন্মুখীন আম্বানী! মাত্ৰ ২৪ ঘণ্টাৰ ভিতৰতে দুই কোম্পানীৰ পৰা হেৰুৱালে ৩৮,৩৩৪ কোটি টকা

উল্লেখ্য যে জনসংখ্যাৰ ফালৰ পৰা ভাৰত এতিয়া বিশ্বৰ এক নম্বৰ দেশ। চীন দ্বিতীয় স্থানত আছে। 

Recent News

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

“ঘৰ ঘৰ সংযোগ কাৰ্যসূচী ” ঘোষণা আপৰ : অক্টোবৰত গুৱাহাটীত বিশাল সমাৱেশ, আহিব অৰবিন্দ কেজৰীৱাল

“ঘৰ ঘৰ সংযোগ কাৰ্যসূচী ” ঘোষণা আপৰ : অক্টোবৰত গুৱাহাটীত বিশাল সমাৱেশ, আহিব অৰবিন্দ কেজৰীৱাল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd