• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাৰতৰ ১৪৯মিটাৰ ভিতৰলৈ সোমাই আহিছে চীনৰ সেনা; নিৰ্মাণ কৰিছে স্থায়ী ঘাটি!

এন ই নাও নিউজ by এন ই নাও নিউজ
July 6, 2020 10:40 am
WhatsApp Image 2020-07-06 at 10.28.36 AM

চীনৰ সেনাই সীমান্তত কৰা প্ৰৱেশৰ চেষ্টাৰ ফাইল ফটো। সৌজন্য: ইণ্ডিয়া টাইম

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উপগ্ৰহীয় চিত্ৰত পূৰ্বতেই ধৰা পৰিছিল পাহাৰ কাটি, নদীৰ ওপৰত কালভাৰ্ট নিৰ্মাণ তথা ১৬টা সেনা শিৱিৰৰ ছবি।

ভাৰতীয় সেনাৰ সূত্ৰৰ খৱৰ অনুসৰি, চীনে সীমান্তত নিৰ্মাণৰ কাম বৃদ্ধিহে কৰিছে। গলৱান নদীৰ পাৰত ১৯টা শিৱিৰ স্থাপন কৰাৰ লগতে পকী ৰাস্তাও নিৰ্মাণ কৰিছে।

Apply Now

গলৱান উপত্যকাৰ পহৰাদাৰী পইন্ট ১৪’ৰ ওচৰত চীনৰ সেনাৰ শিৱিৰ স্থাপনকলৈয়েই ভাৰতীয় সেনাৰ সৈতে সংঘাতৰ সৃষ্টি হৈছিল।

কিন্তু তথাপি চীন পক্ষই ৰাস্তা নিৰ্মাণ তথা শিৱিৰ স্থাপনৰ কাম বন্ধ কৰা নাই।

সেনাৰ সূত্ৰই প্ৰকাশ কৰা মতে, গলৱান নদীৰ যিটো অঞ্চলত চীনৰ শিৱিৰসমূহ স্থাপন কৰা হৈছে সেয়া কৌশলগতভাৱে অত্যন্ত গুৰুত্বপূৰ্ণ।

ইয়াৰ পৰা চিধাচিধি ভাৰতীয় সেনাৰ শিৱিৰৰ ওপৰত চকু ৰাখিব পাৰিব চীনা সৈন্যই।

বাতৰি অনুসৰি, সেনাৰ এক বিষয়াৰ উদ্ধৃতিৰে কোৱা হৈছে যে চীনৰ সেনা ভাৰতীয় ভুখণ্ডৰ ভিতৰলৈ ১৪৯মিটাৰ সোমাই আহিছে।

উক্ত অঞ্চলত তম্বু টানি চীনৰ সেনা বহি পৰিছে। গোলাপী তিৰ্পালৰ পৰিৱৰ্তে ব্যৱহাৰ কৰিছে ক’লা তিৰ্পাল। চীনৰ সৈন্যসকলে বিশেষ ধৰণৰ পোছাকো পৰিধান কৰিছে। তেওঁলোকে তাত স্থায়ীভাৱে থকাৰ প্ৰস্তুতি লৈ আহিছে। পিছলৈ উভতি যোৱাৰ কোনো লক্ষণ দেখুওৱা নাই চীনৰ সেনাই।

ইপিনে, সেনাৰ সূত্ৰ অনুসৰি, ভাৰতীয় বিমান বাহিনীয়ে শ্ৰীনগৰ, জম্মুৰ চঞ্জুৱান আৰু দক্ষিণ কাশ্মীৰৰ পুলৱামাৰ পৰা ক্ৰমে সেনা তথা সা-সামগ্ৰীসমূহ লাডাখলৈ নিবলৈ লৈছে।

আনহাতে, সীমান্তত আন্ত:গাঁথনি নিৰ্মাণৰ কামত অধিক গুৰুত্ব দিয়াৰ কথা সদৰী কৰিছে কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়ে।

তেওঁ উল্লেখ কৰিছে যে জম্মু-কাশ্মীৰ, অৰুণাচল প্ৰদেশ, উত্তৰাখণ্ড, ৰাজস্থান তথা হিমাচল প্ৰদেশৰ সীমান্ত অঞ্চলত বহুকেইটা ৰাস্তা নিৰ্মাণৰ কাম চলি আছে। প্ৰয়োজনত ৰাণৱে’ৰ কামত ব্যৱহাৰ কৰিব পৰাকৈ এনেকুৱা ১৭টা ৰাস্তা নিৰ্মাণৰ কামো  চলাই থকা হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

October 13, 2026 11:45 am
ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

October 13, 2026 11:01 am
জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত কেৰালা বিধানসভাত গৃহীত প্ৰস্তাৱ

জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত কেৰালা বিধানসভাত গৃহীত প্ৰস্তাৱ

October 13, 2026 10:02 am
বিৰোধীৰ আবেদনত ১৪টা ‘ভুল’, আদায় দিয়া হোৱা নাই সম্পূৰ্ণ আদালতৰ মাচুলো; জনালে উচ্চতম ন্যায়ালয়ে

বিৰোধীৰ আবেদনত ১৪টা ‘ভুল’, আদায় দিয়া হোৱা নাই সম্পূৰ্ণ আদালতৰ মাচুলো; জনালে উচ্চতম ন্যায়ালয়ে

October 13, 2026 9:01 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

October 13, 2026 11:45 am
ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

October 13, 2026 11:01 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd