• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আমেৰিকাক একাষৰীয়া! চীনৰ সৈতে বন্ধুত্ব গঢ়িছে চৌদি আৰৱে

উল্লেখ্য যে এসময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে কৈছিল যে আমেৰিকাৰ হস্তক্ষেপ অবিহনে মধ্যপ্ৰাচ্যৰ দেশ সমূহৰ মাজত বুজা-বুজি হোৱাটো সম্ভৱেই নহয়। সেয়ে এতিয়া আমেৰিকাৰ অনুপস্থিতিত চীনক মধ্যস্থতাকাৰী হিচাপে লৈ দুই দেশৰ মাজত হোৱা সফল বুজা-বুজিয়ে অস্বস্তিত পেলাইছে আমেৰিকাক।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 28, 2023 10:18 am
143
VIEWS
Share on FacebookShare on Twitter

যোৱা কেইসপ্তাহমানৰ ভিতৰত মধ্যপ্ৰাচ্যত সংঘটিত হৈছে এক নাটকীয় পৰিঘটনা।

উল্লেখ্য যে ৭ বছৰৰ পূৰ্বে ভাঙি পৰিছিল ইৰান আৰু চৌদি আৰৱৰ মাজত থকা ঘনিষ্ঠ সম্পৰ্ক। কিন্তু ৭ বছৰৰ মূৰত আকৌ প্ৰাণ পাই উঠিছে ইৰান আৰু চৌদি আৰৱৰ বন্ধুত্বই। কিন্তু আটাইতকৈ লক্ষ্যনীয় কথাটো হ’ল এই দুই ৰাষ্ট্ৰৰ মাজত বন্ধুত্ব ঘূৰাই অনাৰ ক্ষেত্ৰত মধ্যস্থতাকাৰীৰ ভূমিকা গ্ৰহণ কৰা ৰাষ্ট্ৰখন আমেৰিকা নহয়। চৌদি আৰৱ আৰু ইৰানৰ মাজত পুনৰ সম্পৰ্ক স্থাপনৰ মধ্যস্থতাকাৰীৰ ভূমিকা গ্ৰহণ কৰা ৰাষ্ট্ৰখন হৈছে চীন।

উল্লেখ্য যে যোৱা ১০ মাৰ্চত বেইজিঙত অনুষ্ঠিত হোৱা এখন সন্মিলনত চীনৰ শীৰ্ষ কুটনীতিবিদ ৱাং য়ীৰ লগত উপস্থিত আছিল চৌদি আৰৱ আৰু ইৰানৰ প্ৰতিনিধি বিষয়া। তাতেই ৱাং য়ীয়ে দেশ দুখনৰ মাজত পুনৰ বৈদেশিক সু-সম্পৰ্ক গঢ়ি তোলাৰ প্ৰস্তাৱ দিয়ে। ইয়াৰ পিছতেই ৰাষ্ট্ৰ দুখনৰ মাজত সম্পৰ্ক গঢ়ি তোলাৰ বাবে তীব্ৰ গতিৰে কাম হাতত লোৱা হয়।

ফলস্বৰূপে বৃহস্পতিবাৰে বেইজিঙত ছৌদি আৰৱৰ বৈদেশিক মন্ত্ৰী ৰাজকুমাৰ ফৈছাল বিন ফাৰহান আৰু ইৰানৰ বৈদেশিক মন্ত্ৰী হোছেইন আমিৰ আব্দুল্লাহিয়ানৰ মাজত হোৱা বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হয় যে দুমাহৰ ভিতৰত তেহৰাণ আৰু ৰিয়াদৰ মাজত দূতাবাস আৰু যাত্ৰীবাহী বিমান মুকলি কৰা হ’ব।

আনকি ইৰানৰ ৰাষ্ট্ৰপতি ৰাইচীয়ে ছৌদি আৰব ভ্ৰমণৰ বাবে চৌদি আৰৱৰ ৰজা ছলমানৰ পৰা নিমন্ত্ৰণ লাভ কৰাৰ কথাও সদৰী কৰে ইৰানৰ বিষয়া সকলে।

উল্লেখ্য যে এসময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে কৈছিল যে আমেৰিকাৰ হস্তক্ষেপ অবিহনে মধ্যপ্ৰাচ্যৰ দেশ সমূহৰ মাজত বুজা-বুজি হোৱাটো সম্ভৱেই নহয়। সেয়ে এতিয়া আমেৰিকাৰ অনুপস্থিতিত চীনক মধ্যস্থতাকাৰী হিচাপে লৈ দুই দেশৰ মাজত হোৱা সফল বুজা-বুজিয়ে অস্বস্তিত পেলাইছে আমেৰিকাক।

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd