• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চীনৰ ওহানত কোভিডৰ উৎপত্তিৰ কথা প্ৰকাশ কৰি কাৰাদণ্ডৰে দণ্ডিত সাংবাদিক ঝাং ঝানৰ জীয়াই থকাৰ আশা ক্ষীণ, কিন্তু কিয়?

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
November 6, 2021 7:58 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চীনৰ ওহানত কোভিডৰ উৎপত্তিৰ কথা প্ৰকাশ কৰি কাৰাদণ্ডৰে দণ্ডিত সাংবাদিক ঝাং ঝানৰ জীয়াই থকাৰ আশা ক্ষীণ। এই কথা প্ৰকাশ কৰিছে সাংবাদিকগৰাকীৰ ভাতৃ ঝাং জুৱে।

চীনৰ ওহানত প্ৰথমে উৎপত্তি হৈ সমগ্ৰ বিশ্বতে বিয়পি পৰা ক’ৰ’ণা ভাইৰাছৰ সৃষ্টি ওহানতে হৈছিল বুলি বিভিন্ন মহলে দাবী কৰি অহাৰ সময়তে ওহানৰ ক’ৰ’ণাকালৰ ছবি খন বিশ্ববাসীক জনাই আইনৰ ৰোষত পৰিছিল এগৰাকী মহিলা সাংবাদিক।

Apply Now

ঝাং ঝান নামৰ মহিলা সাংবাদিক গৰাকীক ওহানক ক’ৰ’ণাতংকৰ ফলত সৃষ্টি হোৱা পৰিস্থিতি বিশ্ববাসীৰ ওচৰত দাঙি ধৰাৰ বাবেই ৪ বছৰৰ কাৰাদণ্ড বিহা হৈছে।

মহিলা সাংবাদিক গৰাকীয়ে ওহানত ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণ আৰম্ভ হোৱাৰ সময়তে সেই ঠাইলৈ গৈছিল আৰু ক’ৰ’ণাতংকৰ বাবে অঞ্চলটোত সৃষ্টি হোৱা চূড়ান্ত দুৰ্দশাৰ ছবিখন লেখা আৰু আলোকচিত্ৰৰে প্ৰকাশ কৰিছিল।

সেই সময়ত কিদৰে প্ৰশাসনে মানুহক বলপূৰ্বক ঘৰৰ ভিতৰতাৱদ্ধ কৰি ৰাখিছিল, কিদৰে জনশূন্য হৈ পৰিছিল দোকান-পোহাৰ আদি সকলো কথাই সাংবাদিক গৰাকীয়ে কেমেৰাত আৱদ্ধ কৰাৰ লগতে বিভিন্ন আন্তঃৰাষ্ট্ৰীয় চেনেলত এই বিষয়ে সাক্ষাৎকাৰো প্ৰকাশ কৰিছিল।

ওহানত ক’ৰ’ণাৰ প্ৰথম সংক্ৰমণ ৰোধ কৰাত চীনৰ চৰকাৰ ব্যৰ্থ হোৱাৰ ছবিখন সাংবাদিক গৰাকীয়ে উদঙাই দিয়াত সফল হৈছিল।

এই কথাতে ক্ষুদ্ধ হৈ পৰা চৰকাৰে সাংবাদিক ঝাং ঝানক গ্ৰেপ্তাৰ কৰিছিল আৰু আজি ছাংহাইৰ এখন আদালতে সাংবাদিক ঝাং ঝানক চাৰি বছৰৰ কাৰাদণ্ডৰে দণ্ডিত কৰে।

আদালতে চিটিজেন জাৰ্নালিষ্টগৰাকীৰ বিৰুদ্ধে ৰায়দান কৰি কৈছিল যে সাংবাদিক গৰাকীয়ে ওহানত ক’ৰ’ণা সংক্ৰমণৰ ফলত সৃষ্টি হোৱা পৰিবেশ বিশ্বৰ সন্মুখত ভুলকৈ আৰু অতিৰঞ্জিত ভাবে প্ৰচাৰ কৰিছে।

শেহতীয়াকৈ সাংবাদিক ঝাং ঝানে কাৰাগাৰৰ ভিতৰতে আৰম্ভ কৰিছে আমৰণ অনশন।কাৰাগাৰ কৰ্তৃপক্ষই বহু চেষ্টা কৰিও ঝাং ঝানক খাদ্য খুৱাব পৰা নাই।

আনকি তেওঁক পাইপেৰেও খাদ্য খুওৱাত ব্যৰ্থ হৈছে প্ৰশাসন। এনে পৰিস্থিতিত ঝাং ঝানৰ জীয়াই থকাৰ আশা ক্ষীণ বুলি প্ৰকাশ কৰিছে তেওঁৰ ভাতৃয়ে।

উল্লেখ্য ইয়াৰ পূৰ্বেও চীনৰ চৰকাৰে বহু কেইগৰাকী সাংবাদিকক একে অভিযোগতে গ্ৰেপ্তাৰ কৰিছে।একেদৰে চীনৰ ভাইৰ’লজিষ্ট লী মেং য়ানে

ক’ৰ’ণা ভাইৰাছ সম্পৰ্কে বহু গোপন তথ্য ফাদিল কৰি দিয়াৰ বাবে তেওঁকো চীনৰ চৰকাৰে বিচাৰি ফুৰিছে।

এইগৰাকী মহিলা ভাইৰ’লজিষ্ট য়ানেই প্ৰথমবাৰৰ বাবে বিশ্ববাসীক জনাই দিছিল যে ক’ৰ’ণা ভাইৰাছ প্ৰকৃতিয়ে সৃষ্টি কৰা ভাইৰাছ নহয়।

এই ভাইৰাছ সৃষ্টি কৰা হৈছে চীনৰ ওহানৰ গৱেষণাগাৰত।

ওহানৰ গৱেষণাগাৰৰ পৰাই সমগ্ৰ বিশ্বত বিয়পি পৰিছে মাৰাত্মক ক’ৰ’ণা ভাইৰাছ।

ব্ৰিটেইনৰ এটা টেলিভিছন চেনেলৰ ‘লুজ ৱমেন’ শীৰ্ষক অনুষ্ঠানত চীনা ভাইৰ’লজিষ্টগৰাকীয়ে ওহানৰ গৱেষণাগাৰতে ক’ৰ’ণা ভাইৰাছ সৃষ্টি কৰা হৈছিল বুলি প্ৰকাশ কৰাৰ পিছতে তেওঁৰ জীৱনলৈ আহি পৰে চৰম ভাবুকি।

ফলত আত্মগোপন কৰিবলৈ বাধ্য হয় তেওঁ।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

June 28, 2026 9:28 pm
বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

June 28, 2026 8:34 pm
ভয়ংকৰ দুৰ্ঘটনা! ছৌডি আৰৱত তৈল প্ৰতিষ্ঠান এৰামকোৰ হেলিকপ্টাৰ বিধস্ত হৈ ১৪ জনৰ মৃত্যু

ভয়ংকৰ দুৰ্ঘটনা! ছৌডি আৰৱত তৈল প্ৰতিষ্ঠান এৰামকোৰ হেলিকপ্টাৰ বিধস্ত হৈ ১৪ জনৰ মৃত্যু

June 28, 2026 6:36 pm
প্ৰথম মেচৰ বিপৰ্যয়ৰ পাছত প্ৰত্যাৱৰ্তনৰ লক্ষ্য! দেওবাৰে দ্বিতীয়খন টি-২০ত আয়াৰলেণ্ডৰ সন্মুখীন হ’ব বিশ্ব চেম্পিয়ন ভাৰত

প্ৰথম মেচৰ বিপৰ্যয়ৰ পাছত প্ৰত্যাৱৰ্তনৰ লক্ষ্য! দেওবাৰে দ্বিতীয়খন টি-২০ত আয়াৰলেণ্ডৰ সন্মুখীন হ’ব বিশ্ব চেম্পিয়ন ভাৰত

June 28, 2026 5:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

June 28, 2026 9:28 pm
বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

June 28, 2026 8:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd