• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিহাৰত NDAত ভাঙোন? আইন-শৃংখলাক লৈ নীতিশক কটাক্ষ; সকলো আসনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা চিৰাগৰ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
July 7, 2025 10:54 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত বহুতে তেওঁ সুৰ সলনিৰ ইংগিত পাইছিল। এইবাৰ মুকলিকৈ কেন্দ্ৰীয় মন্ত্ৰী চিৰাগ পাছৱানে এন ডি এ ত্যাগ কৰাৰ জল্পনা-কল্পনাত প্ৰায় ছীলমোহৰ মাৰিলে।

সাৰণত অনুষ্ঠিত এখন সভাৰ পৰা চিৰাগে পুনৰ কয়, “মই বিহাৰ বিধানসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম। মই প্ৰতিদ্বন্দ্বিতা কৰিম বুলি কোৱাৰ অৰ্থ হ’ল ৰাজ্যৰ ২৪৩খন আসনতে প্ৰাৰ্থী প্ৰক্ষেপ কৰিম।”

Apply Now

নিৰ্বাচন চমু চাপি অহাৰ লগে লগে বিহাৰৰ ৰাজনৈতিক পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰিছে। পাটনাৰ ব্যৱসায়ী তথা বিজেপি নেতা গোপাল খেমকাক শনিবাৰে দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে। ঘৰৰ সমীপতে গাড়ীৰ পৰা নামি আহোঁতে তেওঁক গুলীয়াই হত্যা কৰা হয়।

সেই ঘটনাক সন্মুখত ৰাখি চিৰাগে কয়, “ৰাজ্যৰ আইন-শৃংখলাৰ পৰিস্থিতি সঁচাকৈয়ে চিন্তনীয়। ব্যৱসায়ীজনক গুলীয়াই হত্যা কৰা অঞ্চলটো পাটনাৰ এক অভিজাত অঞ্চল। ৰাজনৈতিক নেতাসকল মাত্ৰ কেইশ মিটাৰ দূৰত থাকে। যদি সেই অঞ্চলত এনেকুৱা হয়, তেন্তে সমগ্ৰ ৰাজ্যখনৰ অৱস্থা কি!”

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে স্পষ্টকৈ কয়, “সমগ্ৰ দেশৰ সুশাসনৰ বাবে প্ৰতিষ্ঠা হোৱা এনে এটা মিত্ৰতাক তেওঁ সমৰ্থন কৰে। অথচ বিহাৰৰ এই অৱস্থা!”

দৰাচলতে নীতিশ কুমাৰক লক্ষ্য কৰি লৈছে লোক জনশক্তি পাৰ্টিৰ নেতাগৰাকীয়ে। একে সময়তে তেওঁ ঘোষণা কৰিছে যে তেওঁৰ দলে বিহাৰৰ নিৰ্বাচনৰ সকলো আসনত প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰিছে।

এয়া স্পষ্টভাৱে এন ডি এৰ বিভাজনৰ ইংগিত। কাৰণ এন ডি এৰ ভিতৰত হোৱা প্ৰাৰম্ভিক আসন আবণ্টনত লোক জনশক্তি পাৰ্টিয়ে ত্ৰিশখনতকৈ অধিক আসন লাভ নকৰে। অৱশেষত যদি চিৰাগে মিত্ৰতা ত্যাগ কৰি পৃথকে প্ৰতিদ্বন্দ্বিতা কৰে তেন্তে নীতিশ কুমাৰৰ বাবে ই এক ডাঙৰ আঘাত হ’ব। চিৰাগে ২০১৮ চনৰ নিৰ্বাচনত অকলে প্ৰতিদ্বন্দ্বিতা কৰি নীতিশৰ বহু ক্ষতি কৰিছিল।

দিল্লীতো জল্পনা-কল্পনা বিয়পি পৰিছে যে লোক জনশক্তি পাৰ্টিৰ মুৰব্বী (ৰাম বিলাস) তথা কেন্দ্ৰীয় খাদ্য সংসাধন মন্ত্ৰীয়ে পদত্যাগ কৰিব পাৰে। দলীয় সূত্ৰই জনোৱা মতে, তেওঁ হয়তো সম্পূৰ্ণৰূপে ৰাজ্যৰ ৰাজনীতিত মনোনিৱেশ কৰিব।

চিৰাগে প্ৰমাণ কৰিব বিচাৰে যে তেওঁ সমগ্ৰ বিহাৰৰ জনসাধাৰণৰ নেতা। সেয়ে তেওঁ দলিত আসন এৰি ‘সাধাৰণ’ বা অসংৰক্ষিত আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে। অৱশ্যে সেইটো এন ডি এৰ ভিতৰত থাকি নে বাহিৰলৈ ওলাই আহি সেয়া স্পষ্ট নহয়।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd