• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ধৰ্ষণৰ কথা নিজ মুখে স্বীকাৰ কৰিলে ফুটবলাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে

যুৱতী গৰাকীৰ মুখ বন্ধ ৰাখিবলৈ ৰ'নাল্ডোৱে দিছিল বৃহৎ পৰিমাণৰ টকা

এন ই নাও নিউজ by এন ই নাও নিউজ
August 20, 2019 2:39 pm
205031-2
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তথ্য প্ৰমাণৰ অভাৱৰ বাবে এটা ধৰ্ষণৰ গোচৰৰ পৰা মুক্তি পালে ষ্টাৰ ফুটবলাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে। লাছ ভেগাছৰ এখন হোটেলত ক্যাথৰিন মায়ৰগাক নামৰ এগৰাকী যুৱতীক ধৰ্ষণ কৰাৰ অভিযোগত অভিযুক্ত আছিল ফুটবলাৰ গৰাকী।

অৱশ্যে দোষমুক্ত হ’লেও পৰ্তুগালৰ ষ্টাৰ ফুটবলাৰ গৰাকীয়ে যুৱতী গৰাকীক মুখ বন্ধ ৰাখিবলৈ বৃহৎ পৰিমাণৰ ধন ৰাশি প্ৰদান কৰিছিল। এই কথা ফুটবলাৰ গৰাকীয়ে নিজ মুখে স্বীকাৰ কৰে।

Apply Now

উল্লেখ্য ২০০৯ চনতে লাছ ভেগাছৰ এখন হোটেলত ক্যাথৰিন মায়ৰগাক নামৰ যুৱতী গৰাকীক ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে ধৰ্ষণ কৰা বুলি অভিযোগ উত্থাপিত হৈছিল।

ঘটনাৰ ৯ বছৰ পাছত অৰ্থাৎ ২০১৮ চনৰ ছেপ্তেম্বৰ মাহতহে যুৱতী গৰাকীয়ে নেভাদাৰ এখন আদালতত ৰ’নাল্ডোৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ দাখিল কৰে।

কিন্তু কোনো তথ্য প্ৰমাণ নোহোৱাৰ বাবে জুভেণ্টাছৰ তাৰকা ষ্ট্ৰাইকাৰ গৰাকীক মাৰ্কিন আদালতে ধৰ্ষণৰ গোচৰৰ পৰা মুক্ত কৰি দিয়ে।

ইয়াৰ পিছতে যুৱতী গৰাকীয়ে ৰ’নাল্ডোৰ বিৰুদ্ধে এটা দেৱানী গোচৰ ৰুজু কৰে। এই গোচৰৰ পাছত ৰ’নাল্ডোৱে যুৱতী গৰাকীক টকা দিয়াৰ কথা স্বীকাৰ কৰে।

ইফালে আদালতে মায়ৰগাৰ গোচৰ খাৰিজ কৰা বুলি জনাইছে ৰ’নাল্ডোৰ আইনজীৱিয়ে।

উল্লেখ্য যে ৰ’নাল্ডোৱে ২০১০ চনতে এই বিষয়টো মীমাংসা কৰাৰ বাবে মায়ৰগাক প্ৰায় চাৰি লাখ মাৰ্কিন ডলাৰ প্ৰদান কৰা হৈছিল বুলি আদালতক লিখিতভাৱে জনাইছে।

আদালতক জনোৱা অনুসৰি ৰ’নাল্ডোৱে প্ৰদান কৰা ধন ৰাশিত যুৱতী গৰাকী সন্তুষ্টও হৈছিল। সেয়ে আদালতে ৰ’নাল্ডোৰ বিৰুদ্ধে থকা ধৰ্ষণৰ গোচৰটো খাৰিজ কৰি দিয়ে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd