• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিৱসাগৰত বৰদিন পালন; সাংস্কৃতিক কাৰ্যসূচী বাতিলেৰে কা’ বিৰোধী আন্দোলনক সমৰ্থন

NE NOW NEWS এন ই নাও নিউজ
শিৱসাগৰ , December 25, 2019 1:17 pm

1 min read

20191225_113959

ফটো : নৰ্থ-ইষ্ট নাও

512
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ ৰাজ্যৰ লগতে আজি শিৱসাগৰতো অসমৰ অন্যতম পৌৰাণিক তথা ঐতিহ্যমণ্ডিত গীৰ্জা কেন্দ্ৰীয় বাপ্তিষ্ট মণ্ডলীটো উলহ মালহেৰে পালন কৰা হয় পবিত্ৰ বৰদিন।

১৮৪৫ খ্ৰীষ্টাব্দত স্থাপিত এই গীৰ্জাৰ চৌদিশে বৰদিন উপলক্ষে আলোকসজ্জাৰে সজাই তেলা হৈছে। ক্যেৰলৰ সুমধুৰ ধ্বনিত গীৰ্জা ঘৰত যীচুৰ ভক্তৰ ভিৰ পৰিলক্ষিত হয়।

আনহাতে বৰদিনৰ প্ৰাক সন্ধিয়া শিৱসাগৰৰ জিলা উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াই শিৱসাগৰ নগৰস্থিত ঐতিহাসিক বাপ্তিষ্ট গীৰ্জাঘৰত উপস্থিত হৈ খ্ৰীষ্টান ধৰ্মালম্বী সকলৰ লগতে সমূহ শিৱসাগৰবাসী ৰাইজলৈ বৰদিনৰ শুভকামনা জ্ঞাপন কৰে।

বৰদিন উপলক্ষে সমূহ ৰাইজলৈ আন্তৰিক শুভকামনা জনোৱাৰ লগতে উপায়ুক্ত গৰাকীয়ে উৎসৱৰ এই পবিত্ৰ ক্ষণত একনিষ্ঠ মনোভাৱ আৰু আন্তৰিকতাৰে সকলোৰে মাজত শান্তি, সম্প্ৰীতি আৰু ভ্ৰাতৃত্ববোধৰ সাঁকো গঢ়ি তোলাৰ কামনা কৰে।

ইফালে উৎসৱৰ সমান্তৰালকৈ শিৱসাগৰৰ খ্ৰীষ্টান সমাজে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰে। কা’ বিৰোধিতাৰে কেন্দ্ৰীয় বাপ্তিষ্ট মণ্ডলীয়ে বৰদিনৰ সন্ধিয়া অনুষ্ঠিত কৰিবলগীয়া সাংস্কৃতিক অনুষ্ঠান বাতিল কৰে।

উল্লেখ্য যে কিছদিন পূৰ্বে কেন্দ্ৰীয় বাপ্তিষ্ট মণ্ডলীৰ উদ্যোগত শিৱসাগৰৰ খ্ৰীষ্টান সমাজে কা’ বাতিলৰ দাবীত শিৱসাগৰ চহৰত মমবাতি লৈ এক সমদল বাহিৰ কৰিছিল।

Recent News

Aditya singh airport4

কৰ’নাৰ আতংক! তিনিমাহ ধৰি এয়াৰপ’ৰ্টতে লুকাই থাকিল এইগৰাকী ব্যক্তি

TOI-561b

সৌৰজগতৰ বাহিৰত নতুন গ্ৰহৰ সন্ধান! পৃথিৱীৰ সৈতে ইয়াক কিদৰে তুলনা কৰিছে বিজ্ঞানীয়ে?

Dilip Saikia

জয়ৰ সম্ভাৱনা থকা প্ৰাৰ্থীয়েহে পাব টিকট: বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া

WhatsApp Image 2021-01-19 at 8.59.32 AM

মাজনিশা মৰ্মান্তিক দুৰ্ঘটনা! ফুটপাথত শুই থকা শ্ৰমিকক মহটিয়াই নিলে ট্ৰাকে; মৃত ১৫জন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd