DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 2, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে নগাঁৱত বাতিল বৰদিনৰ কাৰ্যসূচী

এন ই নাও নিউজ by এন ই নাও নিউজ
December 25, 2019 7:38 am
Spruce Tree branch on Wood Background

প্ৰতিনিধিত্বমূলক চিত্ৰ

303
VIEWS
Share on FacebookShare on Twitter

আজি বিশ্বজুৰি পালন কৰা হ’ব পৱিত্ৰ বৰদিন। প্ৰত্যেক বছৰে আনন্দ উল্লাসেৰে বৰদিন উদযাপন কৰি অহা নগাঁও বাপ্তিষ্ট মণ্ডলীয়ে এইবাৰ জাক জমকতাৰে উদযাপন নকৰে বৰদিন।

নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি এইবাৰ বৰদিনৰ কেইবাটাও কাৰ্যসূচী বাতিল কৰিছে নগাঁও চহৰৰ একমাত্ৰ গীৰ্জা বাপ্তিষ্ট মণ্ডলীয়ে।

অসমীয়া ভাষা ৰক্ষাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰা মাইলচ ব্ৰংছনে ১৮৪৬ চনত এই বাপ্তিষ্ট মণ্ডলী স্থাপন কৰিছিল। কিন্তু সাম্প্ৰতিক সময়ত সংশোধিত নাগৰিকত্ব আইনে এই অসমীয়া ভাষাৰ প্ৰতি ভাবুকি সৃষ্টি কৰাৰ আশংকাত গীৰ্জা সমিতিয়ে বাতিল কৰিছে বৰদিনৰ বিভিন্ন কাৰ্যসূচী।

উল্লেখ্য যে, গীৰ্জা সমিতিয়ে প্ৰত্যেক বছৰে ২৩ ডিচেম্বৰৰ দিনটোত উলিওৱা সাংস্কৃতিক শোভাযাত্ৰাৰ কাৰ্যসূচী এইবেলি বাতিল কৰাৰ লগতে বৰদিনৰ দিনা সাংস্কৃতিক অনুষ্ঠানো বাতিল কৰিছে।

Recent News

KLO কে এল অ’ত যোগদান কৰিবলৈ গৈ গ্ৰেপ্তাৰ হোৱা ছয় যুৱকক অনা হ’ল কোকৰাঝাৰলৈ

KLO কে এল অ’ত যোগদান কৰিবলৈ গৈ গ্ৰেপ্তাৰ হোৱা ছয় যুৱকক অনা হ’ল কোকৰাঝাৰলৈ

Hair Loss: চুলি সৰা বা চুলিৰ সমস্যাত ভূগিছে নেকি? তেনেহ’লে চাওক কেনেকৈ নিজৰ চুলি যতনাই ৰাখিব পাৰি

Hair Loss: চুলি সৰা বা চুলিৰ সমস্যাত ভূগিছে নেকি? তেনেহ’লে চাওক কেনেকৈ নিজৰ চুলি যতনাই ৰাখিব পাৰি

Russia-Ukraine war: ইউক্ৰেইনত আন এক ভয়ংকৰ মিছাইল আক্ৰমণ ৰাছিয়াৰ; দেশখনৰ ওডেছাত নিহত কমেও ১৯জন

Russia-Ukraine war: ইউক্ৰেইনত আন এক ভয়ংকৰ মিছাইল আক্ৰমণ ৰাছিয়াৰ; দেশখনৰ ওডেছাত নিহত কমেও ১৯জন

Actor Kishore Das passed away: সকলোকে কন্দুৱাই অকালতে গুচি গ’ল জনপ্ৰিয় অভিনেতা কিশোৰ দাস

Actor Kishore Das passed away: সকলোকে কন্দুৱাই অকালতে গুচি গ’ল জনপ্ৰিয় অভিনেতা কিশোৰ দাস

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd