• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমীয়া মহান মনীষীৰ জীৱন ভিত্তিক গ্ৰন্থ সংকলন প্ৰকাশৰ যো-জা এন বি টিৰ

by
March 8, 2019 8:57 pm
প্ৰকাশ পাবলগীয়া গ্ৰন্থখনৰ বেটুপাতৰ আলোকচিত্ৰ। উৎস-ইণ্টাৰনেট

প্ৰকাশ পাবলগীয়া গ্ৰন্থখনৰ বেটুপাতৰ আলোকচিত্ৰ। উৎস-ইণ্টাৰনেট

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নেশ্যনেল বুক ট্ৰাষ্ট অফ ইণ্ডিয়াৰ প্ৰকাশনত অসমৰ বিভিন্ন ক্ষেত্ৰলৈ অতুলনীয় বৰঙণি যোগোৱা বৰেণ্য ব্যক্তিসকলৰ জীৱনীমূলক এখন গ্ৰন্থ সংকলন শনিবাৰে গুৱাহাটী বিবেকানন্দ কেন্দ্ৰ প্ৰতিষ্ঠানৰ সাংস্কৃতিক প্ৰেক্ষাগৃহত মুকলি কৰা হ’ব।

বিশিষ্ট সাহিত্যিক হীৰেন্দ্ৰ নাথ দত্ত আৰু স্তুতি গোস্বামীয়ে সম্পাদনা কৰা ‘ৱাৰ্প এণ্ড ৱেফ্ট : মেকাৰছ অফ মদাৰ্ণ আছাম’ শীৰ্ষক গ্ৰন্থখনত অসমৰ অৰ্থ-সামাজিক-সাহিত্যলৈ উল্লেখযোগ্য অৱদান আগবঢ়োৱা চৌব্বিশগৰাকী ব্যক্তিৰ জীৱন ভিত্তিক ৰচনা অন্তৰ্ভুক্ত কৰা হৈছে।

Apply Now

উল্লেখযোগ্য যে, বিগত বৰ্ষত মুখ্য সম্পাদক হীৰেন্দ্ৰ নাথ দত্তৰ আকস্মিক বিয়োগৰ পাছত বিশিষ্ট লেখক তথা অনুবাদক স্তুতি গোস্বামীয়ে সম্পাদনাৰ বাকী অংশ কাম আ্গবঢ়াই নিয়ে। প্ৰায় দুটা দশক পূৰ্বে মুনীন বৰকটকী মেম’ৰিয়েল ট্ৰাষ্টে এনেধৰণৰ কিতাপ এখন প্ৰকাশৰ বাবে পৰিকল্পনা কৰিছিল।

বিভিন্ন দিশত অসমৰ সামগ্ৰিক বিকাশৰ স্বাৰ্থত নিজস্ব ত্যাগ আৰু কৃচ্ছ সাধনাৰে বৰঙণি যোগোৱা প্ৰায় প্ৰতিটো ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিৰ জীৱনমালা গ্ৰন্থখনত সামৰি লোৱাৰ প্ৰয়াস কৰা হৈছে।

আনহাতে, প্ৰকাশ হ’ব লগীয়া গ্ৰন্থখন আধুনিক অসমৰ বাটকটীয়াসকলৰ বিষয়ে গৱেষক আৰু  অনাঅসমীয়া লেখকসকলৰ বাবে এখন আপুৰুগীয়া সম্বল হ’ব বুলি আশা কৰা গৈছে।

অসমীয়া সাহিত্যৰ প্ৰতিষ্ঠিত যশস্বী লেখক তথা সাহিত্যিক মহেশ্বৰ নেওগ, বীৰেন্দ্ৰ নাথ দত্ত, নগেন শইকীয়া, ৰঞ্জিৎ কুমাৰ দেৱগোস্বামী, শিৱনাথ বৰ্মণ, ৰাজেন শইকীয়া, প্ৰদীপ জ্যোতি মহন্ত, অপৰ্না মহন্ত, ইন্দিবৰ দেউৰী, আনন্দ বৰমুদৈ, অনিমা দত্ত আদিৰ লেখনী গ্ৰন্থখনত সন্নিবিষ্ট কৰা হৈছে।

প্ৰকাশ পাবলগীয়া গ্ৰন্থখনত পাঠক সমাজে বৰ অসমৰ খনিকৰ মহাপুৰুষ শংকৰদেৱ, মাধৱদেৱ, হেমচন্দ্ৰ বৰুৱা, লক্ষ্মীনাথ বেজবৰুৱা, জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণু ৰাভা আদিৰ দৰে ক্ষণজন্মা মহান অসমীয়া মনিষীসকলৰ জীৱনভিত্তিক ৰচনা সমূহ অন্তৰ্ভুক্ত কৰা হৈছে।

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিনা যুদ্ধে নহয়, কঠিন যুঁজেৰে অন্তিম ১৬-ত প্ৰৱেশ আৰ্জেন্টিনাৰ; হৃদয়ত মচিব নোৱাৰা সাঁচ বহুৱাই থৈ গ’ল ভোজিনহাৰ কেপ ভাৰ্ডেই

বিনা যুদ্ধে নহয়, কঠিন যুঁজেৰে অন্তিম ১৬-ত প্ৰৱেশ আৰ্জেন্টিনাৰ; হৃদয়ত মচিব নোৱাৰা সাঁচ বহুৱাই থৈ গ’ল ভোজিনহাৰ কেপ ভাৰ্ডেই

July 4, 2026 8:28 am
জিন্স আৰু ফৰ্মেল পোছাকৰ সৈতে মুকুতাৰ গহনা কেনেকৈ পিন্ধিব? জানি লওক ইয়াৰ সঠিক ব্যৱহাৰ

জিন্স আৰু ফৰ্মেল পোছাকৰ সৈতে মুকুতাৰ গহনা কেনেকৈ পিন্ধিব? জানি লওক ইয়াৰ সঠিক ব্যৱহাৰ

July 4, 2026 6:45 am
ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিনা যুদ্ধে নহয়, কঠিন যুঁজেৰে অন্তিম ১৬-ত প্ৰৱেশ আৰ্জেন্টিনাৰ; হৃদয়ত মচিব নোৱাৰা সাঁচ বহুৱাই থৈ গ’ল ভোজিনহাৰ কেপ ভাৰ্ডেই

বিনা যুদ্ধে নহয়, কঠিন যুঁজেৰে অন্তিম ১৬-ত প্ৰৱেশ আৰ্জেন্টিনাৰ; হৃদয়ত মচিব নোৱাৰা সাঁচ বহুৱাই থৈ গ’ল ভোজিনহাৰ কেপ ভাৰ্ডেই

July 4, 2026 8:28 am
জিন্স আৰু ফৰ্মেল পোছাকৰ সৈতে মুকুতাৰ গহনা কেনেকৈ পিন্ধিব? জানি লওক ইয়াৰ সঠিক ব্যৱহাৰ

জিন্স আৰু ফৰ্মেল পোছাকৰ সৈতে মুকুতাৰ গহনা কেনেকৈ পিন্ধিব? জানি লওক ইয়াৰ সঠিক ব্যৱহাৰ

July 4, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd